পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম আধ্যা ৮৩ আহোতে বাটতে তেওঁক কিলাই গৰখীয়া গুরালসকলে কেনেকৈ কুঞ্চ পত্নীসকলক তেওঁৰ হাতৰপৰা কাট লৈ গলত সেই পদ্মা সকলে প্ৰাণত্যাগ কৰিলে, কেনেকৈ হচ্ছিনাত আমঙ্গল মিলিলি, কেনেকৈ সুধিষ্ঠিৰাদি পাণ্ডৱে অঙৰ্ভনর মুখে কৃষ্ণৰ মৃত্যু আৰু তেওঁৰ বংশ ধবংসৰ কথা রনি কৰি বিঘ’কুল হৈ মই প্ৰস্তার কৰিলে, কেনেকৈ তাৰ । ভাগষে বিক্ৰৰেৰ সৈং’ত মমুনাৰ তীৰত উদ্ধৱৰ দেপা হৈছিল । আৰু বিডৰে উমিপুৰলৈ মাতি ধু তৰাই । জাক গান্ধাৰীক লৈ গল, ইত্যাদি বিষখন নিস্তাৰিত বৰ্ণনা কৰিছে । এম দেহধ শুথি পঢ়িলে, ইয়াৰ পিছত "অমুকৰ কি হল, তা 'ত তমক খ কি হল, এনে সাকামা। অপূৰ্ণ হৈ নাথাকে। বদদেরে তেওঁৰ নি'র কল্পনাৰে দোঁবোৰ আনি তা ত সুমোৱ। নই ; প্ৰথম আক তেীয় স্বন্ধ স্থাপিধ অনি হে তেওঁৰ । টপ গান সম্পূর্ণ কৰিছে । *ঙ্কৰ ৰ প্ৰা'ত ভা তেওঁৰ একাদশ মল একাদশতকৈও উজ্জল কনিছে। হসমীয়া মধ্বসাধাৰণৰ অভাৱ ত’ আকাক্ষ পূৰাবলৈ, সকলোয়ে গোটেই আখ্যানটো একে সততে পাই পৰিতৃপ্তি লভিবৰ নিমিত্তেহে তেওঁ তেনে কৰিছিল। স্কনৰ একাদশত (ম কীৰ্ত্তনঘোষাতে৷} থকা বি5ৰ উদ্ধাৰৰ কথাঅৰ্জ্জুন, দৈবকীকম্মিণীযুধিষ্ঠিৰ অাবিৰ শোক, ধাৰকা আক ভক্তিনাপুৰত অমঙ্গল ইত্যাদিৰ বৰ্ণনা একে একে ডোখৰ মন্তমূলীয়া ৰসৰ নিচিনা । “কথমপি কৃষ্ণৰ চৰণে এৰি মন । সাইলা, উদ্ধৱ পাইলা গাৱত চেতন । ত্যজিলা নিশ্বাস অতি কৃষ্ণক সুমৰি । হাতে মলছিল চক্ষু চিত্ত থিৰ কৰি ৷৷ কৃষ্ণক । বিৰহ-বহ্নি দহে দেহা প্ৰাণ। কানিয়া দিলন্ত বিপ্ৰৰক সমিধান ।