পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮৪ শঙ্কৰদেৱ । কিবা কথা সোধা সখি দেখো অন্ধকাৰ । কৃষ্ণ-সূৰ্য্য অস্ত গৈল। প্রাণ যে আমাৰ ¢ কাল সৰ্পে দংশিলেক সুহৃদসকল৷ । কি কহিবো সখি আৰু আমাৰ কুশল ॥ ....বাদৱ কুলৰ কিবা মিলিল অভাগ । নাজানিল ক্লঞ্চক হাততে পাই লাগ ॥৷ একে লগে কৰে সব শয়ন ভোজন । ঈশ্বৰ বুলিযা নাজানিল একজন । ক্ষীৰ সাগৰত আছিলন্ত শশধৰ । মৎস্তে যেন বোলে ইটো এক । জলচৰ । সেহি মতে ঈশ্বৰক পাষা যন্ধুগণ। মনে মানিলেক এওঁ । জ্ঞাতি একজন ॥ । তগুণ। প্রাণীক অল্প দিয়া দৰিশন লগতে । নিলন্ত যেন লোকৰ লোচন ॥ বিঘৰৰ আগত উদ্ধৱে কৃষ্ণৰ নিযান সংবাদ দিয়এই ডোখৰ পটিপে চকুৰ পান। সামৰিব নোৱাৰি। । এই বর্ণন। যেনে ওখ তেনে মৰ্ম্মস্পর্শী। পুত্ৰৱতে অৱগৰ্ব নক‘ৰব' সfি ক।যা দেখি থাকিবাটা । কলক উপেখি ।” বিপণ হগনি তটে। আপাৰ সংসাৰ শোক উথ ভয় আত । তপত আাকাৰ । বষয বষম মাংস আছে আৰ সাজে । তাত অ্যাম্প দেই যেন বিৰাল নিলাজে { কৃষ্ণ পদ পৰশিখা আসি আছা বাপ , তোক টুট হওঁ মই পৰম নিষ্পাপ ॥। ঐ বাপ উদ্ধৱ সাৱটি ধৰা মোক । শুনি দশ গুণে উধায় উদ্ধৱৰ শোক ॥” “বোলন্ত অৰ্জ্জুনে দেপি টেন বিপৰ্য্যয় । সেই ৰথ ধভু মই সেই ধনঞ্জয় ৷ কৃষ্ণ বিনে বুথ সবে ভৈল বীৰ্য্য বল। ভয়ত স্তু । দিলে যেন নাই কিছু ফল ।”