এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৃথিবীৰ স্তৰ বিলাকৰ নাম, জাতি আৰু যুগানুক্ৰমে সৃষ্টিৰ তালিকা।
চতুৰ্থ যুগ | স্তৰ বিলাকৰ নাম | যি যি তৰপ সেই বিলাক স্তৰত প্ৰধানকৈ পোৱা হয়। |
যি যি প্ৰাণীৰ দেহাৱশেষ আরু আন আন চিন পোৱা হয় |
ভাৰতবৰ্ষৰ যি যি ঠাইত সেই বিলাক স্তৰ পোৱা যায় |
স্তৰ বিলাক গড়ে কিমান ফুট ডাঠ |
চতুৰ্থ যুগ | মৃত্তিকা | বালি, কঙ্কৰ, কুমাৰ মাটি নানাবিধ আলটীয়া মাটি। |
বৰ্ত্তমান প্ৰাণী বিলাক | সকলো ঠাইতে | অসমান |
তৃতীয় যুগ | পৰ-তৃতীয়ক | শিল-পিঠা, শামুক, কঙ্কৰ। | বৰ্ত্তমান প্ৰাণীবিলাকৰ শতকৰা ৪৯ জাতি, মেষ্টডন। | মাদ্ৰাজ, নৰ্ম্মদাৰ পাৰ ভাৰতবৰ্ষৰ পূব কাসৰ |
২৮৫০ ফুট |
মধ্য-তৃতীয়ক | চুৰ্ণ-শিল, কুমাৰমাটি, সামুদ্ৰিক মাৰ্ল প্ৰস্তৰ। | বৰ্ত্তমান প্ৰাণীৰ শতকৰা ১৮ জাতি, বিলৰ শামুক, সামুদ্ৰীক স্তন্য-জীবী। |
শৈবালিক পৰ্ব্বত | ||
পূৰ্ব্ব-তৃতীয়ক | কুমাৰ মাটি, বালিশিল, জিপচম্। | বৰ্তমান প্ৰাণীৰ শতকৰা ৩ জাতি, পেলিয় থৰিয়াম | কৰাচিৰ পৰা পেচোয়াৰেদি আসাম আৰু পেগুল'কে পৰ্ব্বতশাৰি | ||
দ্বিতীয় যুগ | চৌৰ্ণ | খড়ি মাটি, টিঙ্গিৰ পাথৰেৰে মিহলি খড়ি মাটি, সৌজিয়া চূণ-শিল। |
প্ৰায় সকলো বিলাক সামুদ্ৰিক জন্তু, স্পঞ্জ, পোৱাল, কোমলকায় প্ৰাণী বিলাক, শুক্তি-দেহী সৰ্পী বা সৰ্পজাতীয়। |
ত্ৰিঞ্চিন্বপল্লী প্ৰদেশ | ৬১৫০ ফুট |
উয়লিটিক | কুমাৰ মাটি, লো-মাটি, পৰ্টলেণ্ড শিল, চূণ শিল, ইত্যাদি। |
প্ৰথম স্তন্য-জীবী, কাচ, পতঙ্গ, পাখীলগা গুই জাতি ইগোৱানডন শুক্তি-দেহী, এমনাইট। |
তিব্বতৰ কাষৰ, কচ্ছ দেশ, ৰাজমহল। | ||
লাবন | খনিজ লোণ, জিপচম, ৰঙ্গা আৰু বগা বালিশিল, ৰঙ্গা মলিয়া প্ৰস্তৰ। |
জেঠি আৰু কুম্ভীক জাতি। | পঞ্জাবৰ লোণৰ পৰ্ব্বত | ||
প্ৰথম যুগ | আঙ্গাৰ্য্য | নাগ মাটিৰ স্তৰ, বালি শিল, লো-শিল, কুমাৰ মাটি | বিস্তৰ উদ্ভিদ, কৰ্ণগছ, টকৌ ইত্যাদি বৰ ডাঙ্গৰ গছ সামুদ্ৰিক শামুক, জু-ফাইট। |
পঞ্জাব, ৰাণিগঞ্জ, দামোদৰ, জয়পুৰৰ পৰ্ব্বত, নগাপৰ্ব্বত |
৪৯,৪৫০ ফুট |
ডিবনীয়া | চূণ শিল, বালি-শিল, শিল পিঠা | মাচ, শামুক, সামুদ্ৰিক উদ্ভিদ। | পঞ্জাবৰ লোনৰ পৰ্ব্বত | ||
চিলুৰীয়া | বালি শিল, স্লেটময় চূণ-শিল | পোৱাল, শামুক, ট্ৰিলবাইট, সাগৰৰ বন | শেষৰ তিনি ঠাই, হিমালয় তিব্বতৰ উত্তৰ-পশ্চিম ফাল | ||
স্লেট | অপৰ্য্যাপ্ত স্লেট প্ৰস্তৰ আরু ঘোৰ বৰণৰ চূণ শিল | পোক, কোমলকায় প্ৰাণী বিলাক | হিমালয় পৰ্ব্বতৰ নানা স্থানত | ||
আগ্নেয় | আড্ৰক লায়াচ, বাচাণ্ট, স্ফটিক, গ্ৰেনিট। | কোন প্ৰাণীৰ বা উদ্ভিদৰ চিন ইয়াত পোৱা নাই |
(১২৪ পৃঃ ক)