পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চতুৰ্থ আধ্যা

‘প্রথম ব্যাধিত যদি নেদয ঔষণি। পাছে পীড়া কৰন্তে হৰযু । স্যা বুদ্ধি । অলপ কথাৰ ভিতৰতে দশমই ক’লীয স্তুপৰ কেনে সুলৰ বর্ণনা আছে চোৱা । অসমীয়ওজাই পানী : । সেতে যেতিয়া কালী wমনৰ এট ছোৱা তান্তৰে শুঙ্গি দি 'বয়াহ গায় তেতিয়া হে শ্ৰোন্ত । । যাক দৰ্শকৰ মন আকৰ্ষণ কৰিব পৰা কেনে শজি ভt প্রবেশ কাথ, ঘি সেত বিয়া গোৱা শুনিছে । দি চ সাভৱ কৰি । । পাৰে { “শুক নিগদতি ৰাজা শুনিছে৷ সৰু থn । কালীয় ভুলৰ ‘টে। । “ক কঠিৰে কথা । হাঘোৰ অগাধ জল বাপিয়াডে সাচ্ছে। ৩য রেল fবয-বহ্নি প্রক প। ওপনে উপণ্ডে ক্ষী পৰে স"ৰ মৰি । লকত ঘাৰ ফুল চুৰক উৰি ॥ মৰয় তীৰব তৰু আলাগে বলব । জায়ে একগাছি মা এ । তীৰত কদম্ব । পূৰ্ব্বত গৰুড়ে হৰি আনিলে তামৃত। সেহি কদম্বত পৰি ৰতিল কিঞ্চিত ॥ অমৃতৰ পৰশ পাই লেক সিটো গাছে । সিহেতুপে কলৰ জীয়ন্তে

  • আছে । কৃষ্ণে পৰশিব হেন তাহাৰে। লিথিত । তাতেসে

নমৰি বৃক্ষ ৰহিল তহিত । পাছে বিষমশ্ব সিটো দেখি হৃদখণ্ড । জানলা৷ কালায়ো প্ৰভু, প্ৰভাৱে প্ৰচণ্ড ॥ গুণন্ত মনত, সর্প ভষ্ট দুৰাচাৰ। । ইষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ । এই বুলি মাধৱে বধিবে প্ৰবন্ধিলা । । পীত বস্ত্ৰ তুলি আটি কটিত বান্ধিলা ॥ আফোট কৰিয়া বাছ ডাফি মাৰি । পাছে । উঠিলত গত উচ্চ কদম্বৰ গাছে । টলবল গাছ যেন যায় ভূতি কম্প দিলা কৃষ্ণে তাটোপে চূণৰ জলে জাম্প ॥ জগতৰ গুৰুভাৰে পৰিল প্রকাশি ।