সদস্য বাৰ্তা:MS Sakib

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা

সদস্য বাৰ্তা:MS Sakib/সংগ্ৰহালয় ২০২১

অসমীয়া ৱিকিউৎসত OCR আৰু মুদ্ৰণ সংশোধন[সম্পাদনা কৰক]

পোনপ্ৰথমেই আপোনাক ধন্যবাদ জনাইছোঁ, অসমীয়া ‌‌ৱিকিউৎসলৈ আপোনাৰ বৰঙণিৰ বাবে। আগলৈও এই ধাৰা অব্যাহত থাকিলে আমি পৰম সুখী হ'ম। কিন্তু আমি মন কৰিছোঁ, পৃষ্ঠা একোটাৰ OCR কৰোঁতে আপুনি নিজৰ স্বাক্ষৰযুক্ত সাঁচ ব্যৱহাৰ কৰিছে। OCR বা মুদ্ৰণ সংশোধনৰ বাবে এনে স্বাক্ষৰৰ প্ৰয়োজন যিহেতু নাই, সেয়ে আপোনাক উক্ত সাঁচ ব্যৱহাৰ নকৰিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। পুনৰবাৰ ধন্যবাদ।

@ঈশান জ্যোতি বৰা: মোক বাৰ্তাটো প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ। কিন্তু মই বুজি পোৱা নাছিলো যে আপুনি "নিজৰ স্বাক্ষৰযুক্ত সাঁচ" বুলি কি বুজাইছে। মই আপোনাক এইটো উদাহৰণৰ সৈতে ভালদৰে বুজাবলৈ অনুৰোধ জনাইছো। পুনৰবাৰ ধন্যবাদ। ≈ MS Sakib  «কওক...» ১৯:৫০, ২৬ জুন ২০২২ (IST)[উত্তৰ দিয়ক]