অসমৰ বুৰঞ্জী/পাতনি

ৱিকিউৎসৰ পৰা
[ পাতনি ]
পাতনি

 সাহিত্যচাৰ্য পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম-শতবাৰ্ষিকী উপলক্ষে এই পৰিষদে ইতিমধ্যে তেওঁৰ ৰচনাৱলী’কে ধৰি তিনিখন গ্ৰন্থ প্ৰকাশ কৰিছে। আন দুখন গ্ৰন্থ হ'ল গোহাঞিবৰুৱাৰ আত্মজীৱনী "মোৰ সোঁৱৰণী" আৰু স্মৃতিগ্ৰন্থ ‘পদ্মনাথ গোহাঞিবৰুৱা'।

 ‘গোহাঞিবৰুৱাৰ ৰচনাৱলী'ত তেওঁৰ প্ৰায়বোৰ ৰচনা সন্নিৱিষ্ট কৰা হৈছিল যদিও, গোহাঞিবৰুৱাৰ দ্বাৰা ৰচিত পাঠ্যপুথিসমূহ তাত সামৰা হোৱা নাছিল। ‘অসমৰ বুৰঞ্জী’ও পাঠ্যপুথি হিচাপেই ৰচনা কৰা হৈছিল। কিন্তু আধুনিক যুগত ৰচিত অসমৰ বুৰঞ্জীৰ ভিতৰত গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’খনৰ এটি সুকীয়া মূল্য আছে। গুণাভিৰাম বৰুৱাৰ 'আসাম বুৰঞ্জী'ৰ পিছতে গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ আধুনিক যুগত অসমৰ ইতিহাস ৰচনা কৰাৰ এক উল্লেখযোগ্য প্ৰয়াস। এই বুৰঞ্জী ৰচনা কৰোঁতে গোহাঞিবৰুৱাই যথাসম্ভব বিভিন্ন ক্ষেত্ৰৰপৰা সঠিক তথ্য-পাতি আৰু সমল আহৰণ কৰিছিল। এইসকলৰ ভিতৰত বিভিন্ন বুৰঞ্জী, বংশাৱলী, শাসনাৱলী, ঐতিহাসিক দলিলপত্ৰ আদিকে ধৰি নিৰ্ভৰযোগ পৰম্পৰাৰো তেওঁ সহায় লৈছিল। যদিও সাহিত্যাচাৰ্যৰ প্ৰাথমিক উদ্যেশ্য আছিল স্কুলীয়া ছাত্ৰসকলৰ বাবে অসম বুৰঞ্জীৰ এখন নিৰ্ভৰযোগ্য পাঠ্যপুথিৰ যোগান ধৰা,-এক ঐতিহাসিক সন্ধিক্ষণত কেৱল পাঠ্যপুথিৰ লেখক হিচাপেই গোহাঞিবৰুৱা সকলো অসমীয়াৰ মানত অবিস্মৰণীয় হৈ ৰ’ব-তথাপি, এই গ্ৰন্থখনৰ ঐতিহাসিক আৰু সাহিত্যিক মূল্যও অনস্বীকাৰ্য।

 গোহাঞিবৰুৱাৰ জীৱনত অসম আৰু অসমীয়াৰ স্থান আছিল সবাতোকৈ ওপৰত। অসমৰ ভাষা আৰু সংস্কৃতি,অসমৰ বুৰঞ্জী আছিল তেওঁৰ সকলো কৰ্মপ্ৰেৰণা আৰু উদ্যমৰ উৎস। সেয়ে বুৰঞ্জীৰ অধ্যয়ন আৰু ৰচনাৰ উপৰিও, তেওঁৰ সাহিত্য-কৃতিৰ বিভিন্ন ক্ষেত্ৰত বুৰঞ্জীয়ে প্ৰভাৱ পেলাইছে। বুৰঞ্জীমূলক নাটৰ বাহিৰেও গোহাঞিবৰুৱাৰ উপন্যাস আৰু কবিতাটো বুৰঞ্জীৰ ছাব স্পষ্ট।

 বুৰঞ্জী ৰচনাৰ পৰম্পৰাই অসমীয়া সংস্কৃতিক এক বিশিষ্ট গৌৰৱময় ৰূপ দিছে। পদ্মনাথ গোহাঞিবৰুৱা আছিল সেই সাংস্কৃতিক পৰম্পৰাৰ সুযোগ্য উত্তৰাধিকাৰী। আনকি তেওঁৰ 'অসমৰ বুৰঞ্জী'ৰ ভাষাতো আহোম বুৰঞ্জীৰ ভাষাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়।

 যদিও আধুনিক গৱেষণাদিৰ আধাৰত অসমৰ ইতিহাসৰ বিভিন্ন দিশৰ ওপৰত এভিয়া নতুনকৈ আলোকপাত হব ধৰিছে, আৰু অসমৰ এখন পূৰ্ণাংগ ইতিহাস ৰচনাৰ কাম এতিয়াও সম্পূৰ্ণ হবলৈ বাকী,তথাপি,তথ্য-পাতিৰ কিছুমান আসোঁৱাহ সত্ত্বেও

গোহাঞিবৰুৱাৰ 'অসমৰ বুৰঞ্জী'ৰ ঐতিহাসিক আৰু সাহিত্যিক মূল্য কোনেও নুই কৰিব নোৱাৰে। [ পাতনি ]
(খ)

 গোহাঞিবৰুৱাৰ জীৱিত কালতে এই পুথিখনিৰ ১৯শ সংস্কৰণ প্ৰকাশিত হয়। এই শেহতীয়া সংস্কৰণ ওলাইছিল ১৯৩৭চনত। গোহাঞিবৰুৱাই শেষলৈকে কিতাপখনৰ সংশোধন আৰু পৰিৱৰ্তনৰ কাম চলাই গৈছিল। আজি সুদীৰ্ঘ ৩৯বছৰৰ মূৰত অসম প্ৰকাশন পৰিষদৰপৰা এই আপুৰুগীয়া বুৰঞ্জীখন পুনৰ্মুদ্ৰিত কৰি পাঠকসকলৰ হাতত দিবলৈ পাই আমি গৌৰাৱান্বিত আৰু আনন্দিত বোধ কৰিছো। আমাৰ বিশ্বাস,পাঠকসকলে এই বুৰঞ্জীখন সাদৰেৰে গ্ৰহণ কৰি আমাক অনুপ্ৰাণিত কৰিব।


গুৱাহাটী        চন্দ্ৰপ্ৰসাদ শইকীয়া

১৫মে', ১৯৭৬ [ পাতনি ]
PREFACE


It is some time, since my friends at Tezpur and North-Lakhimpur urged upon me the desirableness of compiling text in the History of Assam such as might prove useful as reading book on our schools. Following their suggestions and realising from my own experience as a teacher that the results of study of History of Assam in our Middle and High Schools are anything but satisfactory, and that the young pupils neither receive any distinct impression, nor acquire a love for study of history that would lead them, in after years, to pursue the subject further, from the present standards entitled "Assam-Buranjees ", which are in use a texts in the schools of Assam proper,I have endeavoured to embody in this little book, entitled “Asomar Buranjee", as many collection of authenticated historical accounts of Assam as available up-to-date, in a systematic order and abriedged form, easy for comprehension of the readers of tender age and the general reading-public as well.

 In fact, it is not practicable to collect all the authenticated informa- tion for compilation of a History of Assam from one reliable source alone. Hence, I have had to consult very many Historical Works, Treatises, Essays, Journals, Banagshavalies, Copper Plates, Inscriptions, Records, Chronicles etc. and to extract truths from various reliable tradi- tion, for which I heartily thank their respective owners, more specially sir Edward Gait, K. C. S. I. M. R. A. S. I. C. S. C. L E., who devoted a good deal of his valuable time after the Historical Research of Man during his meritorious service in this Province.

 In conclusion,I am to admit that the very preface makes no pe tence of is completeness in the few page of the booklet; but,I hope to increase it usefullness in time if it can earn appreciation of the well- wishers of the Assamese people and their country, and in the event of its being introduced as text-book in Assam Schools.


North Lakhimpur

July 21, 1899

Padmanath Gohain Baruah.


Second to Nineteenth Editions

 Gradual improvement and development had been accomplished from its second to the sixteenth editions when the bulk of the test "Asomor Buranji" appeared to be double of is first appearance,which, it is gratefully acknowledged, is undoubtedly due to the kind appreciation of the general reading-public, and more specially the encouragement extended by the Education Department, Assam.

 The Text has been thoroughly revised once again in its this 19th edition.

With insertion of foot-notes of very many collections,chiefly [ পাতনি ]
[ 2 ]

from several "Asom Buranjis” and Shorter Chronicles of Assam, compiled and edited by Rai Bahadur S. K. Bhuyan, M. A, B, L., Professor, Cotton College, and Honorary Director of Historical and Antiquarian Studies, Assam and other popular Traditions, manuscript Banghavalis, unpublished historical researches, with a view to make it up-to-date, the importance and usefulness of the Text have been, it is believed, much increased, Number of additional illustrations of some rare portrait-prints, in the present edition, gives it a fresh feature, which might, it is hoped, be appreciated by students and general reading public. It is to be noted, however, that the foot-notes are mainly meant for the Reading-Public, and more specially the Teacher but not the Tought : the teachers should first make them their own and then try to imprint them in the minds of the young pupils of tender age.

 I embrace the opportunity to record herein my grateful acknowledge ment of the receipt of invaluable help from several old "Asom Buranjis” and Chronicles with some rare illustrations, compiled and edited by Rai Bahadur S. K. Bhuyan, M. A. B. L. Professor, Cotton College, pub lished by the Department of Historical and Antiquarian Studies, Assam, via :-) "Deodhai Asom Buranji” incorporated with the “Banhgoria Buragohain's Buranji” & “Bibidh Khanda-Buranji”; (2) “Tungkhungia Buranji" by Sreenath powerah Barbarooah (3) “Kamrupar Buranji" (4) Assam Buranji" by Harakanta Barua (5) "Asomar Padya Buranji" by Dutiram Hazarikiya (6) "Kachari Buranji” (7) “Darangi Raja Bangshavali,"edited by Pandit Hemchandra Goswami (8) "History of Anam" by Sir Edward Gait, K. C. S.I (9) “Assam Buranji by Kahinath Timuli Phukan (10) "Assam Buranji by Rai Bahadur Goonabhiram Barooh (11) “History of the Ahom Kings” & “Geo- graphica Account of Assam" by Dr. John Peter Wade, edited by Srejut Benudhar Sarma (12) several rare "Bangshavalies" in manuscript. For all these I am ever indebted to their respective owners.

 Lastly, but not the least for that, I am thankful to Mr. G. A. Small, B. A, I. B. S., D.P.I,Assam for his wise suggestions and friendly advice to get my "Asomar Buranji" thoroughly revised and partly re written, with view to make it up-to-date, of which this improved ed- tion (19th edition) of the text is the outcome,


Tezpur, Anam,

December 31, 1997

Author

[ প্ৰথম পৃষ্ঠা ]

All Rights reserved by the Author



An Illustrated
HISTORY OF ASSAM.
(With Contemporary Historical Event of
India and England)

BY
The special Literary Pensioner,
RAI BAHADUR PADMANATH GOHAIN BAROOAH, M.R.A.S
Ex-Paper-setter of the University of Calcutta for
B. A. Examination; Ex-Hon'ble Ahom representative
member of the first Assam Legislative council;
Member of the Assam Provincial Coin Committee;
Author of "Sreekrishna","Gitasar"."Lila" ''



19th Edition
Thoroughly revised in 1937,



সচিত্ৰ
অসমৰ বুৰঞ্জী
(১৮৫৯ শকত পৰিশোধিত আৰু পৰিৱৰ্তিত)
পোন্‌-প্ৰথম অসম লেজিলেটীভ কাউন্সিলৰ ভূতপূৰ্ব অনৰেবোল
আহোম-প্ৰতিনিধি মেম্বৰ, কলিকতা ইউনিভাৰ্চিটিৰ বি-এ পৰীক্ষাৰ
ভূতপূৰ্ব প্ৰশ্নকাৰ, “শ্ৰীকৃষ্ণ","গীতাসাৰ"
"লীলা" প্ৰভৃতিৰ গ্ৰন্থকাৰ,
সাহিত্যিক পেঞ্চনাৰ,
ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱা এম. আৰ. এ. এছ.
প্ৰণীত



১৯শ,তাঙ্গৰণ
১৮৫৯শক


 
Price
 
School Edition, Paper-Bound  Rs 1-8-0
Popular Edition, half cloth bound ,, 2-0-0
Library Edition, Full Cloth-Bound ,, 2-8-0


১৯৬৭ চনত প্ৰকাশিত গোহাঞি বৰুৱাৰ "অসমৰ বুৰঞ্জী"ৰ ১৯শ তাঙ্গৰণৰ নাম-পাতৰ প্ৰতিচিত্ৰ।
[ সূচীপত্ৰ ]

সূচীপত্ৰ

প্ৰথম খণ্ড

আৰম্ভণ

অসমীয়া জাত বিভাগ

অসমীয়া ভাষা


দ্বিতীয় খণ্ড

আধ্যা-১

দানব,কিৰাত আৰু অসুৰ বংশী ৰজাৰ ৰাজত্ব

আধ্যা-২

বিবিধ বংশৰ ৰজা১০

আধ্যা-৩

জীতাৰিবংশী ৰজাৰ ৰাজত্ব১৪

আধ্যা-৪

পালবংশী ৰজাৰ ৰাজত্ব১৮

আধ্যা-৫

বাৰভূঞা১৯

আধ্যা-৬

খেন্‌বংশী ৰজাৰ ৰাজত্ব২১

আধ্যা-৭

শিৰোমণি ভূঞা২৪

তৃতীয় খণ্ড

আধ্যা-১

আহোম ৰজাৰ ৰাজত্ব২৮

আধ্যা-২

স্বৰ্গদেও চুহুংমুং বা স্বৰ্গনাৰায়ণ৩৯

আধ্যা-৩

তুঙ্গখুঙীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব৬৫

আধ্যা-৪

স্বৰ্গদেও চুখংফা ওৰফে ৰুদ্ৰসিংহ(১)৭১

[ সূচীপত্ৰ ]

আধ্যা-৫

স্বৰ্গদেৱ চুহিত্‌পঙফা বা গৌৰীনাথ সিংহ৮৯

আধ্যা-৬

আহোমৰ ৰজাঘৰীয়া কথা১১১

চতুৰ্থ খণ্ড

আধ্যা-১

কোঁচ ৰজা১২৪

আধ্যা-২

চুটিয়া ৰজা১৩৮

আধ্যা-৩

কছাৰী ৰজা১৪২

আধ্যা-৪

জয়ন্তাৰ ৰজা১৫০

আধ্যা-৫

শ্ৰীহট্টৰ ৰজা১৫২

আধ্যা-৬

মণিপুৰৰ ৰজা১৫৩

পঞ্চম খণ্ড

আধ্যা-১

অসমত বৃটিচ্‌ গৱৰ্ণমেণ্টৰ পাতনি১৫৬

আধ্যা-২

অসমত ভূ-স্বত্বৰ নিয়মপ্ৰণালী১৭৬

আধ্যা-৩

অসমত চাহ খেতি১৭৯

আধ্যা-৪

পৰ্বতীয়া আৰু দাতিয়লীয়া জাতি১৮১

আধ্যা-২

ওপৰঞ্চি১৮৫