পৃষ্ঠা:Hanuman Salisa.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হে পবনসুত অঞ্জনি নন্দন! শ্ৰীৰামদূত।
আপোনাৰ সমান দ্বিতীয় বলবান নাই।
মহাবীৰ বিক্ৰম বজৰঙ্গী।
কুমতি নিবাৰ সুমতি কে সঙ্গী॥

 হে মহাবীৰ বজৰঙ্গবলী। আপুনি অতি পৰাক্ৰমী, আপুনি মনৰ কুবুদ্ধি দূৰ কৰে আৰু সৎ বুদ্ধিৰ লোকৰ সহায়ক হয়।

কাঞ্চন বৰণ বিৰাজ সুবেসা।
কানন কুণ্ডল কুঞ্চিত কেশা

 আপুনি সোনালী ৰং, সুন্দৰ বস্ত্ৰ, কানত কুণ্ডল আৰু কেকোঁৰাচুলিৰে সুশোভিত হৈ থাকে।

হাথ ব্ৰজ ঔৰ ধ্বজা বিৰাজৈ।
কাঁধে মুজেঁ জনেও সাজৈ॥

 আপোনাৰ হাতত ব্ৰজ আৰু ধ্বজা আছে আৰু কাঁন্ধত মূৰ্জৰ লগুনেৰে শোভিত হৈ আছে।

শঙ্কৰ সুবন কেশৰী নন্দন।
তেজ প্ৰতাপ মহা জগ বন্দন॥

 হে শঙ্কৰৰ অৱতাৰ। হে কেশৰী নন্দন। আপোনাৰ পৰাক্ৰম আৰু মহান যশৰ কথা সংসাৰত প্ৰচাৰ হৈ আছে।

বিদ্যাবান গুণী অতি চাতুৰ।
ৰাজ কাজ কৰিবে কো আতুৰ॥

 আপুনি অতি বিদ্যাবান হৈ গুণবান, হৈ আৰু অতি কাৰ্য্যকুশল হৈ শ্ৰীৰামৰ কাৰ্য্য কৰিবলৈ সদায় আতুৰ হৈ থাকে।

প্ৰভু চৰিত্ৰ শুনিবেকো ৰসিয়া।
ৰাম-লক্ষণ সীতা মন বসিয়া॥

 আপুনি শ্ৰীৰামচৰিত শুনি আনন্দ ৰস পাই। শ্ৰীৰাম, সীতা, লক্ষণ আপোনাৰ হৃদয়ত বসবাস কৰি আছে।

হনুমান চালীসা পৃষ্ঠা # ২