সমললৈ যাওক

লেখক:দণ্ডিনাথ কলিতা

ৱিকিউৎসৰ পৰা
দণ্ডিনাথ কলিতা
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক

দণ্ডিনাথ কলিতা (১৮৯০-১৯৫৫) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

উপন্যাস

  1. ফুল (১৯০৮)
  2. সাধনা (১৯২৮)
  3. গণ-বিপ্লৱ (১৯৪০)
  4. হত্যাকাৰী কোন? (১৯৪৭)
  5. অদৃষ্ট (১৯৪৮)
  6. আবিষ্কাৰ (১৯৫১)

কবিতা পুথি

  1. ৰহঘৰা (১৯১৬)
  2. ৰগৰ (১৯২২)
  3. বহুৰূপী (১৯২৬)
  4. অসম-সন্ধ্যা (১৯৪৯)
  5. বীণাৰ ঝংকাৰ (১৯৫১)

গল্প সংকলন

  1. সাতসৰী (১৯২৩)

ব্যঙ্গ কাহিনী

  1. আত্মানন্দৰ আত্মকাহিনী

সাধু

  1. সংস্কৃত নাটকৰ সাধু (দুটা খণ্ডত)
  2. সতী-কাহিনী
  3. অকণিৰ ৰামায়ণ

নাটক

  1. সতীৰ তেজ (১৯৩১)
  2. পৰাচিত (১৯৪৬)
  3. কীচক বধ (১৯৫০)
  4. মুক্তিৰ অভিযান (১৯৪১)
  5. অগ্নিপৰীক্ষা (১৯৪৬)
  6. পোহনীয়া কুকুৰ (১৯৪৬)
  7. নগৰৰ বিহুতলী (১৯৪৬)

জীৱনী গ্ৰন্থ

  1. কৰ্মবীৰ চন্দ্ৰনাথ (১৯২৪)
  2. গোহাঞিবৰুৱা (১৯৪৬)

পাঠ্যপুথি

  1. প্ৰদীপ
  2. সাহিত্য মুক্তাৱলী
  3. সংস্কৃত ব্যাকৰণাদৰ্শ
  4. Anglo Sanskrit Word Book


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )