পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নতুন দ্বিতীয় মান
শ্ৰেণীৰ বাবে

কৌটিলৈকে সংখ্যাৰ ধাৰণা

১ একক
১০ দহক
১০০ শতক
১০০০ হাজাৰ
১০০০০ অযুত
১০০০০০ লাখ
১০০০০০০ নিযুত
১০০০০০০০ কৌটি

   

১x১ ১ একক
১x১০ ১ দহক
১০x১০ ১ শতক
১০০x১০ ১ হাজাৰ
১০০০x১০ ১০ হাজাৰ
১০০০০x১০ ১ লাখ
১০০০০০x১০ ১ নিযুত
১০০০০০০x১০ ১ কৌটি

যোগ নেওতা

 কোনো সংখ্যাৰ লগত আন কোনো সংখ্যা একে লগ কৰি এটা কৰাকে যোগ কৰা বুলি কয়

“+” এইটো যোগ চিন

“=” এইটো সমান চিন

 সমান চিনে বাওঁ ফালে আৰু সোঁফালে থকা সংখ্যাবোৰৰ সমান বুজায়।