শঙ্কৰদেৱ/পঞ্চম আধ্যা

ৱিকিউৎসৰ পৰা

[ ৭৬ ] প্ৰচণ্ড শবদে উথলিল জলৰাশি॥ উৰ্ম্মিৰ আন্দোলে জল প্ৰলম্পিল পুনু। চবভিতি গৈল জল গজশত ধনু॥ অনন্ত বীৰ্য্যৰ ইটো কোন অদভুত। পাছে আডম্বৰে কৃষ্ণে ক্ৰীড়িলা বহুত॥ দুই বাহু দণ্ডে ডাম্ফি মাৰি মহাৰঙ্গে। উথলান্ত জল যেন প্ৰমত্ত মাতঙ্গে॥ চোটত অটাস যেন ত্যজে হয় ও৷ যায় দশোদিশ তাৰ শবদ প্ৰচণ্ড॥” ইত্যাদি

——০০——

পঞ্চম আধ্যা।

 দশম আৰু কীৰ্ত্তনৰ বাহিৰেও মহাপুৰুষ শংকৰদেৱে আৰু অনেক পুথি ৰচনা কৰিছিল , তাৰ ভিতৰৰ খনচেৰেকৰ মাথোন উল্লেখ ইয়াত কৰিম৷ বহু স্বন্ধ ভাগৱতৰ আগছোৱা অজামিলোপাখ্যান শঙ্কৰদেৱে কৰিছিল। ,শেহছোৱা বৃত্ৰাসুৰ বধ অনন্ত কন্দলিয়ে কৰিছিল।

 শঙ্কৰদেৱৰ দশম আৰু আন আন পুথিৰ দৰে একাদশ স্কন্ধও সুললিত ভাষাত ৰচিত৷ উদ্ধৱৰ আগত জ্ঞানযোগ, ক্ৰিয়াযোগ আৰু ভক্তিযোগ নিৰূপণ পৰমাৰ্থ নিৰ্ণয, সম্বাদি গুণৰ বৃত্তি নিৰূপণ, সংখ্যাযোগ কথন, তত্বসম্বন্ধে নানামতৰ বিৰোধ ভঞ্জন, দ্ৰব্যাদিৰ গুণদোষ বিস্তাৰ কথন, মঙ্গল সকলৰ ভেদ নিৰ্ণয, যতিধৰ্ম্ম নিণয়, বৰ্ণাশ্ৰম ধম্ম কথন, মহাবিভৃতি কথন, আণিমাদি অষ্ট সিদ্ধি কথন, সাধনেৰে সৈতে ধ্যানযোগ বৰ্ণন, সাধুসঙ্গ মহিমা আৰু কৰ্ম্মানুষ্ঠান কৰ্ম্মত্যাগৰ বিধি, বন্ধমুক্তাদিৰ লক্ষণ, অষ্ট গুৰুৰ বিষয় বৰ্ণন, নিমি [ ৭৭ ] পঞ্চম আধ্যা ৭৭ নৱসিদ্ধৰ সংবাদ, তবুল ধবংস, কুন্ধৰ বৈকুণ্ঠ । প্ৰয়াণ আদি মুল। একাদশ স্বন্ধ ভাগৱতত যি যি ভঠে হে কঠিন আ গতাৰ ‘অষধবোৰৰ সাৰাংশ প্রাঞ্জল ভাষাত চমুকৈ শঙ্কৰদেৱে তেওঁৰ কত একাদশ স্কন্ধত এনেকৈ ৰচনা কছে যে পণ্ডিত মুখ জ্ঞানী অজ্ঞানী সকলোৱে যেন অনাঘসে সেইবোৰ বজব পাৰে। আৰূহ। এঞ্চোধ্য জ্ঞানৰ কথাৰে মূল একাদশ সন্ধান এ P । একো অধ্যায়ৰ [ ওঁ পাঠ, ছয় ফাকি পদেৰে উজুকে কে নিষ্ঠে । তলত উদাহৰণ স্বৰূপে টকছুমান তুলি দিলে ,- কুৎই উদ্ধৱক কৈছে, - “আই দেখ মাখাময় সব স্বপ্ন সম । পৰিষা লেখি দৰ কৰা মতিভ্ৰম । জ'ন কত ভকতি বাহুলো ।

  1. fত তাঁ। ভকতি পৰম পদ্ধ দিলে । পৰিছেদ ৷ .. নাছাৰে। ।

এক শ্যেক ড:নে প্রতিদিনে। জ্ঞানতো নাহিকে গতি ভকতি বছনে ..মই বিনে ভকতে নিfচ3ে fকছু আন । ময়ে ভকতক বিনে নজানোহো আন । .. মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক । তক তৰ ধূল পৰি প বত্র প্রত্যেক । । লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে । নোচোৱথ মোৰ ভকতক একো দোষৈ। । তপ জপ সন্ন্যাস পৰম মহাদানে । নাপারে আমাক সখি যোগ মহাজ্ঞানে | কেৱলে ভকতি এক মোক কৰে বখ্য । কহিলে। উদ্ধৱ । ইটে৷ তোমাত ৰহস্তা ” উদ্ধৱে আকে৷ প্ৰশ্ন কৰিছে, -'ভকতি পশ্ৰম গতি জানিলোঁ নিশ্চয়। । ছেদিয়োক দেৱ উনাই মনৰ সংশয় ॥ বিষয়ক পৰম সাপৰ হেন জানি। তথাপিতো আাক কিম্ব নেৰে একো প্ৰাণী ॥ মাৰন্তে ভুঞ্জহে তেবে নিগুণ কুকুৰ । তথাপি উচ্ছিষ্ট ভুঞ্জে ত্যজি [ ৭৮ ] ৭৮ শঙ্কৰদেৱ । নাঘাষ দূৰ ॥ কাটিবাক আনন্তে নিৰ্গত যেন ছাগ । লাথি পায়ো গাধ গভীৰ নেৰে লাগ । . তোমাক নভজি কিয় আত্মাঘাত কৰে। | কৃষ্ণই উত্তৰ দিছে,--“মাধৱে বোলন্তে সখি গুনা পৰিছেদ৷ । পচে সবে মাত্ৰ যেবে অ্যানি চৰি বেগ কৰিব নোৱাৰে মোত তথাপি ভকতি। নলবয নবে যেৰে সন্তৰ সঙ্গতি । কৰ্ণত । কহন্ত কষ্ণকথাগোপ্য কৰি। নাতিকে উপায় সপি সৎসঙ্গত সৰি । আমাক নপাৱে মহাজ্ঞানী কৰ্ম্মা লোক । সাধু-সঙ্গে 'অৱশ্যকে বত্য কৰে মোক | নপাৱয় মোক যোগ যাগ যজ্ঞ দান । মহামন্ত্ৰ জি কোটি শত তীৰ্থ স্নানে ॥ নপারে আমাক এক দশা উপবাসে : নকৰয় বখ্য মোক পৰম সন্ন্যাসে । আন কৰ্ম্ম কৰিয়া মিছাত মৰে লোক । ভকতৰ সঙ্গে শেষে মাত্ৰ জানে যোক দেৱতে । তাৰ্থতে৷ কৰি ভকতে’স বৰ { ভকতৰ সঙ্গ পালে গুচে কৰ্ম্ম। জড # .... এক মোত মাত্ৰ তুমি লয়োক শৰণ। নকৰিবা ভয় মন্ট কৰিবেঁ। বক্ষণ ॥ . . সব ধৰ্ম্ম এৰি এক শণ সাক্ষাত * । সুন্দদ বিশ্বাস সখি লৈয়োক আমাত। উদ্ধৱে শুধিচে–হে প্ৰাণনাথ মোক কতিয়া বুজাই । ঋষি । সকলৰ কিয় । এক মতি নাই বেঁহো বোলে কর্মে, কেহে৷ বোলে ফ্রানে গতি । তোমাৰ সম্মত পথ পৰম ভকতি ॥ এক বেদ বাক্য কিয় মত ভৈল ভেদ| কিঙ্কৰ কেশৱ সংশয় কৰা ছেদ ॥ কৃষ্ণাই উত্তৰ দিছে—“......বাৰ যেন মতি কৰে বেদক । ব্যাখ্যান । নিজ অর্থ । ভকতিক ত্যজি বুজে আন । কেহো । ' সৰ্ব ধৰ্ম্মাদৃ পৰিতাজা মামেকং শৰণং ব্ৰজ ।”—গীত৷ [ ৭৯ ] পঞ্চম আধ্যn { ৭৯ বোলে বেদে কৰে যজ্ঞ ব্ৰত দান । কতো বোলে ক্ষুদ্র দেৱ পূজা তীর্থস্নান ॥ কতো বোলে বেদে ক৯ে স্থানতেসে গতি ।। গুণৰ আচ্ছাযে বুজে যাৰ যেন মতি । কতে ' মন্দমতি শাস্ত্ৰ নকৰে। ‘প্ৰসাৰ। । কৰে ধৰ্ম্ম কন্তু পুৰুষ স চাৰ । লয় কতো তাক এৰি পাষ ও মতি। যায় লোক পা্য আধা মাধাগতি । নাছৰ বগক শোক দুখে প্রতি বিনে । জ্ঞানহে। না সকে গন উকলি <ানে । । ‘‘জ্ঞান গতি কয় বেদ, লৈয়ে ত্যৰ দ-প্ৰচেদ, ৬ ছে জ্ঞান ভকতিৰ মাজে । ভকতি কৰন্তে জান, আপুনি ওপজে জ্ঞান, ..। { রথ পুছিলা ৰাণী, তাক শুনা মহ'মানী, ঘটে। নাম নধৰে আমাৰ ম গোৱাহ বৃথা নুশুনে আনা কথ , তাৰেসে কৰ্ম্মৰ অধিকাৰ । চিত্তে যিটোজন, কথ। কৃথ। বৃথ । মন, তাৰ কৰ্ম্ম সকলা বিফল। লেকে। নাথাকে বই, তেতিক্ষণে ঘায়, ব: , এওঁৱা ঘটৰ যেন । জ" ॥ ইটে। কথ। সাবেসাৰ, জ্ঞানজ কৰ্ম্মত , নকৰিব বিশ্বাস “কঞ্চিত । শ্ৰৱণ কীৰ্ত্তন কৰাৰ স্থতে সংসাৰক তৰা, দিয়া মোৰ চৰণত চি৩ ॥ তপ জপ যজ্ঞ দান, যিটো ফল মহাথানে, জ্ঞান বৈৰাগ্যত মহাফল । যিটো হৰিনাম গাৱে বসি সবে সুখ পাৱে, দেখ৷ সবে ভকতিৰ বল ॥" উদ্ধৱৰ। প্রশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে। “ন দেৱ ধৰ্ম্মক কৰিয৷ পৰিহাব। মোতে মাত্র একনিষ্ঠ মতি ভৈল যাব ॥ বিজনে জানিলে মই পৰম বান্ধৱ । তাহাক বোলয় শম শুনিয়ো উদ্ধৱ ॥ মোৰ নাম চিত্মতে যেখনে কৰে অ’ । জানিবা৷ উদ্ধৱ । সখি তাক বুলি দম ৷ মোত চিত্ৰ দিয়া যিটোজন মহাশয় । [ ৮০ ] = শঙ্কৰদেৱ ! হানি তপমান শোক দুখক সন্থ ॥৷ তাৰ নাম মৃ মা তুমি জানিব।। উদ্ধৱ ।। মোত চিত্ত দিয়া ত্যজে ভোগ অভিলাধ। । জান। তাৰ নাম মঠ। আপ অবিনাশ ॥ সমস্ত জগত যিটে। দেখে । হৰিময় । তাৰ নাম সত্য সখি জানিবা নিশ্চয় ॥ যোক জানি যিটোজমে ত্যজে কয় মল। তাকেসে বুলিয শৌচ জানা মহাবল। ঈশৰ । প্র:নন্ত যিটে। দেয় উপদেশ হাকেসে দক্ষিণা ধুলি নাস্তিকে সনৈত ॥. .. তাকেসে বুলিয় জ্ঞান দেখে , ভৰিষয় । মোক জানি । ঘিটে, কাম বক্ত নিবৰ্ত্তয় ।। ৩ জানে যিটো ধটো কৰ্ম্ম ধৰ্ম্ম মোৰ । বন্ধ । তাক এৰি কৰৈ মোৰ সেৱাক প্ৰৱন্ধ । নপঢ়িলে । শত্ব স্ব একো নপাৰে পণ্ডিত । তথাপি জানিবা সৰ্প সেহিসে পণ্ডিত ॥ আমাক চিনাৱে যিটে৷ গুৰু কৃপাময় । গেদিসে পৰম বন্ধ । জানিবা নিশ্চয় ! মোত চিন্ত দিলে fয৫৮ 'মিলয় । সেটি স্বৰ্গফ্লপ সখি জানিবা নিশ্চয় । কাম ক্ৰোধে অন্ধ যেবে কণে পুৰুষক । মোক পাৰিলে মিলে ক্ষণেটেক নৰক ॥ মোহোৰ সেৱাৰ যোগ্য মনুষ্য শৰাণ । তকেসে বোলয় গৃহ জান। মঞ্চাধীৰ ॥ নকলে কঁতি যোত । ষ্ট নাচি যাৰ। তাকে বুলি । দৰিদ্ৰ 'অধম কুলাঙ্গাৰ । হক ও যথাত থাকে যেহি পুণ্যভূমি। ঘোৰ কথ¥ ঘথাই নি গু ণ সেটি থান । ঈশ্বৰক জানিলে নিগুণ । হোৱে জ্ঞান ৷ বোলয় নৈপু ণ শ্ৰদ্ধা মোহোৰ সেৱাৰ । নি ৭ গতিক পাৱে ভকতে সামাৰ। . ভকতৰ সঙ্গ সখি লৈয়া প্রথমত । শ্ৰবণ কীৰ্ত্তন মোৰ কৰিব সতত ॥। অনেক একত্র হুয়া কৰি হৰি ৰৱ। । কৰিবা আমাৰ মহা বাত্ৰ মহোৎসৱ ॥..... মোৰ যশ গায়া যিটোজনে ফুৰে নিত্য । মহি তাৰ চিন্তা সিটে৷ [ ৮১ ] পঞ্চম অধ}া ভল কৃতকৃত্য ॥ বাৱে হাততালি যিটে' কৰিয়া কীৰ্ত্তন। মোৰ প্ৰেম ভাৱত আন্দোল কৰে মন । ..য ও সত্যে সতো দখি তাহাত বিক্রয় ! ” ‘মোকেসে দেখিবে। মাত্র সমস্ত প্ৰাণীত । আপোনাত । দেখিবে ঈশ্বৰ অন্তৰ্য্যামী । জ্ঞ নদৃষ্টি কৰি মোক কৰিব, প্ৰণামি ॥ এাক্ষণ চণ্ডাল নিবিচাৰি জাতি কুল । মি৫৩ শত যাৰ দষ্টি ।ধ তুল ॥। মীচত সাধুত যাৰ ভৈল এক ফ্রান। তাকেসে পণ্ডিত বোলে সিসে সবঙ্গান ৷৷ কুকুৰ শৃগাল গৰ্দৰে আত্মা ৰাম । । এশিয় সবাকো পৰি কৰিবা প্ৰণাম ॥ সমস্ত ভুতত কৃষ্ণ বুদ্ধি ম২ে rর । কায়বাক্যমনে অভ্যাসিবা এহি ভাৱে ॥ সমস্ত প্ৰাণী ক দে খবাহা মোৰ সম । । উপায় মধ্যস্ত হটো আতি মুখাতম । {ঙ্গদেশ ত যি শ্ৰীমদ্ভাগৱত ছপ। হৈছে, ত{< একদ স্কন্ধৰে। { সৈতে শঙ্কৰদেৱ ৰচিত একাদশ স্কন্ধ মিলাই চালে দেখা যায়, কহ শঙ্কৰদেৱৰ পুথিত অনেক কথা আছে, বিৰোৰ মূল পুথিত নাই । শঙ্কৰদেৱে হৰিবংশ আৰু প্ৰথম আৰু তৃতীয় স্কন্ধ ভাগৱতৰপৰা সেই বোৰ কথ) আনি তেওঁ। পুথিত সুমাই তাক সম্পূৰ্ণ । কৰিছে । শঙ্কৰদেৱে নিজে ও সেই কথা স্বীকাৰ । কৰিছে। —“শুনা সভাসদ, ভাগৱত পদ, কথা একাদশ স্কন্ধ । ক্লঞ্চে ষেনে মতি, দিলও সম্প্রতি বিৰচিলোঁ। পদবন্ধ ॥ ঘিৱ প্ৰস্তাৱত, আনো শাস্ত্ৰমত, দিলে। কিছু ঠাই ঠাই । তাক নিনিন্দিবা, বিচাৰি দেগিব, শাস্ত্ৰ পূৰ্ব্বাপৰ চাই ॥ মোৰ বাকা বুলি, নেৰিবা সমূলি, কৃষ্ণৰ গুণসকল । যদি গঙ্গাজল, কর্ঘমে মিলিল, তাতে আছে মহাফল ॥প্রথম স্কন্ধ ভাগৱতৰপৰা কুঁতৰাষ্ট্ৰৰ সংসাৰ ত্যাগ. অৰ্জ্জুনৰ প্রতি ৬ [ ৮২ ] শঙ্কণদেৱ । যুধিষ্টিৰাজিৰ কুশল প্রশ্ন, যুধিষ্ঠিৰাদিৰ স্বর্গারোহণ ; তৃতীয় স্বন্ধাৰ. পৰা উদ্ধৱ-বিহুৰ সংবাদ, মৈত্রেযৰ ওচৰলৈ । বিদুৰৰ গমন, ইত্যাদি কথা শঙ্কৰদেৱে তেওঁৰ একাদশ ঘত দি বহিব লাগে। বহুৱাই দি তাক সম্পূৰ্ণ কৰিছে । বাস্তবিক পক্ষত দেখা যায়, যে যত যত যি যি কথা শঙ্কৰদেৱে তেওঁৰ একাদশত সুমাই দিছে সেইবোৰ কথাই একাদশখন সম্পূৰ্ণ কৰি সৰ্বাঙ্গৰ হে কৰিছে মাথোন। যেনে,—মুলত কৃষ্ণই দাৰুকক কৈছে যে “তোমালোক মোৰ আগত বোপাতৰে সৈতে অন্তর্ভুন-প্ৰক্ষিত ¢ৈ হট্ৰন্থলৈ ৯ৈ তাত থাকিব।। ইয়াৰ পিছত শেহৰ অধ্যায়ত "াছে - ‘প্ৰিয়তম সখা শ্ৰীকৃষ্ণ বিহত বা তৰ তাতঘুনে যথার্থ বাক্যসমন্বিত রূঞ্চগতি দ্বাৰা নিজক সান্তনা ক«িলে। নিছন্ত নষ্টবংশ বন্ধুসকলক যথাক্রমে পিও জলদি fদখালে । ... ধনঞ্জয়ে হতাবশিষ্ট স্বী, বালক আক বৃদ্ধ । সকলক লৈ তন্ত্র প্রস্তু সোনাই তাত বক্তক অভিষেক কৰিলে । অজুনৰ মুধে গ্রহধ শুনি, স্তে ৰাজন ! (পৰীক্ষিত) তোমাৰ পিতামহসকলে তোমাক বধৰ কৰি মগাপ্ৰস্থান কৰিলে।” এই কথাতে মূল একাদশ শেষ হৈছে। শঙ্কৰদেৱে তেওঁৰ একাদশত, অৰ্জ্জুনে দ্বাৰকালৈ সাহি কেনেকৈ শোক কৰিছিল, আৰু তাৰপৰা কৃষ্ণৰ পত্নীসকল, উগ্রসেন, বন্ধুদেৱ। আদি যাদৱসকাগৰে সৈতে আহি প্রভাপত কেনেকৈ মৃতকসকলৰ প্ৰেতকাৰ্য্যাদি কৰাইছিল, আক গাতে উগ্ৰসেন, বসুদেৱ দৈবকী ৰোহিণীআৰু ৰুক্সিণী অাদি কৃষ্ণৰ প্ৰধান অষ্ট মহিষীৰ মৃত্যুৰ পিস্থত বালক, বৃদ্ধ আক কৃষ্ণৰ আন বিধৱা পীসকলক লগত লৈ [ ৮৩ ] পঞ্চম আধ্যা ৮৩ আহোতে বাটতে তেওঁক কিলাই গৰখীয়া গুরালসকলে কেনেকৈ কুঞ্চ পত্নীসকলক তেওঁৰ হাতৰপৰা কাট লৈ গলত সেই পদ্মা সকলে প্ৰাণত্যাগ কৰিলে, কেনেকৈ হচ্ছিনাত আমঙ্গল মিলিলি, কেনেকৈ সুধিষ্ঠিৰাদি পাণ্ডৱে অঙৰ্ভনর মুখে কৃষ্ণৰ মৃত্যু আৰু তেওঁৰ বংশ ধবংসৰ কথা রনি কৰি বিঘ’কুল হৈ মই প্ৰস্তার কৰিলে, কেনেকৈ তাৰ । ভাগষে বিক্ৰৰেৰ সৈং’ত মমুনাৰ তীৰত উদ্ধৱৰ দেপা হৈছিল । আৰু বিডৰে উমিপুৰলৈ মাতি ধু তৰাই । জাক গান্ধাৰীক লৈ গল, ইত্যাদি বিষখন নিস্তাৰিত বৰ্ণনা কৰিছে । এম দেহধ শুথি পঢ়িলে, ইয়াৰ পিছত "অমুকৰ কি হল, তা 'ত তমক খ কি হল, এনে সাকামা। অপূৰ্ণ হৈ নাথাকে। বদদেরে তেওঁৰ নি'র কল্পনাৰে দোঁবোৰ আনি তা ত সুমোৱ। নই ; প্ৰথম আক তেীয় স্বন্ধ স্থাপিধ অনি হে তেওঁৰ । টপ গান সম্পূর্ণ কৰিছে । *ঙ্কৰ ৰ প্ৰা'ত ভা তেওঁৰ একাদশ মল একাদশতকৈও উজ্জল কনিছে। হসমীয়া মধ্বসাধাৰণৰ অভাৱ ত’ আকাক্ষ পূৰাবলৈ, সকলোয়ে গোটেই আখ্যানটো একে সততে পাই পৰিতৃপ্তি লভিবৰ নিমিত্তেহে তেওঁ তেনে কৰিছিল। স্কনৰ একাদশত (ম কীৰ্ত্তনঘোষাতে৷} থকা বি5ৰ উদ্ধাৰৰ কথাঅৰ্জ্জুন, দৈবকীকম্মিণীযুধিষ্ঠিৰ অাবিৰ শোক, ধাৰকা আক ভক্তিনাপুৰত অমঙ্গল ইত্যাদিৰ বৰ্ণনা একে একে ডোখৰ মন্তমূলীয়া ৰসৰ নিচিনা । “কথমপি কৃষ্ণৰ চৰণে এৰি মন । সাইলা, উদ্ধৱ পাইলা গাৱত চেতন । ত্যজিলা নিশ্বাস অতি কৃষ্ণক সুমৰি । হাতে মলছিল চক্ষু চিত্ত থিৰ কৰি ৷৷ কৃষ্ণক । বিৰহ-বহ্নি দহে দেহা প্ৰাণ। কানিয়া দিলন্ত বিপ্ৰৰক সমিধান । [ ৮৪ ] ৮৪ শঙ্কৰদেৱ । কিবা কথা সোধা সখি দেখো অন্ধকাৰ । কৃষ্ণ-সূৰ্য্য অস্ত গৈল। প্রাণ যে আমাৰ ¢ কাল সৰ্পে দংশিলেক সুহৃদসকল৷ । কি কহিবো সখি আৰু আমাৰ কুশল ॥ ....বাদৱ কুলৰ কিবা মিলিল অভাগ । নাজানিল ক্লঞ্চক হাততে পাই লাগ ॥৷ একে লগে কৰে সব শয়ন ভোজন । ঈশ্বৰ বুলিযা নাজানিল একজন । ক্ষীৰ সাগৰত আছিলন্ত শশধৰ । মৎস্তে যেন বোলে ইটো এক । জলচৰ । সেহি মতে ঈশ্বৰক পাষা যন্ধুগণ। মনে মানিলেক এওঁ । জ্ঞাতি একজন ॥ । তগুণ। প্রাণীক অল্প দিয়া দৰিশন লগতে । নিলন্ত যেন লোকৰ লোচন ॥ বিঘৰৰ আগত উদ্ধৱে কৃষ্ণৰ নিযান সংবাদ দিয়এই ডোখৰ পটিপে চকুৰ পান। সামৰিব নোৱাৰি। । এই বর্ণন। যেনে ওখ তেনে মৰ্ম্মস্পর্শী। পুত্ৰৱতে অৱগৰ্ব নক‘ৰব' সfি ক।যা দেখি থাকিবাটা । কলক উপেখি ।” বিপণ হগনি তটে। আপাৰ সংসাৰ শোক উথ ভয় আত । তপত আাকাৰ । বষয বষম মাংস আছে আৰ সাজে । তাত অ্যাম্প দেই যেন বিৰাল নিলাজে { কৃষ্ণ পদ পৰশিখা আসি আছা বাপ , তোক টুট হওঁ মই পৰম নিষ্পাপ ॥। ঐ বাপ উদ্ধৱ সাৱটি ধৰা মোক । শুনি দশ গুণে উধায় উদ্ধৱৰ শোক ॥” “বোলন্ত অৰ্জ্জুনে দেপি টেন বিপৰ্য্যয় । সেই ৰথ ধভু মই সেই ধনঞ্জয় ৷ কৃষ্ণ বিনে বুথ সবে ভৈল বীৰ্য্য বল। ভয়ত স্তু । দিলে যেন নাই কিছু ফল ।” [ ৮৫ ] পঞ্চম আধ্যা ৮৫

  • কেন হেন ভৈলা ভাই তোৰ এ অৱস্থা ৷ চিৰকাল প্ৰবাসত

কিবা পাইল ছথ তত্ত্ব তোৰ নিস্তেজ মলিন দেখে মুখ । ॥ নকৰিলি প্রাণীক ভয়ত পৰিত্ৰাণ । বিপ্ৰক নিদিলি কিব। প্রতি শ্ৰত দান # অতিথিক নিদি কিব। কৰিলি ভোজন। সিজিল পাতক কিবা আগম্যাগমন ॥ নকৰিলে মালা জানে তোমাক। মহন্তে ॥ 'অধমে জিনিলে কিবা পথত 'সাস , ।” ওপৰত দিল্প এই বোৰ কেনে সুন্দৰ কোন গদয়স্পর্শী। শঙ্কৰদেরে একাদশ স্কন্ধত জটিল কথাবোৰৰ কেমৈ সৰল । পদ কৰিছে, সেই বিষয়ে গুক চৰিত্ৰত এট! উল্লেখ থক। কথালৈ । এন দিলে ই বুজিব পাৰি । কণ্ঠভূষণে শঙ্কৰদেৱক বাদত জিনিবলৈ 1স্ত্ৰ পচিবৰ নিমিত্তে কাশীলৈ গৈ তাত ব্রহ্মানন্দ আচাৰ্য্যৰ 9৮ণত বেণাক্ত পাঠ কৰিছিল। এদিন সাচার্য্য এক।াদশ স্কন্ধ । •গৱত পাঠ কৰি ব্যাখ্যা কৰি থাকোতে এটা শ্লোকৰ মানে। উলিয়াব নোৱাৰি ভাবি থক। দেখি কণ্ঠভূষণে শঙ্কৰদেৱে কৰা। একাদশৰপৰা উদ্ধৱ সংবাদন ভক্তিখোপৰ পল মাতি দিলত । মাচাাই সেই সৰল অৰ্থযুক্ত পদ শুনি সেন্ট পদ কোনে কৰা বুলি সোধাত কণ্ঠভূষণে কলে । —“উজান দেশত শঙ্কৰ নামে এজন পুকষ পৃদ্ৰ কুলত জন্ম ধৰি বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰিছে, আৰু শ্ৰীমদ্ভগৱত শাস্ত্ৰখনি সৰল পন্থাৰ কৰি স্ত্ৰী শূদ্ৰই গাব বুজিব পৰ৷ কৰি ভাঙনি কৰিছে৷ব্রহ্মানন্দ এই কথা শুনি পূৰ্ব্ব কথ। স্মৰণ কৰি কণ্ঠভূষণক কালে যে বিষ্ণুপুৰী সন্ন্যাসীয়ে ৰত্নাৱলী নামে গ্রন্থ এখন ৰচনা কৰি মোৰ হাতত অৰ্পণ কৰি কৈছিল যে পূব দিশে “ক” কাৰ আদি গ্ৰামত শ” কাৰ আদি নামে পুৰুষ এজন [ ৮৬ ] শূদ্ৰ কুলত ঈশ্বৰাৱতাৰ হব, তেওঁলৈ এই গ্ৰন্থখনি পঠাই দিবা।” এতিয়া তোমাক লগ পালো, তুমি পুথিখনি গৈ তেওঁৰ ওচৰলৈ যোৱা , তেওঁক বাদত। তুমি কেতিয়াও পৰাস্ত কৰিব নোৱাৰা; সেইদেখি আৰু পঢ়াৰ আৱহ্যক নাই; তেওঁৰ সমীপত থাকিলেই তোমাৰ সকলো জ্ঞান লাভ হব।” দশমৰ নিচিনাকৈ একাদশতে৷ কীৰ্তনঘোষা পুথিৰ ভিতৰ পদ আনেক আছে; সেইবোৰ দেখুৱাবলৈ গলে। অনেক বাটি যায় দেখি একাদশ স্কন্ধৰ কথা আমি এই খিনিতে ওৰ পেলালে।

—​​‌○—

ষষ্ঠ আধ্যা।

শঙ্কৰদেৱৰ একাদশ স্কন্ধ আদি আন আন পুধিৰ ৰচনাৰ বিষয়ে যি কথা কোৱা গৈছে, “দ্বাদশতো" দেই কথাই খাটে। দ্বাদশত—“যুগৰ লক্ষণ যুগধৰ্ম্ম চাৰি বিধ। কহিলা কলিত একো ধৰ্ম্মে নাহি সিধ। ) অধৰ্ম্মে কৰিবে আসি কলিত বিপ্লৱ। হৰি কীৰ্ত্তনেসে তাৰ পাপ পৰাভৱ। \ চাৰি বিধ প্ৰলয় কহিলে। মহাভাগ।। পৰীক্ষিত নৃপতিৰ তাতে তচুত্যাগ। সৰ্প সত্ৰ, মাৰ্কণ্ডেয় মায়া দৰিশন বেদ শাখা। ভেদ মহাপুৰুষ লক্ষণ॥' আৰু বাৰও স্কন্ধৰ সাৰ সংগ্ৰহ ইত্যাদিয়েই থকা কথাৰ সংক্ষেপ লেখ। দ্বাদশৰ কিছুমান পদ সংক্ষেপতে আজিকালিৰ অৱস্থাৰ এনে প্ৰকাশক যে তলত স্থাকিচেৰেক তুলি দিয়াৰ লোভ সামৰিব। নোৱাৰিলোঁ11 — ‘‘তাহাৰ প্ৰভাৱ হৈব তাহাৰে আচাৰ। ধৰিবে। চাৰিও জাতি ধৰ্ম্মক ৰাজাৰ॥”