পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম আধ্যা ৮৫

  • কেন হেন ভৈলা ভাই তোৰ এ অৱস্থা ৷ চিৰকাল প্ৰবাসত

কিবা পাইল ছথ তত্ত্ব তোৰ নিস্তেজ মলিন দেখে মুখ । ॥ নকৰিলি প্রাণীক ভয়ত পৰিত্ৰাণ । বিপ্ৰক নিদিলি কিব। প্রতি শ্ৰত দান # অতিথিক নিদি কিব। কৰিলি ভোজন। সিজিল পাতক কিবা আগম্যাগমন ॥ নকৰিলে মালা জানে তোমাক। মহন্তে ॥ 'অধমে জিনিলে কিবা পথত 'সাস , ।” ওপৰত দিল্প এই বোৰ কেনে সুন্দৰ কোন গদয়স্পর্শী। শঙ্কৰদেরে একাদশ স্কন্ধত জটিল কথাবোৰৰ কেমৈ সৰল । পদ কৰিছে, সেই বিষয়ে গুক চৰিত্ৰত এট! উল্লেখ থক। কথালৈ । এন দিলে ই বুজিব পাৰি । কণ্ঠভূষণে শঙ্কৰদেৱক বাদত জিনিবলৈ 1স্ত্ৰ পচিবৰ নিমিত্তে কাশীলৈ গৈ তাত ব্রহ্মানন্দ আচাৰ্য্যৰ 9৮ণত বেণাক্ত পাঠ কৰিছিল। এদিন সাচার্য্য এক।াদশ স্কন্ধ । •গৱত পাঠ কৰি ব্যাখ্যা কৰি থাকোতে এটা শ্লোকৰ মানে। উলিয়াব নোৱাৰি ভাবি থক। দেখি কণ্ঠভূষণে শঙ্কৰদেৱে কৰা। একাদশৰপৰা উদ্ধৱ সংবাদন ভক্তিখোপৰ পল মাতি দিলত । মাচাাই সেই সৰল অৰ্থযুক্ত পদ শুনি সেন্ট পদ কোনে কৰা বুলি সোধাত কণ্ঠভূষণে কলে । —“উজান দেশত শঙ্কৰ নামে এজন পুকষ পৃদ্ৰ কুলত জন্ম ধৰি বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰিছে, আৰু শ্ৰীমদ্ভগৱত শাস্ত্ৰখনি সৰল পন্থাৰ কৰি স্ত্ৰী শূদ্ৰই গাব বুজিব পৰ৷ কৰি ভাঙনি কৰিছে৷ব্রহ্মানন্দ এই কথা শুনি পূৰ্ব্ব কথ। স্মৰণ কৰি কণ্ঠভূষণক কালে যে বিষ্ণুপুৰী সন্ন্যাসীয়ে ৰত্নাৱলী নামে গ্রন্থ এখন ৰচনা কৰি মোৰ হাতত অৰ্পণ কৰি কৈছিল যে পূব দিশে “ক” কাৰ আদি গ্ৰামত শ” কাৰ আদি নামে পুৰুষ এজন