ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠাসমূহ

ৱিকিউৎসৰ পৰা
অসমীয়া ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠা
অসমীয়া ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠাসমূহ হৈছে অসমীয়া ৱিকিউৎস প্ৰকল্পত সৃষ্টি কৰা কিছুমান উৎকৃষ্ট পৰ্যায়ৰ মুদ্ৰণ-সংশোধিত পৃষ্ঠা। ইয়াৰ লক্ষ্য হৈছে সবাতোকৈ উত্তম কামবোৰ উদ্‌যাপন কৰা আৰু উন্নত প্ৰুফৰিডিং বিকল্প, সাঁচ আদি প্ৰদৰ্শন কৰা।

মাপকাঠি[সম্পাদনা কৰক]

অন্তৰ্ভুক্তিৰ মাপকাঠি[সম্পাদনা কৰক]

  • পৃষ্ঠাটো অসমীয়া ভাষাত হ'ব লাগিব।
  • পৃষ্ঠাটো সঠিকভাৱে প্ৰুফৰিড হোৱাৰ উপৰি ত্ৰুটিমুক্ত হ'ব লাগিব।
  • পৃষ্ঠাটোত থকা সাঁচ, লিখনী-অৱস্থান, ছবি-স্থান আদি প্ৰত্যাহ্বানজনক হ'ব লাগিব।
  • কেৱল পৃষ্ঠাহে অন্তৰ্ভুক্ত হ'ব।
  • নতুন পৃষ্ঠা তালিকাৰ শেষত যোগ কৰা হ'ব।

পৃষ্ঠাসমূহ[সম্পাদনা কৰক]

ক্ৰমিক নং পৃষ্ঠা মুদ্ৰণ সংশোধনকাৰী বিশেষত্ব
পৃষ্ঠা:Swagatam Pariksha.pdf/১ দিব্য দত্ত আৰু Scatter2021 Overfloat
পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/২ অম্লান বসুমতাৰী আৰু ৰুমী বৰা দুডাল লাইন
পৃষ্ঠা:Chalachitra.pdf/৭ অম্লান বসুমতাৰী আৰু দিব্য দত্ত সূচীপত্ৰ
পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৪ চাণক্য কুমাৰ দাস আৰু ঈশান জ্যোতি বৰা টেবল
পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১০৯ চাণক্য কুমাৰ দাস বাকচ
পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২০ ঈশান জ্যোতি বৰা আৰু প্ৰাণজ্যোতি নাথ ৰঙীন ফণ্ট আৰু ছবি
পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২৫ চাণক্য কুমাৰ দাস বংশবৃক্ষ
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৫ গীতাৰ্থ বৰদলৈ আৰু দিব্য দত্ত তালিকা
পৃষ্ঠা:টেটোন তামুলী.pdf/৩ গীতাৰ্থ বৰদলৈ আৰু প্ৰাণজ্যোতি নাথ কুটিল বন্ধনী (Ts Template)
১০ পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৬ কুলধৰ ৰাভা নেওঁতাৰ তালিকা-০
১১ পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৭ কুলধৰ ৰাভা আৰু দিব্য দত্ত নেওঁতাৰ তালিকা-১
১২ পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৮ কুলধৰ ৰাভা আৰু চাণক্য কুমাৰ দাস নেওঁতাৰ তালিকা-২
১৩ পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩২ দিব্য দত্ত নেওঁতাৰ তালিকা-৩
১৪ পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯ দিব্য দত্ত কুটিল বন্ধনী
১৫ তত্ত্ব-কথা অম্লান বসুমতাৰী আৰু গীতাৰ্থ বৰদলৈ উপ-পৃষ্ঠাৰ জৰিয়তে সূচী নিৰ্মাণ
১৬ অসমৰ বুৰঞ্জী ঈশান জ্যোতি বৰা আৰু গীতাৰ্থ বৰদলৈ মূল পাঠ্যত নথকা সূচী নিৰ্মাণ
১৭ পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৯ ঈশান জ্যোতি বৰা ঘৰবিহীন তালিকা
১৮ পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৮ হানিফ আলীআৰু অনামিকা(চুমু) বড়া দুটা স্তম্ভ
১৯ পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬ ঈশান জ্যোতি বৰা আৰু অম্লান বসুমতাৰী সূচীপত্ৰ