লেখক:শৰৎচন্দ্ৰ গোস্বামী
অৱয়ব
←লেখকৰ তালিকা | শৰৎচন্দ্ৰ গোস্বামী (১৮৮৭–১৯৪৪) |
লেখকৰ সাহিত্যকৰ্ম |
সূচী পৃষ্ঠাসমূহ | শৰৎচন্দ্ৰ গোস্বামী অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল। তেওঁ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
ৰচনাৱলী
[সম্পাদনা কৰক]- গল্পাঞ্জলি (সূচী, ১৯১৪)
- ময়না (১৯২০)
- শিক্ষা-বিচাৰ (সূচী, ১৯২৩)
- পেৰিক্লিচ্ (সূচী, ১৯২৫)
- অসমীয়া সাধুকথা (১৯২৯)
- পানিপথ (১৯৩০)
- ভাষণ (সূচী, ১৯৪৮, মৰণোত্তৰভাৱে প্ৰকাশিত)
- পৰিদৰ্শন (সূচী, ১৯৫৬, মৰণোত্তৰভাৱে প্ৰকাশিত)
- গল্পমালা (১৯৮৭, মৰণোত্তৰভাৱে প্ৰকাশিত)
- বাজিকৰ আৰু আন আন গল্প (সূচী)
- আদিপাঠ - প্ৰথম ভাগ (সূচী)
- আদি পাঠ (দ্বিতীয় ভাগ) (সূচী)
- কনফুচিয়াছ
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )