লেখক:দুৰ্গেশ্বৰ শৰ্মা
অৱয়ব
←লেখকৰ তালিকা | দুৰ্গেশ্বৰ শৰ্মা | ![]() |
দুৰ্গেশ্বৰ শৰ্মা (১৮৮৫- ১৯৬১) এজন অসমীয়া কবি আৰু নাট্যকাৰ। তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাতো খ্যাতি অৰ্জন কৰা শৰ্মাই পাৰ্থ পৰাজয় আৰু বালী বধ নমাৰ দুখন পৌৰাণিক নাটক ৰচনা কৰে। |
গ্ৰন্থৰাজী
[সম্পাদনা কৰক]কবিতাপুথি
[সম্পাদনা কৰক]নাটক
[সম্পাদনা কৰক]- পাৰ্থ পৰাজয় (১৯০৯)
- চন্দ্ৰাৱলী (১৯১০)
- বালীবধ (১৯১২)
- পদ্মাৱতী