সমললৈ যাওক

পৃষ্ঠা:আশীৰ্ব্বাদ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমাৰ কিতাপ প্ৰকাশ কৰা বিভাগৰ পৰা তলত লিখা কিতাপবিলাক এতিয়ালৈকে প্ৰকাশ কৰা হৈছে। সৰহীয়াকৈ নিওতাক উপযুক্ত কমিচন দিয়া হয়।

 ১। আশীৰ্ব্বাদ
 ২। ঢোল, মৃদং ও খোলৰ মালিতা 
 ৩। বহুৱা ভকত বা বহুৱা শিক্ষা
 ৪। অসমীয়া নিদান
 ৫। সৰ্ব্বব্যাধি মূল মন্ত্ৰ
 ৬। বৰ কৰতি (তেৰ খনীয়া)
 ৭। মুখভঙ্গা মন্ত্ৰ
 ৮। ৰাজমুহিনী মন্ত্ৰ

 তলতদিয়া বিলাকৰ আমি চোল এজেণ্ট। বৰ্তমান অতি সস্তাত প্ৰায়বোৰকে দিয়া হৈছে। আৱশ্য়ক মতে বেগতে অৰ্ডাৰ দিয়ে যেন, অতি কম সংখ্যকহে আমাৰ হাতত আছেগৈ।

বিবৰণ প্ৰকাশক লিখক আদি নিৰ্ধাৰিত মূল্য বৰ্তমান মূল্য
১। ব্যাসদেৱ ...
২। স্তব কৱছ ...
৩। সাধুসঙ্গ নিৰ্ণয় ...
৪। জন্ম নিৰ্ণয় ...
৫। বটদ্ৰৱা ...
৬। নোৱাই তোলনী...
৭। জয়তি ভাৰত ...
৮। নিমিনৱসিদ্ধ ...
৯। গোপালদেৱৰ চৰিত্ৰ
১০। বৈষ্ণৱ মালা ...
১১। পেলুৰ দৰব ...
১২। খৰৰ দৰব ...
শ্ৰীযুত গোবিন্দ চন্দ্ৰ দাস
শ্ৰীযুত তীৰ্থনাথ গোস্বামী
   
   
   
   
   
   
   
যদুমণি ছাপাখানা
মেডিকেল ইউনিয়ন
নৰেন্দ্ৰ ঔষধালয়
৶৹
৷৶৹
৷৹
॥৵৹
৸৹
৷৹
৵৹
॥৹
১৸
৸৹
৷৹
৷৹

৷৹
৵৹
৷৵৹
৵৹
৵৹
৴৹
৷৹
৸৵৹
৷৵৹
৶৹
৶৹

 ইয়াৰ বাজেও সকপোৰকমৰ ধৰ্ম্ম সমন্ধীয় কিতাপ আমাৰ হাতত প্ৰচুৰ পৰিমাণে আছে। ডিক্‌চনাৰী, অভিধান, জলছবি, চিয়াহী, নিব, পেন্সিল, হেন্দোল, এক্সাৰচাইজ, বহীকে আদি কৰি স্কুল, কলেজ অফিছ আদিৰ আৱশ্যকীয় সকলো বস্তু আমি অৰ্ডাৰ মতে যোগাও।

 আপোনাৰ আৱশ্যকীয় সকলো খিনিৰ অৰ্ডাৰ আদি আমাক দিলে আপুনি নিচিন্ত হব পাৰিব—আমি যেনে তেনে কষ্ট কৰি হলেও আপোনাক সেইবিলাক যোগাম।

 আমি সকলো প্ৰকাৰ ৰবাৰ ষ্ট্যাম্প তৈয়াৰ কৰি দিও।

জেনেৰেল এজেন্সী, যোৰহাট।