ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ

ৱিকিউৎসৰ পৰা
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ

পাচে ৰাজা নৰনাৰায়ণে ৰঘুদেৱত কৰ-ভাৰ খোঁজে যেন তাঞিৰ লগত ৰণ একবাৰ মাত্ৰ আছিল। নৰনাৰায়ণ পৰলোক হল। তান পুত্ৰ লক্ষ্মীনাৰায়ণৰ লগত ৰণ হল। বলে নোৱাৰি ৰাজা ভঙ্গ হৈ আহিল। সেই ৰণতে ৰাজা ৰঘুদেৱৰ ছত্ৰখান বেহাৰতে ৰহিল। লক্ষ্মীনাৰায়ণে ৰণ জিনি ৰাখিলেক। ৰঘুদেৱ ৰাজাৰ শিল-খাঁ, ফতে-খাঁ, পুৰন্দৰ লস্কৰ ৰাজা জোঞাই, নিতাইচন্দ্ৰ নাজিৰ, ঠাকুৰ পঞ্চানন্দ, কবীন্দ্ৰপাত্ৰ, গদাধৰ বৰুৱাক, আনো বৰা-বুৰুক সহিতে মন্ত্ৰণা কৰি বেহাৰ মাৰিবাক যতন হল। আকে শুনি লক্ষ্মীনাৰায়ণ ঘিলাক খেদি আহিল। ৰাজা ৰঘুদেৱ জিকিল। লক্ষ্মীনাৰায়ণ ভঙ্গ হৈ গোল। ৰঘুদেৱ ৰাজাৰ বৰা-বুৰুক একো হানি নহল। ১৮॥