এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
গাবতী বদতি শুনিওক প্ৰাণ নাথ।
'কাৰৰ এক কথা মই পুছিববা তোমাত।
কহিলাহা আত্নতত্ব জ্ঞান যোগ কৰ্ম্ম।
নকহিলা মোত ঘষদে নিজ ধৰ্ম।
চাৰিবেদ বাহিৰে অময়া বুলি যাক।
নিজধৰ্ম্ম ষষম্বেদ কহিও আমাক।
নিগুণ নিশ্চল জগতৰ নিৰাময়।
হেন নিৰঞ্জন মোক দেখাও প্ৰত্যয়।
পাৰ্বতীৰ বাক্য পাছে শুনি ত্ৰিলোচন।
দেবীক সম্মুদ্ধি পাছে বুলিলা বচন
ধন্য ধন্য দেবি মহা বিষ্ণু অংশেজাত।
পৰম নিগুৰ্ণ কথা পুছিল। আমাত।
শুনিয়োক কহো যষদে বোলে যাক।
ব্ৰহ্মা বিষ্ণু দে সবে মজানে ইহাক ৪
মই জানি আছে মাত্ৰ কিঞ্চিৎ ধ্যানত।
কোনে কহিবাক পাৰে ইহাৰ মহত্ত্ব।
আদি অন্ত কথা কহে শুনা বিদ্যমান।
সমূলঞ্চে কৰি মই কহিবো প্ৰমাণ।
প্ৰথমতে পুৰুষৰ শূন্যে ভৈলা জাত।
তাহানেসে নাম আদি জানিবা সাক্ষাত।
আদিৰ উদৰে আছে শূন্য, অপ, ৰস।
তাক কহিবাক লাগি মোৰ নাই সাস!