সমললৈ যাওক

পৃষ্ঠা:Hanuman Salisa.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হনুমান চালীসা
দোহা

প্ৰণতি বৰুৱা

শ্ৰী গুৰু চৰণ সৰোজ ৰজ।
নিজ মনু মুকুৰ সুধাৰি॥
বৰনউ ৰঘুবৰ বিমল জসু।
জো দায়ক ফল চাৰি।

শ্ৰীগুৰু মহাৰাজৰ চৰণ কমলৰ ধূলিৰে নিজৰ মনৰূপী দৰ্পনক পবিত্ৰ কৰি শ্ৰীৰঘুবাৰৰ নিৰ্মল, যশৰ বৰ্ণনা কৰো, যিয়ে চাৰি ফল (ধৰ্ম, অৰ্থ, কাম, মোক্ষ) দিব।

বুদ্ধিহীন তনু জানিকে।
সুমিৰো পৱন কুমাৰ॥
বলবুদ্ধি বিদ্যা দেহু মোহি
হুবহু কলেশ বিকাশ

“হে পবন কুমাৰ! মই আপোনাক স্মৰণ কৰো! আপুনি মোৰ শৰীৰ আৰু বুদ্ধি নিৰ্ব্বল বুলি জানে। মোক শাৰিৰীক বল, সদ বুদ্ধি, জ্ঞান দিয়ক আৰু মোৰ দুখ আৰু দোষ নাশ কৰক।

জয় হনুমানজ্ঞান গুণ সাগৰ।
জয় কপীস তিহুঁ লোক উজাগৰ॥

হে হনুমানজী। আপোনাৰ জয় হওঁক। আপোনাৰ জ্ঞান আৰু গুণ অপাৰ। হে কপীশ্বৰ! আপোনাৰ জয় হওঁক। তিনি লোকত (স্বৰ্গলোক, ভূলোক আৰু পাতাল লোক) সকলোতে আপোনাৰ কীৰ্ত্তি বিৰাজমান হওঁক।

ৰামদূত অতুলিত বল ধাম॥
অজ্ঞানি পুত্ৰ পৱন সুত নামা ॥

হনুমান চালীসা পৃষ্ঠা # ১