৭৮
শঙ্কৰদেৱ ।
নাঘাষ দূৰ ॥ কাটিবাক আনন্তে নিৰ্গত যেন ছাগ । লাথি পায়ো গাধ
গভীৰ নেৰে লাগ । . তোমাক নভজি কিয় আত্মাঘাত
কৰে। |
কৃষ্ণই উত্তৰ দিছে,--“মাধৱে বোলন্তে সখি গুনা পৰিছেদ৷ ।
পচে সবে মাত্ৰ যেবে অ্যানি চৰি বেগ কৰিব নোৱাৰে মোত
তথাপি ভকতি। নলবয নবে যেৰে সন্তৰ সঙ্গতি । কৰ্ণত । কহন্ত
কষ্ণকথাগোপ্য কৰি। নাতিকে উপায় সপি সৎসঙ্গত সৰি ।
আমাক নপাৱে মহাজ্ঞানী কৰ্ম্মা লোক । সাধু-সঙ্গে 'অৱশ্যকে বত্য
কৰে মোক | নপাৱয় মোক যোগ যাগ যজ্ঞ দান । মহামন্ত্ৰ জি
কোটি শত তীৰ্থ স্নানে ॥ নপারে আমাক এক দশা উপবাসে :
নকৰয় বখ্য মোক পৰম সন্ন্যাসে । আন কৰ্ম্ম কৰিয়া মিছাত মৰে
লোক । ভকতৰ সঙ্গে শেষে মাত্ৰ জানে যোক দেৱতে ।
তাৰ্থতে৷ কৰি ভকতে’স বৰ { ভকতৰ সঙ্গ পালে গুচে কৰ্ম্ম।
জড # .... এক মোত মাত্ৰ তুমি লয়োক শৰণ। নকৰিবা ভয় মন্ট
কৰিবেঁ। বক্ষণ ॥ . . সব ধৰ্ম্ম এৰি এক শণ সাক্ষাত * । সুন্দদ
বিশ্বাস সখি লৈয়োক আমাত।
উদ্ধৱে শুধিচে–হে প্ৰাণনাথ মোক কতিয়া বুজাই । ঋষি ।
সকলৰ কিয় । এক মতি নাই বেঁহো বোলে কর্মে, কেহে৷
বোলে ফ্রানে গতি । তোমাৰ সম্মত পথ পৰম ভকতি ॥ এক
বেদ বাক্য কিয় মত ভৈল ভেদ| কিঙ্কৰ কেশৱ সংশয় কৰা ছেদ ॥
কৃষ্ণাই উত্তৰ দিছে—“......বাৰ যেন মতি কৰে বেদক ।
ব্যাখ্যান । নিজ অর্থ । ভকতিক ত্যজি বুজে আন । কেহো ।
' সৰ্ব ধৰ্ম্মাদৃ পৰিতাজা মামেকং শৰণং ব্ৰজ ।”—গীত৷
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮০
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
