সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


১৮ অধ্যায়


সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ ।


পদ ।

প্ৰস্ৰৱণ নামে গিৰি নেত্ৰ অনুপাম ।

বাৰিষা কালত সিটো বঞ্চিবে উত্তম ॥১

লক্ষ্মণে নিৰ্ম্মিলা বাসা নদী সন্নিহিতে ।

দুই ভাই চাৰি মাস বঞ্চিলা তহিতে ॥২

শ্ৰাৱণ মাসত মুখ্য বাৰিষাৰ কাল ।

দিনান্তে আন্ধাৰ মহা মেঘে কোলাহল ॥৩

সুৰভি শীতল আতি দক্ষিণৰ ৰাৱে ।

কোকিলৰ কুহুনাদে নিদ্ৰাক যোগাৱে ॥৪

প্ৰমত্ত ভ্ৰমৰে যেন মালতীক শোষে ।

বিৰহিনী নাৰীৰ বিৰহ চিত্তে ত্বোষে ॥৫

মেঘৰ গৰ্জ্জন শুনি মৈৰা কৰে নাদ ।

সীতাক সুমৰি ৰামে কৰন্ত বিষাদ ॥৬

কৈক গৈল সীতা মোৰ বচন অমৃত ।

প্ৰাণেশ্বৰী অবিহনে নৰহয় চিত্ত ॥৭

স্বভাৱে বৰিষা কালে কাম আতিৰেক ।

এক গোটা দিনে যাই এক বৰিষেক ॥৮

ৰাঘৱে বোলন্ত লখাই নসহে পৰাণ ।

শৰীৰক দহে মদনৰ পঞ্চবাণ ॥৯

চম্পক মালতী গন্ধে হৃদয় নসহে ।

প্ৰাণ সঙ্কলয় যেন সীতাৰ বিৰহে ॥১০

লক্ষ্মণে বোলন্ত দাদা তেজিয়ো বিকল ।

আতিশয় শোকে হৈব শৰীৰ দুৰ্ব্বল ॥১১

বলিষ্ঠ ৰাৱণ স্থূল পৰ্ব্বত যেহেন ।

দুৰ্ব্বল শৰীৰে তাক যুঝিবাহা কেনে ॥১২

প্ৰবল অগনি যেন দহে তৃণবন ।

সহজে জ্বলন্ত সখা হোৱন্ত পৱন ॥১৩

দীপৰ অগনি নিমাৱন্ত সেহি বাৱে ।

সুহৃদ জনৰ হোৱে তেনেই স্বভাৱে ॥১৪

সন্তাপ এৰিয়া দদা নকৰিও শোক ।

অমৃত সমান ফল মূল ভুঞ্জিয়োক ॥১৫

বাৰিষাৰ প্ৰস্ৰৱণ গিৰিতে আছন্ত ।

সুগ্ৰীৱক নিতে হনুমন্ত চিৱৰন্ত ॥১৬

মাৰুতিয়ে বোলন্ত সুগ্ৰীৱ মহাৰাই ।

কাৰ্ত্তিক নিবৰ্ত্তি গৈল হেন নুযুৱাই ॥১৭

নৈয়ো আসি খোজন্তে আপুনি যেবে যাই ।

তেবেসে মিত্ৰৰ হন্তে কল্যাণক পাই ॥১৮

ৰাম মিত্ৰ ভৈল তিনি ত্ৰৈলোক্যৰ সাৰ ।

যাত হন্তে ভৈলা তুমি দুৰ্গতি উদ্ধাৰ ॥১৯

পটেশ্বৰীগণ পাইলা গুচিল বিপদ ।

যাহাৰ প্ৰসাদে তুমি পাইলা ৰাজপদ ॥২০

হিতবোল শুনাঁ এৰিয়োক ৰাজভোগ ।

সততে পাইবাহা নাৰীগণ উপযোগ ॥২১

সুখে দুখে যাহন্ত বীৰত্ব নুযুৱাই ।

ৰামে খেদি আসিলে ভালৰ চিহ্ন নাই ॥২২

সম্পদ সময়ে হিতাহিতক নজানি ।

ৰাজভোগ এৰিয়া শুনিয়ো হিতবাণী ॥২৩

এহিমতে পাত্ৰগণে হিত বুলিলন্ত ।

কটাক্ষে সুগ্ৰীৱ বীৰে গৰ্ব্বে থাকিলন্ত ॥২৪

গৈল অগ্ৰাহয়ণৰ দিবস কতিপয় ।

অৰুণ নয়নে ৰামে ক্ৰোধিয়া বোলয় ॥২৫

দেখিলা লক্ষ্মণ ভাই বানৰৰ নয় ।

সবে গুণে পিঠি দিয়া এখনো নাসয় ॥২৬

আপুনি সুখতে আছে মোহোৰ বুৰিল ।

নিলাজ বানৰ সব গুণ পাসৰিল ॥২৭

মিত্ৰ খুজি পাইলোঁহো বনৰ পশুজন ।

জলে ৰেখা দিলে যেন গুছে তেতিক্ষণ ॥২৮

কিষ্কিন্ধাক লখাই তুমি কৰিয়ো পয়াণ ।

সহজে লটক বানৰক ধৰি আন ॥২৯

পণ্ডিত জনক যেন ভাণ্ডি গৈল বোৱে ।

বটালী নকাধে যেন বিনা হাঠুৰিয়ে ॥৩০

ৰামৰ বচন শুনি লক্ষ্মণৰ খঙ্গ ।

মাৰোঁ বানৰক আজি ক্ষুদ্ৰসে পতঙ্গ ॥৩১

তোমাক ভাণ্ডিল দাদা হেৰ আসো বুলি ।

কিষ্কিন্ধা নগৰী পাইয়া কৰয় ধুন্ধুলী ॥৩২

বালীক মাৰিলা তুমি সিটো ভুঞ্জে ৰাজ ।

তুমি ঘোৰ বনে সিটো ধৌলিৱৰ মাজ ॥৩৩

ধান্যক পীড়িয়া বিনাই বনে থাকে জৰি ।

গৃহস্থৰ গলে কণ্ঠা লাৰি কত পৰি ॥৩৪

স্বৰূপ বোলোঁহো নোবোলোঁহো মিছাবাজি ।

বানৰ কুলৰ যম হুইয়া যাওঁ আজি ॥৩৫

শৰে হানি পেলাইবোঁহো সুগ্ৰীৱক চেদি ।

বানৰ ৰুধিৰে বহাইবোঁহো ঘোৰ নদী ॥৩৬

শ্ৰীৰামে বোলন্ত লখাই শুন ৰাজনয় ।

গম্ভীৰ চৰিত্ৰে কায বেণ্টু নগনয় ॥৩৭

সৰসে টনকে যেবে নাসে মোৰ পাশ ।

নিষ্ঠুৰ বচনে লগাইবাহা গৰ্ভত্ৰাস ॥৩৮

যিটো শৰে বালীৰাই গৈলা যমপুৰ ।

বুলিবা সম্প্ৰতি তূণে আছে সেহি শৰ ॥৩৯

একে শৰে শ্ৰেষ্ঠ ভাই মৰিল তোহাৰি ।

তুমি পুনু মৰিবাহা পুত্ৰ পৰিবাৰি ॥৪০


১৯ অধ্যায়
দুলৰি ।

ৰামক প্ৰণামি,       লক্ষ্মণ কুমাৰ,

চলিলা অন্তেষপুৰ ।

চৰণ প্ৰহাৰে,       পৃথিবী কাম্পায়,

মেদিনী মেলয় চিৰ ॥১

সক্ৰোধ নয়নে,       সত্বৰ গমনে,

অন্তেষপুৰক পাইলা ।

হাতে বৃক্ষ শিলা,       পৰ্ব্বত ধৰিয়া,

প্ৰচণ্ড বানৰে ধাইলা ॥২

নগৰীৰ মাজে,       দাৰি দূৰি লাগি,

বানৰৰ হূলস্থূলি ।

পাত্ৰ মেলেকক,       অঙ্গদে পঠাইল,

ৰাজাত জনাওঁ বুলি ॥৩

তাৰা দেৱী সঙ্গে,       আছে মন ৰঙ্গে,

ৰাজাক লাগ নপাইল ।

নগৰী ৰাখিবে,       লাগি হনুমন্তে,

অনেক সৈন্য চলাইল ॥৪

একোহো বানৰ,       পয়ানে চলিল,

হস্তীৰ যেন প্ৰমাণ ।

কতোহো শতেক,       কতো সহস্ৰেক,

বানৰে কৰে পয়ান ॥৫

হাতে বৃক্ষ শিলা,       উপাৰি ধৰিলা,

কোটি অসংখ্যাত ধাইল ।

লক্ষ্মণ বীৰৰ,       মূৰ্ত্তিক দেখিয়া,

বানৰ ভাগি পলাইল ॥৬

কতো ভয় হন্তে,       থমকি থাকিল,

কেহো বোলে লওঁ প্ৰাণ ।

কেহো বোলে আক,       দিওঁ বৃক্ষ জাক,

পৰ্ব্বত শিখৰ মান ॥৭

ধনুত টঙ্কাৰ,       কৰিয়া লক্ষ্মণে,

বানৰ বল ডাকিল ।

সিংহ দৰশনে,       মৃগ হুয়া যেন,

বানৰ বল ভাগিল ॥৮

পাত্ৰ মন্ত্ৰীগণে,       ইঙ্গিতে জানিয়া,

ৰাজাত গৈয়া জনাইল ।

আনো কেহো নহে,       খৰতৰ বেগে,

লক্ষ্মণ বীৰেসে আইল ॥৯

হনয়ো বোলন্ত,       তৈসানি বুলিলো,

আপুনি চলি যাইয়োক ।

সদ বুদ্ধি মানে,       আশু নফলিল,

তাহাৰ ফল পাইয়োক ॥১০

সুগ্ৰীৱে বোলন্ত,       শুন হনুমন্ত,

শুনা সবে কপিগণ ।

ইন্দ্ৰকো জিনিবে,       সামৰ্থ আছয়,

আছোক ৰাম লক্ষ্মণ ॥১১

সাতো পৃথিবীৰ,       ভালকু বানৰ,

যোগাৱে মানিক গন্ধ ।

আগক চাহন্তে,       গুনন্তে গাঠন্তে,

পাছক চাহন্তে আন্ধ ॥১২

আছোক পৃথিবী,       সপত সাগৰ,

বাসুকি ছানিবে পাৰি ।

কিন্তু মিত্ৰ ভাৱ,       কমনে বঞ্চিবো,

ৰাম বৰ উপকাৰী ॥১৩

অমাৰ ওপৰে,       লক্ষ্মণ আসিলা,

কাৰ্য্যৰ শঙ্কট পুছু ।

মোক সদবুদ্ধি,       দিয়ো হনুমন্ত,

আগ বাঢ়ো পাচ গুছো ॥১৪

কৰ যোৰ কৰি,       বচন বোলন্ত,

বায়ু সুত হনুমান ।

স্বৰূপ বুলিলা,       তোমাৰ সদৃশ,

বলৱন্ত নাহি আন ॥১৫

ৰাঘৱৰ শৰে,       সাত তাল ভেদি,

পশিল গৈয়া পাতাল ।

পৰ্ব্বত ভেদিয়া,       তূণত পশিল,

সিটো আছে যমকাল ॥১৬

হেন ৰাম তযু,       সখীত্ব ভৈলন্ত,

কতবা জন্মৰ ফলে ।

বালীক মাৰিয়া,       পটেশ্বৰী সম্পিলা,

ৰাজ্য ভুঞ্জা অবিকলে ॥১৭

যাহাৰ প্ৰসাদে,       পাইলা ৰাজশ্ৰীক,

তাহাঙ্ক দিয়া পোথান ।

বানৰৰ লোকে,       অচেতন ভৈলাহা,

চক্ষু আচন্তেহি কাণ ॥১৮

লাজত বিমুখ,       নুহিয়া নৃপতি,

মোৰ বাক্য মন কৰা ।

ৰামৰ চৰণে,       লক্ষ্মণে খঙ্গিল,

তানে চৰণত ধৰা ॥১৯

বিনয় কাকুতি,       বুলি আগ বাঢ়ি,

লক্ষ্মণে লৈয়ো শৰণ ।

তেহে ৰাখিলন্তে,       জানিবা শিলাত,

হানিলে নাহি মৰণ ॥২০

ধনুৰ টঙ্কাৰ,       কৰিয়া লক্ষ্মণে,

বানৰ সৈন্য ভঙ্গাইল ।

মাণিকে মণ্ডিত,       নগৰী যাহন্তে,

সিংহ দুৱাৰক পাইল ॥২১

সপত বেৱন্ধা,       এৰাই অনন্তৰে,

অভ্যান্তৰে পয়োসাৰ ।

মহাদই গণ,       দেখিলা লক্ষ্মণ,

অলঙ্কাৰে জাতিষ্কাৰ ॥২২

ৰত্নে বিৰচিত,       জ্বলে থান থান,

হাসো হাসো যেন কৰে ।

পটেশ্বৰী সম-       ন্বিতে সুগ্ৰীৱ,

দেখিলা খাট উপৰে ॥২৩

লক্ষ্মণ বীৰক,       দেখিয়া সুগ্ৰীৱ,

ত্বৰিতে চাহিলা গাৱ ।

সষ্টাঙ্গে প্ৰণাম,       কৰি তিন জনে,

ভৈলা অৱনত ভাৱ ॥২৪

ডাহিন পাঞ্জৰে,       লোমা পটেশ্বৰী,

যেহেন ৰূপে পাৰ্ব্বতী ।

বামে সুন্দৰী,       তাৰা বসি আছে,

একো অঙ্গে নাহি ক্ষতি ॥২৫

লক্ষ্মণ বীৰক,       দেখি সেহি ঠাৱে,

ভৈগৈল মলিন চান্দ ।

ৰাহুক দেখিয়া,       যেহেন মলিন,

ভৈল পূৰ্ণিমাৰ চান্দ ॥২৬

পাদ্য অৰ্ঘ আচ-       মন দিলা ৰাজা,

আৰু মধুপৰ্ক দান ।

সুৱৰ্ণৰ ঘাট,       মাথে নিয়া দিল,

কৰি অতি বহুমান ॥২৭

ৰামৰ কনিষ্ঠে,       বোলন্ত দূতৰ,

নুহি হেন ব্যবহাৰ ।

দাদা বুলিবাৰ,       কাৰ্য্য নসাধিলে,

নলৈবোহো সতকাৰ ॥২৮

হাওঁৰে বানৰা,       মিত্ৰক বিঞ্চিলি,

অজ্ঞান গাধৱ পশু ।

ভৃত্য হুয়া তেল,       কূঢ বোলৱস,

গৃহস্থৰ গাৱে খসু ॥২৯

সিংহ হৰিণক,       মাৰিল শৃগাল,

পশুৰ বৰ উঠানি ।

ঈশ্বৰ পিয়াসে,       মৰয় ইতৰে,

ভুঞ্জয় ডাবৰ পানী ॥৩০

ৰামৰ কাৰ্য্যক,       হেলা কৰি তই,

মোক কৰ সতকাৰ ।

দুষ্টৰ বিনয়,       যতেক বোলস,

মোত নিবিকাস আৰ ॥৩১

পৰ্ব্বতক পিঠি,       দিলি মূঢ় তই,

শুনৰে নিলাজ চাৰ ।

শৰে হানি তোৰ,       প্ৰাণ কাঢ়ি লইবো,

ত্ৰৈলোক্যে নাহি নিস্তাৰ ॥৩২

হেনয় জানিবি,       হিতক চিনিলি,

পাচে উপকাৰ কৰে ।

কুলীন পৰাণি,       ভৈলে ভালে তাৰ,

মনে সদবুধি ধৰে ॥৩৩

দাদাৰ আসয়,       শুনৰে বানৰা,

চেতন লভ মনত ।

যিটো শৰে হানি,       বালীক মাৰিল,

অদ্যাপি আছে তূণত ॥৩৪

দাদা বুলিলন্ত,       দুষ্ট বানৰত,

মোহোৰ আদেশ কহ ।

নতো সঙ্কোচ,       প্ৰকটে আছয়,

বালী মাৰিবাৰ পহ ॥৩৫

সুগ্ৰীৱে আপনে,       বন্ধুগণ সমে,

চলি যাহা বালী পথে ।

তোৰ ধিতিঙ্গালি,       মোত নিবিকাৱে,

ফল দিবো ভাল মতে ॥৩৬

এতিক্ষণ দাদা,       তৈত আছন্তোক,

মই পুনু তাহান দূত ।

অন্তৰ মলিন,       শৰীৰ তোহোৰ,

কৰিবোহো চূৰ্ণীকৃত ॥৩৭

বানৰ গোটৰ,       এতমান সাস্,

মাৰোঁ পাঞ্জৰক ফুলি ।

লক্ষ্মণ বীৰৰ,       তেবেসে পলাই,

হৃদয়ৰ গুলগুলি ॥৩৮

হেৰ আসো বুলি,       আমাক ভাণ্ডিল,

চাৰি মাস গৈল বহি ।

ভই ইঠাৱত,       ৰাজ ভোগাৱস,

দাদাৰ নিকাৰ তহি ॥৩৯

হাওঁৰে বানৰা,       মুণ্ডি তুলি চাহা,

দেখবে দাৰুণ শৰ ।

এহি শৰে হানি,       প্ৰাণ তোৰ লৈবো,

পঠাই দিবো যমঘৰ ॥৪০

এতেক কহন্তে,       সুগ্ৰীৱ ৰাজাৰ,

বুক দুৰ দুৰ কৰে ।

কটাক্ষ নয়নে,       সঙ্কুচিত মনে,

জোনু হানি এৰে শৰে ॥৪১

সিংহ দৰশনে,       মৃগ যুথ যেনে,

শৰীৰ বৰে কম্পাৱে ।

সম্পুট অঞ্জলি,       কৰি তিনি জনে,

নমিলা লক্ষ্মণ পাৱে ॥৪২

দুই পটেশ্বৰী,       সহিতে নৃপতি,

যোৰ হাতে ভৈল থিৱ ।

মিনতি বচন,       বুলিবে লাগিলা,

তাৰা সুষেণৰ জীৱ ॥৪৩

শুনিয়ো লক্ষ্মণ,       দশৰথ সুত,

ৰামৰ কনিষ্ঠ ভাই ।

অসোধনে কেনে,       স্বামীক নিন্দাহা,

আমাৰ কৰ্ম্মক পাই ॥৪৪

আতিশয় তুমি,       কোপ নকৰিবা,

নকৰিবা আতি খেদ ।

বিষ বৃক্ষ যদি,       আপুনি ৰোৱয়,

তাক নকৰিয়ো ছেদ ॥৪৫

তোমাৰ ক্ৰোধত,       ইয়ো স্বামী মৰিব,

তেবে কোন যশ পাইব ।

বিড়ালীৰ যদি,       দোষক ধৰিয়া,

নিতেহি হাণ্ডি পেলাইব ॥৪৬

অনেক আমাৰ,       বচন আছয়,

চৰণে প্ৰভু তোমাৰ ।

সুগ্ৰীৱে আমাৰ,       ক্ৰূৰ নোহন্ত,

সন্ত মহন্তৰ সাৰ ॥৪৭

গুণীগণ মাজে,       যাহাক লেখিবা,

খড়ি মাটি ধৰি আগে ।

হেনয় স্বামীক,       নিন্দন্তে আছাহা,

আমাৰ বৰ অভাগে ॥৪৮

স্বপনে গিয়ানে,       ৰামে মাত্ৰ গতি,

দেৱ নজানন্ত আন ।

কেন মতে ৰামে,       সীতাক পাইবন্ত,

হেনসে যোগ ধিয়ান ॥৪৯

দশোদিশ লাগি,       দূতক পাঞ্চিল,

ভালুক বানৰ আনি ।

ৰামৰ পাশক,       যাহা চপকৰে,

কালৰ প্ৰমাণ জানি ॥৫০

শুনাঁ সভাসদ,       ৰামায়ণ পদ,

দেখিয়ো কেনে আসুখ ।

ঈশ্বৰ ৰামক,       সখিত্ব কৰিয়া,

তথাপিতো পাৱে দুখ ॥৫১

সকামী প্ৰাণীৰ,       দুঃখ নুগুছয়,

আক ভাল মতে জানি ।

সকাম ত্যজিয়া,       ৰামক ভজিয়া,

বোলাঁ ৰাম ৰাম বাণী ॥৫২