পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৭৬ শঙ্কৰদেৱ { প্রচণ্ড শবদে উথলিল জলৰাশি ॥ উন্মৰ আন্দোলে তল প্রলম্পিল। পুৰু । চড়ভিতি গৈল জল গজশত ধয়ু ৷ অনশু বীৰ্য্যৰ ইটো কোন অদভুত । পাছে আডম্বৰে লুঞ্চে ক্রীড়িলা বহুত ॥ উই বাছ দ েগু ডান্দি মাৰি মহাৰঙ্গে । উথলা জল যেন প্রমন মাতঙ্গে } চোটত অটাস যেন ত্যক্ত হয় ও যায় দশোদিশ তাই পদ প্ৰচ গু ॥” ইত্যাদি == = ০:প: ২ । পঞ্চম আধ্য। দশম আ ক কীৰ্ত্তনৰ বাগিাৰ ও মহাপুৰুষ শবদেরে আক অনেক পুথ ৰচনা কৰিছিল , তাৰ ভিতৰৰ সমচেৰেক মাথোন উল্লেখ তঘাত কৰিম বঃ স্বন্ধ ৰাৱতৰ অাছোৱা অজামিলোপাখ্যান শঙ্কৰদেৱে কথি'চল । , (শতছো ব’ বুৰাসুৰ বধ, সুনন্ত কন্দলিয়ে কৰিছিল। শঙ্কৰদেৱৰ দশম তাৰু । আন আন পৃথিৰ দৰে একাদশ স্বান্ধ ও সুল“লত ভাষাত ৰচিত উদৰ আগত । জ্ঞানযোগ, ক্রিয়াযোগ মক ভক্তিযোগ নিরূপণ পৰমাৰ্থ নির্ণয, সম্বাধি গুণৰ বৃত্তি নিৰূপণ, স“প্যাযোগ কথন, তত্বসম্বন্ধে নানামতৰ বিৰোধ ভঞ্জন, দ্রব্যাদিং গুণদোষ বিস্তাৰ কথন, মঙ্গল সকলৰ ভেদ নির্ণর্য, ঘতিধৰ্ম্ম নিণা, । বর্ণাশ্রম ধন্য কথন, মহাবিস্তৃতি কথন, আাণিমাদি অষ্ট সিদ্ধি কথন, সাধনেৰে সৈতে ধ্যানযোগ বৰ্ণন, সাধুসঙ্গ মহিম। আক কৰ্ণামুষ্ঠান কৃত্যাগৰ বিধি, বম্বমূ কাদিৰ লক্ষণঅষ্ট গুৰুৰ বিষয় বর্ণন, নিমি