লেখক:বেণুধৰ ৰাজখোৱা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) (১৮৭২-১৯৫৫) এগৰাকী অসমীয়া সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ।

গ্ৰন্থসমূহ[সম্পাদনা কৰক]

  1. চন্দ্ৰ সম্ভৱ (১৮৯৫),
  2. পঞ্চকবিতা (১৮৯৫),
  3. সাহিত্য-প্ৰবেশ (১৮৯৫)
  4. দশগীত ( ১৮৯৯),
  5. সৰু লৰাৰ গান (১৯০১),
  6. ডেকা-গাভৰু (১৮৮৯),
  7. সেউতি কিৰণ (১৮৯৪),
  8. অসমীয়া ভাই (১৯০১),
  9. দৰবাৰ (১৯০২),
  10. দুৰ্যোধনৰ উৰুভঙ্গ (১৯০৩),
  11. কলিযুগ (১৯০৪),
  12. বাঁহী (১৯০৬),
  13. দক্ষ-যজ্ঞ (১৯০৮),
  14. কুৰি শতিকাৰ সভ্যতা (১৯০৮),
  15. অশিক্ষিতা ঘৈণী (১৯১২),
  16. বিপ্ৰ দামোদৰ (অসমীয়া খণ্ড)(১৯১৭),
  17. তিনি-ঘৈণী (১৯২৮),
  18. চোৰৰ সৃষ্টি (১৯৩১),
  19. যমপুৰী (১৯৩১),
  20. টোপনিৰ পৰিণাম (১৯৩২)
  21. মোৰ জীৱন দাপোন (১৯৬৯)
  22. সিপুৰীৰ বাতৰি
  23. A Dictionary Of Phrases From Assamese To Assamese And English