এজন সঁচা মানুহ
এজন সঁচা মানুহ
অকণিৰ পুৰস্কাৰপ্ৰাপ্ত জীৱনী গ্ৰন্থ
নীলিমা বৰা
AJAN SACHA MANUH — A Short biographical Sketch of Jyotiprasad Agarwalla written by Sri Nilima Borah, M. A and Published by Phulendra Kumar Baruah on behalf of BANPHUL Guwahati - 5
Price Rs. 10.00 only
[BP][SB][02]
প্ৰকাশক :
শ্ৰীফুলেন্দ্ৰ কুমাৰ বৰুৱা
বনফুল
জি, এম, চি ৰোড, ভঙাগড়
গুৱাহাটী-৭৮১০০৫
© লেখক
বনফুল সংস্কৰণ : ২০০৫, জানুৱাৰী
মূল্য : ১০.০০ টকা মাত্ৰ
মুদ্ৰক :
বৰ্ণালী
জি, এম, চি ৰোড
ভঙাগড়
গুৱাহাটী- ৫
থোৰতে—
অকণিহঁতৰ হাতত তুলি দিবলৈ ওলাইছো এজন সঁচা
মানুহৰ কাহিনী— জ্যেতিষ্ময় জ্যোতি প্ৰসাদ আগৰৱালা।
অকণিহঁতৰ প্ৰাণত মাতৃভূমিৰ প্ৰতি প্ৰেমভাৱ অঙ্কুৰিত
কৰাৰ উদ্দেশ্যেই বহুমুখী প্ৰতিভাৰ গৰাকী জ্যোতি প্ৰসাদ
আগৰৱালা দেবৰ এটি থূলমূল আভাস ডাঙি ধৰা হৈছে।—
এই ক্ষেত্ৰত নানা কিতাপ, বাতৰি কাকত আদি অধ্যয়ন কৰা
হৈছে।
অসমভিত্তিত পুৰস্কৃত পাণ্ডুলিপিটি দহবছৰমান পৰি
আছিল। শ্ৰদ্ধেয় শ্ৰীযুত ফুলেন্দ্ৰ কুমাৰ বৰুৱা দেৱে প্ৰকাশৰ
দায়িত্বটিৰে হাত পাতি লোৱাত তেখেতক মোৰ আন্তৰিক কৃতজ্ঞতা জনালো।
ত্ৰুটি মাৰ্জনাৰে—
জোনাকপুৰ
নীলিমা বৰা
গুৱাহাটী- ১৬
সূচী
| ১৷ এজন সঁচা মানুহ | — | ৫ | ||
| ২৷ জন্ম পৰিচয় | — | ৬ | ||
| ৩৷ শিক্ষা জীৱন | — | ৭ | ||
| ৪৷ বিদেশত জ্যোতি প্ৰসাদ | — | ৯ | ||
| ৫৷ সংগ্ৰামী জ্যোতি প্ৰসাদ | — | ১১ | ||
| ৬৷ সংস্কৃতিৰ পূজাৰী জ্যোতি প্ৰসাদ | — | ১৬ | ||
| ৭৷ অসমৰ প্ৰথম বোলছবি নিৰ্মাতা জ্যোতি প্ৰসাদ |
— | ১৯ | ||
| ৮৷ জীৱনৰ শেষক্ষণত জ্যোতি প্ৰসাদ | — | ২৩ |
