চাৰো যুগ পৰতাপ তুমহাৰা।
হৈ পৰসিদ্ধ জগত উজিয়াৰা॥
চাৰো যুগ (সত্য যুগ, দ্বাপৰ, ত্ৰেতা আৰু কলিযুগ) ত আপোনাৰ যশ বিয়পি গৈছে। জগতত আপোনাৰ কীৰ্ত্তি সকলোতে বিৰাজমান।
সাধু সন্তকে তুম ৰখৱাৰে।
অসুৰ নিকন্দন ৰাম দুলাৰে॥
হে শ্ৰীৰামৰ প্ৰিয় সন্তান। আপুনি সজ্জনক ৰক্ষা কৰে আৰু দুষ্টক নাশ কৰে।
অস্ত সিদ্ধি নৌনিধিকে দাতা।
অস বৰ দীন জানকী মাতা॥
মাতা জানকীৰ পৰা আপুনি বৰদান পালে যে আপুনি আঠ সিদ্ধি আৰু ন বিধিৰ বৰ দিব পাৰে।
ৰাম ৰসায়নতুমহাৰে পাসা।
সদাৰহোৰঘুপতি কে দাসা॥
আপুনি নিৰন্তৰ শ্ৰীৰামজীৰ চৰণৰ সেৱক। যাৰ পৰা আপোনাৰ ওচৰত বৃদ্ধ অবস্থা আৰু অসাধ্য বেমাৰ নাশৰ ৰাম নাম’ ঔষধ আছে।
তুমহাৰে ভজন ৰাম কো পাৱে।
জনম-জনম কেদুখ বিচাৰাৱে॥
অন্তকাল ৰঘুবৰ পুৰ জাই।
জহাঁ জন্ম হৰি ভক্ত কহাই॥
আপোনাৰ ভজন কৰিলে শ্ৰীৰামজী প্ৰাপ্ত হয়। জন্ম জন্মান্তৰৰ দুখ দূৰ হয় আৰু অন্ত সময়ত শ্ৰীৰামৰ ধামলৈ গতি কৰে। আকৌ যদি জন্ম লায় আৰু ভক্তি কৰে তেতিয়া শ্ৰীৰামৰ ভক্ত বুলি কয়।
ঔৰ দেৱতা চিত্য ন ধৰই।
হনুমত সেই সৰ্ব সুখকৰই॥
হে হনুমানজী! আপোনাৰ সেৱা কৰিলে সকলো প্ৰকাৰ সুখ পোৱা যায় আৰু অন্য কোনো দেৱতাৰ আৱশ্যকতা নাথাকে।
হনুমান চালীসা পৃষ্ঠা # ৬