হনুমান চালীসা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
Hanuman Salisa (page 1 crop).jpg

হনুমান চালীসা

[  ] মোৰ কবলগীয়া,

 অসমীয়া ভাষাত হনুমান চালিসা পুথিখনিৰ অভাৱ অনুভৱ কৰি মই অসমীয়া ভাষালৈ অনুবাদ কৰি পুঁথিখনি আইসকলৰ হাতত তুলি দিবলৈ ক্ষীণ প্ৰয়াস কৰিলো। হিন্দী লিপিত পুথিখনি পাঠ কৰিবলৈ বহুতে টন পোৱা বাবে অসমীয়া লিপিত পুথিখনি প্ৰকাশ কৰিলো। মোৰ স্বামী শ্ৰদ্ধেয় ড° পুলিন চন্দ্ৰ বৰুৱা, শ্ৰদ্ধেয়া বাইদেউ জোৎস্না দেৱী লগতে মৰমৰ ল'ৰা আৰু বোৱাৰীৰ অনুৰোধত কিতাপখনি আপোনালোকৰ হাতত তুলি দিবলৈ সমৰ্থ হলো। ‘লৰ্ড প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰী ও কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

 সদাশয় পঢ়ুৱৈ সকলে ইয়াত যদি কিবাভুল ত্ৰুটি হৈছে তাৰ বাবে যেন ক্ষমা কৰে এয়ে আপোনালোকলৈ মোৰ একান্ত অনুৰোধ।

প্ৰণতি বৰুৱা
সুন্দৰপুৰ
গুৱাহাটী

[  ] Hanuman Salisa: A Religious book of Prayer Lord Hanuman translated from the original Hindi Hanuman Salisa to Assamese script by Pranati Boruah

 

লেখিকাৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত

 

প্রকাশক : প্রতিম

 

প্রথম সংখ্যা : ২৩ মার্চ ২০০৬ চন

 

মূল্য : ২০.০০ টকা (বিশ টকা)

 

মুদ্ৰক : “লর্ড প্রিন্টার্চ” গনেশগুৰি চাৰিআলি
 গুৱাহাটী - ৬

[  ]
দোহা

   প্ৰণতি বৰুৱা

শ্ৰগুৰু চৰণ সৰােজ ৰজ।.
নিজ মনু মুকুৰ সুধাৰি।।
বৰনউ ৰঘুবৰ বিমল জসু।
জো দায়ক ফল চাৰি।

শ্রীগুৰু মহাৰাজৰ চৰণ কমলৰ ধূলিৰে নিজৰ মনৰূপী দর্পনক পবিত্র কৰি শ্ৰীৰঘুবাৰৰ নির্মল, যশৰ বর্ণনা কৰো, যিয়ে চাৰি ফল (ধর্ম, অর্থ, কাম, মােক্ষ) দিব।

বুদ্ধিহীন তনু জানিকে।
সুমিৰাে পৱন কুমাৰ।।
বলবুদ্ধি বিদ্যা দেহু মােহি
হুৰহু কলেশ বিকাশ

“হে পবন কুমাৰ ! মই আপােনাক স্মৰণ কৰাে! আপুনি মােৰ শৰীৰ আৰু বুদ্ধি নিৰ্ব্বল বুলি জানে। মােক শাৰিৰীক বল, সদ বুদ্ধি, জ্ঞান দিয়ক আৰু মােৰ দুখ আৰু দোষ নাশ কৰক।

জয় হনুমানজ্ঞান গুণ সাগৰ।
জয় কপীস তিহুঁ লােক উজাগৰ।।

হে হনুমানজী । আপােনাৰ জয় হওঁক। আপােনাৰ জ্ঞান আৰু গুণ অপাৰ। হে কপীশ্বৰ ! আপােনাৰ জয় হওঁক। তিনি লােকত (স্বর্গলােক, ভূলােক আৰু পাতাল লােক) সকলােতে আপােনাৰ কীৰ্ত্তি বিৰাজমান হওঁক।

ৰামদূত অতুলিত বল ধাম।।
অজ্ঞানি পুত্র পৱন সুত নামা ।।

  হনুমান চালীসা পৃষ্ঠা # ১ [  ]

হে পবনসুত অঞ্জনি নন্দন! শ্ৰীৰামদূত৷ ।
আপােনাৰ সমান দ্বিতীয় বলবান নাই।
মহাবীৰ বিক্ৰম বজৰঙ্গী।
কুমতি নিবাৰ সুমতি কে সঙ্গী।।

 হে মহাবীৰ বজৰঙ্গবলী। আপুনি অতি পৰাক্ৰমী, আপুনি মনৰ কুবুদ্ধি দূৰ কৰে আৰু সৎ বুদ্ধিৰ লােকৰ সহায়ক হয়।

কাঞ্চন বৰণ বিৰাজ সুবেসা।
কানন কুণ্ডল কুঞ্চিত কেশা

 আপুনি সােনালী ৰং, সুন্দৰ বস্ত্র, কানত কুণ্ডল আৰু কেকোঁৰাচুলিৰে সুশােভিত হৈ থাকে।

হাথ ব্ৰজ ঔৰ ধ্বজা বিৰাজৈ।

কাঁধে মুজেঁ জনেও সাজৈ।।

 আপােনাৰ হাতত ব্রজ আৰু ধ্বজা আছে আৰু কাঁন্ধত মূৰ্জৰ লগুনেৰে শােভিত হৈ আছে।

শঙ্কৰ সুবন কেশৰী নন্দন।
তেজ প্রতাপ মহা জগ বন্দন।।

হে শঙ্কৰৰ অৱতাৰ। হে কেশৰী নন্দন। আপােনাৰ পৰাক্ৰম আৰু মহান যশৰ কথা সংসাৰত প্ৰচাৰ হৈ আছে।

বিদ্যাবান গুণী অতি চাতুৰ।
ৰাজ কাজ কৰিবে কো আতুৰ।।

 আপুনি অতি বিদ্যাবান হৈ গুণবান, হৈ আৰু অতি কাৰ্য্যকুশল হৈ শ্ৰীৰামৰ কাৰ্য্য কৰিবলৈ সদায় আতুৰ হৈ থাকে।

প্রভু চৰিত্ৰ শুনিবেকো ৰসিয়া।
ৰাম-লক্ষণ সীতা মন বসিয়া।।

 আপুনি শ্ৰীৰামচৰিত শুনি আনন্দ পাই। শ্ৰীৰাম, সীতা, লক্ষণ আপােনাৰ হৃদয়ত বসবাস কৰি আছে।

হনুমান চালীসা পৃষ্ঠা # ২
 
[  ]

সুক্ষ্ম ৰূপ ধৰি সিয়াঁহি দিখায়া।
বিকট ৰূপ ধৰি লঙ্কা জৰায়া।।

 আপুনি অতি সুক্ষ্মৰূপ ধৰি সীতাক দেখুৱালে আৰু বিৰাট ৰূপধৰি লঙ্কা জ্বলালে।

ভীমৰূপ ধৰি অসুৰ সংহাৰে।
ৰামচন্দ্রকে কাজ সঁৱাৰে।।

 আপুনি ভীমৰূপ ধৰি ৰাক্ষসক মাৰিলে আৰু ৰামচন্দ্ৰৰ কাৰ্য্যও সফল কৰিলে৷

লায় সঞ্জীবন লক্ষণ জিয়ায়ে।
শ্ৰীৰঘুবীৰ হৰষি উৰ লায়ে।৷

 আপুনি সঞ্জীবনী বুটী লৈ আহি লক্ষণক জিয়ালে আৰু শ্ৰীৰঘুবীৰে তেতিয়া হর্ষিত হৈ আপােনাক আকোঁৱালি ললে।

ৰঘুপতি কীন্হী বহুত বঢ়াই।
তুম মম প্রিয় ভৰত সম ভাই।

 শ্ৰীৰামচন্দ্রই আপােনাক প্রশংসা কৰি ভৰতৰ নিচিনা মৰমৰ ভাই বুলি কলে।

সহস বদন তুমহাৰাে যশ গাৱৈ।
অস কহি শ্রীপতি কণ্ঠ লগাৱৈ।।

 শ্ৰীৰামে তােমাৰ যশ হজাৰ মুখে বন্দন হওঁক বুলি হৃদয়েৰে লগাই লৈ ক’লে৷

সনকাদিক ব্রহ্মাদি মুনীসা।
নাৰদ সাৰদ সহিত অহীসা।।
যম কুবেৰ দিগপাল জহাঁতে।
কবি কোবিদ কহি সকে কহাঁতে।।

 শ্রীসনক, শ্রীসনাতন, শ্রীসনন্দন, শ্রীসনত কুমাৰ মুনি, ব্রহ্মা আদি দেবতা, নাৰদজী, সৰস্বতী জী, শেষনাগজী, যমৰাজ, কুবেৰ আদি সকলাে দিশৰ ৰক্ষক, কবি, বিদ্বান, পণ্ডিত, আদি কোনােৱে আপােনাৰ যশ পূৰ্ণৰূপে পূর্ণ বর্ণনা কৰিব নোৱাৰে৷

হনুমান চালীসা পৃষ্ঠা # ৩
 
[  ]

তুম উপকাৰ সুগ্রীবহি কীন্হা।
ৰাম মিলায় ৰাজপদ দীন্হা।

  আপুনি সুগ্রীবজীক শ্ৰীৰামৰ লগত মিলাই উপকাৰ কৰিলে যাৰ কাৰনে তেওঁ ৰজা হবলৈ সক্ষম হ’ল।

তুমহাৰাে মন্ত্র বিভীষণ মানা।
লঙ্কেশ্বৰ ভয়ে সব জগ জানা।।

 আপােনাৰ উপদেশ পালন কৰি বিভীষণ ৰজা হল, সেই কথা সকলাে সংসাৰে জানে।

যুগ সহস্ৰ যােজন শৰ ভানু।
লীল্যো তাহি মধুৰ ফল জানু।।

 যি সূৰুয ইমান দূৰত আছে, যাৰ ওচৰ পাবলৈ বহুত হাজাৰ যুগ লাগে। সেই হাজাৰ যােজন দূৰত্ব থকা সুৰুটোক মিঠা ফল বুলি আপুনি গিলি দিলে।

প্রভু মুদ্রিকা মেলি মুখ মাহী।
জলধি লাঙিঘ গয়ে অচৰজ নাহি।।

 আপুনি শ্ৰীৰামচন্দ্ৰৰ আঙুঠি মুখত লৈ সমুদ্র পাৰ হ’ল। এইটো একা আশৰ্য্যৰ কথা নহয়।

দুর্গম কাজ জগতকে জেতে।
সুগম অনুগ্রহ তুমহাৰে তেতে।।

 সংসাৰত যিমান কঠিন কাম আছে সকলো আপুনিয়ে সিদ্ধ কৰে।

ৰাম দুৱাৰে তুম ৰখৱাৰে।
হােত ন আজ্ঞা বিন পসাৰে।।

 আপুনি শ্ৰীৰামচন্দ্ৰৰ দুৱাৰৰ ৰক্ষক য'ত আপােনাৰ আজ্ঞা বিনা কোনাে যাব নােৱাৰে। অর্থাৎ শ্ৰীৰামৰ কৃপা পাবলৈ হলে আপােনাক প্রসন্ন কৰিব লাগিব।

সব সুখ লহে তুমহাৰী সৰনা।
তুম ৰক্ষক কাহু কো ডৰনা ।।

হনুমান চালীসা পৃষ্ঠা # ৪ [  ]  যিজনে আপােনাৰ শৰনত আহে তেওঁ আনন্দ প্রাপ্ত কৰে আৰু আপুনি ৰক্ষক যেতিয়া ভয়ৰ একো কাৰণ নাই।

আপন তেজ সংহাৰাে আপৈ।
তিনিলােক হাকতে কাঁপৈ।

আপােনাৰ বাহিৰে কোনেও আপােনাৰ গতি ৰােধ কৰিব নােৱাৰে। আপােনাৰ গৰ্জনত তিনিও লােক কঁপি যায়।

ভূত-পিশাচ নিকট নহী আৱৈ।
মহাবীৰ জব নাম সুনাৱৈ।।

 য’ত মহাবীৰ হনুমানজীৰ নাম শুনােৱা হয় তাত ভুত-পিশাচ কোনাে আহিব নােৱাৰে।

নাসৈ ৰােগ হৰে সব পীৰা।
জপত নিৰন্তৰ হনুমত বীৰা।।

 বীৰ হনুমানজী! আপােনাক নিৰন্তৰ জপ কৰিলে সকলাে ৰােগ নাইকীয়া হয় আৰু দুখ-কষ্ট পীড়া লাঘৱ হয়।

সংকটত হনুমান ছুৰাৱৈ।
মনক্ৰম বচন ধ্যান লাৱৈ।।

 হে, হনুমানজী বিচাৰ কৰাত, কর্ম কৰাত আৰু কথা কোৱাত যাৰ ধ্যান মনলৈ আহে তেওঁক আপুনি সকলাে সঙ্কটৰ পৰা ৰক্ষা কৰে।

সব পৰ ৰাম তপস্বী ৰাজা।
তিনকে কাজ সকল তুম সাজা।

 তপস্বী ৰাজ ৰামচন্দ্রজী সকলােতকৈ শ্রেষ্ঠ, তেওঁৰ সকলাে কাৰ্য্য আপুনিয়ে সহজ কৰি দিলে।

ঔৰ মনােৰথ জো কোই লাৱৈ।
সােই অমিত জীৱনফল পাৱৈ।।

যিজনৰ ওপৰত আপােনাৰ কৃপা হয়, তেওঁ যি অভিলাষা কৰে সেই ফল পাই৷

হনুমান চালীসা পৃষ্ঠা # ৫ [  ]

চাৰাে যুগ পৰতাপ তুমহাৰা
হৈ পৰসিদ্ধ জগত উজিয়াৰা।।

চাৰাে যুগ (সত্য যুগ, দ্বাপৰ, ত্রেতা আৰু কলিযুগ) ত আপােনাৰ যশ

বিয়পি গৈছে। জগতত আপােনাৰ কীৰ্ত্তি সকলােতে বিৰাজমান।

সাধু সন্তকে তুম ৰখৱাৰে৷
অসুৰ নিকন্দন ৰাম দুলাৰে।।

হে শ্ৰীৰামৰ প্রিয় সন্তান । আপুনি সজ্জনক ৰক্ষা কৰে আৰু দুষ্টক নাশ

কৰে।

অস্ত সিদ্ধি নৌনিধিকে দাতা।
অস বৰ দীন জানকী মাতা।।

মাতা জানকীৰ পৰা আপুনি বৰদান পালে যে আপুনি আঠ সিদ্ধি আৰু

ন বিধিৰ বৰ দিব পাৰে।

ৰাম ৰসায়নতুমহাৰে পাসা।
সদাৰহােৰঘুপতি কে দাসা।।

আপুনি নিৰন্তৰ শ্ৰীৰামজীৰ চৰণৰ সেৱক। যাৰ পৰা আপােনাৰ ওচৰত

বৃদ্ধ অবস্থা আৰু অসাধ্য বেমাৰ নাশৰ ৰাম নাম’ ঔষধ আছে।

তুমহাৰে ভজন ৰাম কো পাৱে।
জনম-জনম কেদুখ বিচাৰাৱে।।
অন্তকাল ৰধুবৰ পুৰ জাই।
জহাঁ জন্ম হৰি ভক্ত কহাই।।

আপােনাৰ ভজন কৰিলে শ্ৰীৰামজী প্রাপ্ত হয়। জন্ম জন্মান্তৰৰ দুখ দূৰ

হয় আৰু অন্ত সময়ত শ্ৰীৰামৰ ধামলৈ গতি কৰে। আকৌ যদি জন্ম লায় আৰু ভক্তি কৰে তেতিয়া শ্ৰীৰামৰ ভক্ত বুলি কয়।

ঔৰ দেৱতা চিত্য ন ধৰই।
হনুমত সেই সর্ব সুখকৰই।।

হে হনুমানজী! আপােনাৰ সেৱা কৰিলে সকলাে প্ৰকাৰ সুখ পােৱা যায়

আৰু অন্য কোনো দেৱতাৰ আৱশ্যকতা নাথাকে।

  হনুমান চালীসা পৃষ্ঠা # ৬ [ ১০ ]

সঙ্কট কটে মিতে সব পীৰা।
জো সুমিৰে হনুমত বলবীৰা।।

 হে বীৰ হনুমানজী! যিজনে আপােনাক স্মৰণ কৰে তেওঁৰ সকলাে সংকট কটা যায় আৰু সকলাে পীড়া আঁতৰি যায়।

জয় জয় জয় হনুমান গোঁসাই।
কৃপা কৰহ গুৰুদেৱ কী নাই।।

 হে স্বামী হনুমান জী। আপােনাৰ জয় হওঁক, জয় হওঁক। আপুনি মােৰ ওপৰত কৃপালু শ্রীগুৰুজীৰ সমান কৃপা কৰক।

ইয়ে শতবাৰ পাঠ কৰে জোই।
ছুটহি বন্দী মহা সুখ হােই।।

 যিজনে এই হনুমান চালিসা শ বাৰ পঢ়ে তেওঁ সকলাে বন্ধনৰ পৰা মুক্ত হৈ যাই আৰু তেওঁ পৰমানন্দ প্রাপ্ত কৰে।

যে ইহ পঢ়ৈ হনুমান চালীসা।
হােই সিদ্ধি সাখী গৌৰীসা।।

 ভগবান শঙ্কৰে এই হনুমান চালিসাখন লিখাইছিল। সেই কাৰণে সাক্ষী আছে যিজনে এইখন পঢ়িব তেওঁ সফলতা প্রাপ্ত কৰিব।

তুলসী দাস সদা হৰি চেৰা ।
কীজে নাথ হৃদয় মুহঁ ডেৰা।।

 হেনাথ হনুমানজী! তুলসী দাস সদায় শ্ৰীৰামৰ দাস। সেই কাৰনে আপুনি তেওঁৰ হৃদয়ত নিবাস কৰক।

পবন তনয় সঙ্কট হৰণ।
মঙ্গল মুৰতি ৰূপ।।
ৰাম- লক্ষণ সীতা সহিত
হৃদয় বসহু সূৰ ভূপ।।

 হে সঙ্কট মােচন পবন কুমাৰ। আপুনি আনন্দ মঙ্গল স্বৰূপ। হে দেবাৰাজ আপুনি শ্ৰীৰাম সীতা আৰু লক্ষণৰ লগত মােৰ হৃদয়ত নিবাস কৰক।

  হনুমান চালীসা পৃষ্ঠা # ৭ [ ১১ ]

১। (সংকট মােচন হনুমান ষ্টক)
বাল সময় ৰবি ভুক্ষি লিয়াে তব,
তিনহু লােক ভুয়াে অন্ধিয়াৰাে।
তাহি সাে ত্রাস ভয়ে জগকো,
ইহ সঙ্কট কাহু সাে জাতন টাৰাে।
দেবন আনি কৰী বিনতী তব,
ছাড়ি দিয়াে ৰবি কষ্ট নিবাৰাে ।
কো নহি জানত হায় জগ মে কপি,
সঙ্কট মােচন নাম তিহাৰাে।
বালি কী ত্রাস কপীস বচে গৰি,
জাত মহাপ্রভু পণ্ঠ নিহাৰো ।
চৌকি মহামুনি শাপ দিয়াে তব,
চাহিয় কোনবিচাৰ বিচাৰাে।
কে দ্বিজ ৰূপ লিবায় মহাপ্রভু,
সাে তুম দাস কে শােক নিবাৰাে ।
অঙ্গদকে সঙ্গ লেন গয়ে সিয়,
খােজ কপীস ইহ বেন উচাৰো।
জীবত না বুচিহাে হম চু জু,
বিনা সুধি লায়ে ইহা পণ্ড ধাৰে।
হেবি থকে তট সিন্ধু সবে তব,
লায় চিয়া-সুধি প্রাণ উবাৰো ।
ৰাবনত্রাস দই সিয় কো সব,
ৰাক্ষসি চোঁ কহি শােক নিবাৰাে।
তাহি সময় হনুমান মহাপ্রভু,
জায় মহা ৰজনীচৰ মাৰাে।
চাহত চীয় অশােক সাে আগি চু,
দে প্রভু মুদ্রিকা শােক নিবাৰাে।
হনুমান চালীস পৃষ্ঠা # ৮

[ ১২ ]

বান লগ্নো উৰ লক্ষিমনকে তব,
প্রাণ তজে সুত ৰাবন মাৰো,
লে গৃহ বৈদ্য সুষেণ সমেত,
তবে গিৰি দ্রোণ সুবীৰ উপাৰো।
আনি সজীবন হাথ দই তব,
লক্ষি মন কে তুম প্রাণ উবাৰাে।
ৰাবন যুদ্ধ জু আন কিয়াে তব,
নাগ কি ফাঞ্চ সবে সিৰ ডাৰাে।
শ্ৰীৰঘুনাথ সমেত সবে দল,
মােহ ভুয়াে ইহ সঙ্কট মাৰাে ।
আনি খগেশ তবে হনুমান জু,
বন্ধন কাটি সুত্রাস নিবাৰো।
বন্ধু সমেত জবে অহিৰাবন,
লে ৰঘুনাথ পাতাল সিধাৰাে।
দেবিহি পুজিভলী বিধিচো বলি,
দেউ সবে মিলী মন্ত্র বিচাৰাে।
জায় সহায় ভয়াে তব হী,
অহিৰাবন সৈন সমেত সংহাৰো।
কাজ কিয়ে বড় দেবন কে তুম,
বীৰ মহাপ্রভু দেখি বিচাৰাে।
কৌন চো সঙ্কট মােৰ গৰীব কো,
জো তুমচু নহি জাত হায় টাবাে
বেগি হৰাে হনুমান মহাপ্রভু,
যাে কচু সঙ্কট হােয় হমাৰাে।

লাল দেহ লালী লচে, অৰু ধৰি লাল লঙ্গুৰ,
 ব্রজ দেহ, দানব দলন, জয় জয় কপিচুৰ।
বজবঙ্গ বান নিশ্চয় প্রেম প্রতীততে, বিনয় কৰে সনমান।
তেহি কে কাৰজ সকল শুভ, সিন্ধু কৰে হনুমান।
  হনুমান চালীসা পৃষ্ঠা # ৯

[ ১৩ ]

২। (বজৰঙ্গ বান) জয় হনুমন্ত সন্ত :হিতকাৰী,
শুন লীজে প্রভু অজী হমাৰী।।
জন কে কাজ বিলম্বন কীজে,
আতুৰ দৌৰি মহা সুখ দীজে
জৈচে কুদি সিন্ধু মহি পাৰা,
সুৰসা বদন পেঠি বিস্তাৰা।।
আগে জাই লঙ্নিনী ৰৌকা।
মাবহু লাত গই সুৰ লৌকা,
জাই বিভীষণ কো সুখ দীন্থা
সীতা নিৰখি পৰম পদ লীন্থা।।
বাগ উজাৰি সিন্ধু সঁহ বৌৰা
অতি আতুৰ যম কাতৰ তৌৰা।
অক্ষয় কুমাৰ কো মাৰ সংহাৰা।
লুম লপেট লন্ধ কো জাৰা।।
লাহ সমান লঙ্কা জুৰি গই।
জয় জয় ধ্বনি সুৰপুৰ মে ভয়।।
অব বিলম্ব কেহি কাৰণ স্বামী।
কৃপা কৰহু উৰ অন্তৰ্য্যামী।
জয় জয় লক্ষ্মণ প্রাণ কে দাতা।
আতুৰ হােয় দুখ কৰহু নিপাতা৷৷
জয় গিৰিধৰ
জয় জয় সুখ সাগৰ।
সুৰ সমুহ সমথ ভট নাগৰ৷৷
ও হনু হনু হনু হনুমন্ত হঠীলে।
বেৰিহি মাৰু ব্ৰজ কী কীলে।।
গদা ব্রজ লে বেৰিহি মাৰাে ।
মহাৰাজ প্রভু দাস উবাৰাে ।
ওঁকাৰ হুঁকাৰ প্ৰভু ধাৱাে৷
হনুমান চালীসা পৃষ্ঠা # ১০

[ ১৪ ]

ব্রজ গদা হনু বিলম্বন লাৱো।
ঔ হী হী হী হনুমান কপীসা।
ঔ হুঁ হুঁ হুঁ হনু উৰ শীশা
সত্য হােহু হৰিশপথ পাৱ কে।
ৰামদূত ধৰু মাৰু জাই কে।।
জয় জয় জয় হনুমন্ত অগাৱা।
দুঃখ পাৱত জন কেহি অপৰাধা।
পূজ জপ তপ নৈম অচাৰা।
নহী জানত হাে দাস তুমহাৰা।
বন উপবন মগ, গিৰি গৃহ মাঁহী।
তুমহাৰে বল হম ডৰপত নাহী।
পাই পৰাে কৰি জোৰি মনাৱাে ।।
য়হি অবস অব কেহি গােহৰাৱো।
জয় অঞ্জানি কুমাৰ বলবতা।
শঙ্কৰ সুবন বীৰ হনুমন্তা।
বদন কৰাল কুল ঘাতক।
ৰাম সহায় সদা প্রতিপালক।।
ভূত প্রেত পিশাচ নিশাচৰ।
অগ্নি বেতাল কাল মাৰী মৰ।।
ইন্থে মাৰু তোহি শপথ ৰামকী
ৰাখু নাথ মৰ্য্যদা নাম কী।।
জনক সুতা হৰি দাস কহাৱাে ।
তাকি শপথ বিলম্ব ন লাবাে।
জয় জয় জয় ধুনি হােত দুসহ অকাশা।
সুমিৰত হােত দুসহ দুখ নাশা।।
চৰণ শৰণ কৰ জৌৰি মনাৱো ।
 হনুমান চালীসা পৃষ্ঠা # ১১

[ ১৫ ]

ইহি অবসৰ অৱ কেহি গােহৰাৱো॥
উঠ উঠু চলু তােহি ৰাম দোহাই।
পাই পৰাে কৰ জোৰি মনাই॥
ঔ চঁ চঁ চঁ চঁ চপল চলন্তা৷
ই হনু হনু হনু হনু হনুমন্তা॥
ঔ হঁ হঁ হাক দেত কপি চঞ্চল।
ওঁ চঁ চঁ সহষি কসৱে সত দল॥
অপনে জনকো তুৰত উবাৰাে।
সুমৰিত হােয় আনন্দ হমাৰাে॥
ইহ বজৰঙ্গ বান জেহি মাৰে।
তাহি কহাে ফিৰ কোন উবাৰাে॥
পাঠ কৰে বজবঙ্গ বান কী।
হনুমত ৰক্ষা কৰে প্রাণ কী॥
ইহ বজৰঙ্গ বান জো জাপে।
তাতে ভূত প্রেত সব কাপেঁ
ধূপ দেয় আৰু জপে হমেসা।
তাকে তন নহি ৰহে ক্লেশা॥
প্রেম প্রতীত হি কপি ভজে,
সদাধৰে উৰ ধ্যান।
তেহি কে কাৰণ সকল শুভ,
সিদ্ধ কৰে হনুমান॥
ইতি শ্রীগােসাই তুলসী দাস
কৃত শ্রীহনুমন্ত বজৰঙ্গ বান।
(সমাপ্ত)

[ ১৬ ]

আৰতি

আৰতি কিযে হনুমান ললা কী,
 দুষ্ট দল ৰঘুনাথ কলা কী।
জাকে বলচে গিৰিবৰ কাঁপে,
 ৰােগ দোষ জাকে নিকট ন ঝাঁপে,
অঞ্জনি পুত্র মহা বলদাই,
 সন্তান কে প্রভু সদা সহাই।
দে বীৰা ৰঘুনাথ পঠায়ে,
 লঙ্কা জাৰি সীয় সুধ লায়ে
লঙ্কা জাৰি অসুৰ সংহাৰে,
 সীতাৰামজী কে কাজ সম্বাৰে
লক্ষ্মণ মুর্চিত পৰে সকাৰে,
 আনি সঞ্জীবন প্রাণ উবাৰে
পেঠি পতাল তােৰ জম-কাৰে,
 অহিৰাবন কী ভুজা উখাৰে
বায়ে ভুজা অসুৰ দল মাৰে,
 দহিনে ভুজা সন্ত জন তাৰে
সুৰ নৰ মুনি আৰতি উতাৰে,
 জয় জয় জয় হনুমান উচাৰে।
কঞ্চন থাল কপুৰ লৌ ছাঁই
 আৰতি কৰত অঞ্জনী মাই।
জৌ হনুমান কী আৰতী গাৱে,
 বসি বৈকুণ্ঠ পৰম পদ পাৱে। ★★

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।