পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

= শঙ্কৰদেৱ ! হানি তপমান শোক দুখক সন্থ ॥৷ তাৰ নাম মৃ মা তুমি জানিব।। উদ্ধৱ ।। মোত চিত্ত দিয়া ত্যজে ভোগ অভিলাধ। । জান। তাৰ নাম মঠ। আপ অবিনাশ ॥ সমস্ত জগত যিটে। দেখে । হৰিময় । তাৰ নাম সত্য সখি জানিবা নিশ্চয় ॥ যোক জানি যিটোজমে ত্যজে কয় মল। তাকেসে বুলিয শৌচ জানা মহাবল। ঈশৰ । প্র:নন্ত যিটে। দেয় উপদেশ হাকেসে দক্ষিণা ধুলি নাস্তিকে সনৈত ॥. .. তাকেসে বুলিয় জ্ঞান দেখে , ভৰিষয় । মোক জানি । ঘিটে, কাম বক্ত নিবৰ্ত্তয় ।। ৩ জানে যিটো ধটো কৰ্ম্ম ধৰ্ম্ম মোৰ । বন্ধ । তাক এৰি কৰৈ মোৰ সেৱাক প্ৰৱন্ধ । নপঢ়িলে । শত্ব স্ব একো নপাৰে পণ্ডিত । তথাপি জানিবা সৰ্প সেহিসে পণ্ডিত ॥ আমাক চিনাৱে যিটে৷ গুৰু কৃপাময় । গেদিসে পৰম বন্ধ । জানিবা নিশ্চয় ! মোত চিন্ত দিলে fয৫৮ 'মিলয় । সেটি স্বৰ্গফ্লপ সখি জানিবা নিশ্চয় । কাম ক্ৰোধে অন্ধ যেবে কণে পুৰুষক । মোক পাৰিলে মিলে ক্ষণেটেক নৰক ॥ মোহোৰ সেৱাৰ যোগ্য মনুষ্য শৰাণ । তকেসে বোলয় গৃহ জান। মঞ্চাধীৰ ॥ নকলে কঁতি যোত । ষ্ট নাচি যাৰ। তাকে বুলি । দৰিদ্ৰ 'অধম কুলাঙ্গাৰ । হক ও যথাত থাকে যেহি পুণ্যভূমি। ঘোৰ কথ¥ ঘথাই নি গু ণ সেটি থান । ঈশ্বৰক জানিলে নিগুণ । হোৱে জ্ঞান ৷ বোলয় নৈপু ণ শ্ৰদ্ধা মোহোৰ সেৱাৰ । নি ৭ গতিক পাৱে ভকতে সামাৰ। . ভকতৰ সঙ্গ সখি লৈয়া প্রথমত । শ্ৰবণ কীৰ্ত্তন মোৰ কৰিব সতত ॥। অনেক একত্র হুয়া কৰি হৰি ৰৱ। । কৰিবা আমাৰ মহা বাত্ৰ মহোৎসৱ ॥..... মোৰ যশ গায়া যিটোজনে ফুৰে নিত্য । মহি তাৰ চিন্তা সিটে৷