সন্ধানৰ ফলাফল

(পূৰ্বৱৰ্তী ২০টা | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।
  • ব্যৰ্থে কেনে কৰা আয়ুপাত। সৱাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত॥ হেন জানি অসুৰ স্বভাৱ সৱে এড়ি। সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি॥ ৩৫৯॥ তেৱেসে অল্পতে তুষ্ট...
    ৮৭ KB (৫,৩৭৮টা শব্দ) - ২০:৪৮, ২৯ জুন ২০২০
  • ভুঞ্জাইলা দানৱৰ আশা ভঙ্গ। শুনি ত্ৰিনয়নৰ মনত মহা ৰঙ্গ॥ ৫১২॥ নয়নে দেখিবো বিষ্ণু ভৈলা যেন নাৰী। এহি বুলি বৃষভত চড়ি ত্ৰিপুৰাৰী॥ লগ লাগি গৌৰীও বহিল স্বামী...
    ৪৩ KB (২,৮০৪টা শব্দ) - ২০:৪৯, ২৯ জুন ২০২০
  • দিহা নামৰ সম্ভাৰ (২০১০) লেখক: মনোমতী বড়া 53963দিহা নামৰ সম্ভাৰমনোমতী বড়া২০১০ [ ২ ] দিহা নামৰ সম্ভাৰ   এ ৰাধিকা মাই কানাই এ মাতিছে যাবা ৰাধিকা মাই বলাই...
    ৩৮১ বাইট (১১,৭৩৬টা শব্দ) - ২২:৫৬, ৩১ আগষ্ট ২০২১
  • ভকতি প্ৰৱাহ (২০১৩) লেখক: মনোমতী বড়া 53964ৰাম নিৰঞ্জন ভকতি প্ৰৱাহমনোমতী বড়া২০১৩ [ ১ ] [ ২ ]     সংকলকঃ শ্ৰীমতী মনোমতী বড়া   [ ৩ ]  ‘ৰাম নিৰঞ্জন ভক্তি প্ৰবাহ’...
    ৪৩৮ বাইট (২৪,৩১৪টা শব্দ) - ২৩:০৮, ৩১ আগষ্ট ২০২১
  • কুঁৱৰীৰ সতে কিবা খেচেৰ মেচেৰখন আছিল হব পায। ৰাম ৰাম শ্ৰী হৰি। ব্ৰহ্মা, বিষ্ণু মহেশ্বৰ, হৰ পাৰ্বতী, কামাখ্যা গোসাঁনী গণেশ গোবিন্দ হৰি হৰি। বোলে— ধুন মৰা...
    ৯৫৫ বাইট (১৭,১৪৮টা শব্দ) - ২১:০২, ৬ আগষ্ট ২০২০
  • পানীত গা ধুই পাপ ক্ষয় কৰিব; আৰু সেই পাপবোৰ তুমি বহন কৰিব লাগিব।”  তেনেতে বিষ্ণু আহি উপস্থিত হ’ল। সকলো কথা শুনি বৰ বেজাৰ পালে। তেওঁ ক’বলৈ ধৰিলে– “তোমালোকে...
    ৯৩০ বাইট (৫,৬৯০টা শব্দ) - ১৯:৩৮, ১৭ নৱেম্বৰ ২০২২
  • একান্ত মতি। বিষ্ণু পুৰি কৃত  পুথি ৰত্নাৱলী  কৰিলন্ত সমাপতি॥৷ ৬১১ কৃষ্ণৰ শৰণ এক  বিৰচন ভকতিক  শ্ৰীমন্ত শঙ্কৰে শুনিলন্ত। সবাকে সম্বুধি পাচে  বিষ্ণু পুৰি সন্ন্যাসীক...
    ৪২৩ বাইট (২৩,১৮৫টা শব্দ) - ২৩:৫৮, ১ ছেপ্টেম্বৰ ২০২১
  • কেনেকৈ? জয় মুনিকে সম্বোধিয়া শুক তপোধন। কহিলেন শুন ঋষে নৰেৰ ঘটন॥ পূৰ্ণৰূপী বিষ্ণু সেই পুৰুষ ৰতন। সত্ত্ব গুণ অৱলম্বি দেৱ সনাতন॥ শয়ন কৰিয়া ৰহে সলিল উপৰে।...
    ৮৮৭ বাইট (১২,১২২টা শব্দ) - ১৩:০৭, ২ ছেপ্টেম্বৰ ২০২১
  • কৰি মতি। {{gap}}সমস্ত ভূততে ব্যাপি আছো মই হৰি, {{gap}}সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। {{gap}}ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল, {{gap}}দাতাত চোৰত যেন...
    ২ KB (১৫১টা শব্দ) - ১৯:৪৮, ৭ অক্টোবৰ ২০২১
  • {{Rule|4em}} {{center|{{larger|দশ পাৰ।}}}} {{gap}}১। অন্ত, ২। বিষ্ণু, (পালক বিষ্ণু ও মহা বিষ্ণু) ৩। নাৰায়ণ (সূৰ্য্যমণ্ডলী নাৰায়ণ, জলশায়ী নাৰায়ণ ও শ্ৰীনাৰায়ণ)...
    ২ KB (১৬৪টা শব্দ) - ১৭:২৮, ২০ নৱেম্বৰ ২০২০
  • আমিয়ো কৰিবো তাতে বিনন্দ বিলাস। তুমি আমি দুয়োজনে কৰিবো নিবাস॥ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কৰি একঠাই। তিনি গুণে তিনিকো দিলোহো সমুদাই॥ প্ৰকৃতিক শুনাই হৰি বুলিলা...
    ৩ KB (১৭৮টা শব্দ) - ১৪:২৯, ১২ মে' ২০২০
  • জন{{gap}}{{gap}}সম্যকে সোপন {{gap}}{{gap}}তাৰ দূৰ কৰা মতি॥ বিষ্ণু বৈষ্ণৱৰ{{gap}}{{gap}}চৰণ কিঙ্কৰ {{gap}}{{gap}}বোলন্ত বিষ্ণু ভাৰতী। ৰাম ৰাম বুলি{{gap}}{{gap}}নাচা বাহু...
    ১ KB (১১৭টা শব্দ) - ১৭:১২, ১০ মে' ২০২০
  • সাক্ষাতে ভৈলা আপুনি॥ জগতৰ পতি,{{gap|3em}} বিষ্ণু মহামতি, {{gap|3em}} বধোক ঘোৰ অসুৰ। এহি বুলি দেবী,{{gap|3em}}বিষ্ণু দেহ হন্তে, {{gap|3em}} নিৰ্গত ভৈলা সত্বৰ॥...
    ১ KB (১২৭টা শব্দ) - ১১:২৩, ৫ নৱেম্বৰ ২০২০
  • {{gap}}মনত ৰঙ্গে সাদৰি॥ কৃষ্ণৰ শৰণ{{gap}} কথা বিৰচন {{gap}}পঢ়িয়া একান্ত মতি। বিষ্ণু পুৰি কৃত{{gap}} পুথি ৰত্নাৱলী {{gap}}কৰিলন্ত সমাপতি॥৷ ৬১১ কৃষ্ণৰ শৰণ এক{{gap}}...
    ২ KB (১২৪টা শব্দ) - ১২:৩৯, ২৭ আগষ্ট ২০২১
  • প্ৰকৃতিৰ হাত॥ হে ব্ৰহ্মা হে বিষ্ণু হে ত্ৰিলোচন। তিনি দেৱে তিনি ৰূপ হবা এতিক্ষণ॥ বুদ্ধিৰূপে ব্ৰহ্মা তুমি জগত বিদিত। বিষ্ণু অংশে এতিক্ষণে হবাগৈ চিত॥ অহঙ্কাৰ...
    ৩ KB (১৮৬টা শব্দ) - ১৪:১৭, ১২ মে' ২০২০
  • পুৰন্দৰ। যজ্ঞক গৈলন্ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥ লগত আসিলা আৰো গুৰু বৃহস্পতি। ইন্দ্ৰৰ সভাক লাগি গৈলন্ত সম্প্ৰতি॥ ১৫ ব্ৰহ্মা বিষ্ণু মহেশক কৰিলা সম্মান। ইন্দ্ৰে...
    ২ KB (১৩৪টা শব্দ) - ১০:১৮, ১ নৱেম্বৰ ২০২০
  • উপজয় শূকৰত॥ ৫৩০ কুকুৰৰ গৰ্ভে দশ জন্ম উপজয়। অমাবস্যা যিটো নিশি ভোজন কৰয়॥ বিষ্ণু নিবেদিত নুহি অভক্তৰ অন্ন। যেন কুকুৰৰ মাংস ভুঞ্জে যিটোজন। ৫৩১ পত্ৰ পুষ্প...
    ২ KB (১২৮টা শব্দ) - ০০:৩৮, ২৬ আগষ্ট ২০২১
  • বুলিলা বচন॥ ধন্য ধন্য দেবি মহা বিষ্ণু অংশেজাত। পৰম নিৰ্গুণ কথা পুছিলা আমাত॥ শুনিয়োক কহো যষম্বেদ বোলে যাক। ব্ৰহ্মা বিষ্ণু দেব সবে নজানে ইহাক॥ মই জানি আছোঁ...
    ২ KB (১৩২টা শব্দ) - ১০:২০, ২১ মে' ২০২০
  • বাহিৰায়, বিপ্ৰৰূপ ধাৰী বিষ্ণু বোলে সমুদায়॥ আসা বিপ্ৰ যাইবো মই পতিব্ৰতা ঘৰ, সিতে বিপ্ৰো বিমৰ্ষনা নকৰি কাৰ্য্যৰ॥ বিপ্ৰৰূপ বিষ্ণু সমে বিপ্ৰ নৰোত্তম, গৈলেক...
    ২ KB (১৪৯টা শব্দ) - ১১:০৫, ১০ মে' ২০২০
  • আতি ঘোৰমূৰ্ত্তি॥ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তোমাৰ কিঙ্কৰ। তুমি বিনে সিসবাৰ নাই অধিকাৰ॥ তযুশক্তি বলে বিধি কৰন্ত সৃজন। পালয় জগত বিষ্ণু শিবে সংহৰণ॥ প্ৰধান প্ৰকৃতি...
    ২ KB (১৩০টা শব্দ) - ২০:১০, ৩১ আগষ্ট ২০২১
(পূৰ্বৱৰ্তী ২০টা | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।