কনফুচিয়াছ
কনফুচিয়াছ
শ্ৰীশৰৎ চন্দ্ৰ গোস্বামী, এম-এ, বি-এল
লয়াৰ্চ বুক ষ্টল
গুৱাহাটী : অসম
প্ৰকাশক
শ্ৰীবিচিত্ৰনাৰায়ণ দত্তবৰুৱা, বি–এল,
লয়াৰ্চ বুক ষ্টল,
গুৱাহাটী, অসম।
প্ৰথম প্ৰকাশ:
১৯৫৬, চেপ্টেম্বৰ
লিখকৰ দ্বাৰা সকলো স্বত্ত্ব
সংৰক্ষিত।
মূল্য: ২৷৹
মুদ্ৰাকৰ
শ্ৰীকালীচৰণ পাল
নবজীৱন প্ৰেছ
৬৬ গ্ৰে ষ্ট্ৰীট, কলিকতা-৬
ভূমিকা
বিশ্ববিখ্যাত দাৰ্শনিক কেইজনমানৰ জীৱনী আলোচনা কৰিবলৈ বহুত দিনৰে পৰা এটি হেঁপাহ আছিল। এই উদ্দেশ্যেই গ্ৰীক দাৰ্শনিকসকলৰ শ্ৰেষ্ঠ তিনিজনা—চক্ৰেটিচ, প্লেটো আৰু এৰিষ্টটল সম্বন্ধে প্ৰৱন্ধ কেইটামান কিতাপ আকাৰে প্ৰকাশ কৰিছিলো। চীনৰ প্ৰসিদ্ধ দাৰ্শনিক, সংস্কাৰক আৰু শিক্ষক কনফুচিয়াছ সম্পৰ্কে লিখা প্ৰৱন্ধকেইটা মোৰ দ্বিতীয় চেষ্টা।
কিতাপখন যুগুত কৰোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ প্ৰফুল্লদত্ত গোস্বামী আৰু সন্দিকৈ কলেজৰ অধ্যাপক শ্ৰীতিলকচন্দ্ৰ বৰগোহাঁইৰ পৰা যথেষ্ট সহায় পাইছোঁ। তেখেতসকলক মোৰ কৃতজ্ঞতা জনালোঁ। কনফুচিয়াছৰ ছবিটো শ্ৰীমান নগেন্দ্ৰ বুজৰবৰুৱাই আঁকি দিয়া বাবে শলাগ লৈছোঁ।
সন্দিকৈ কলেজ |
সূচী
| বিষয় | পৃষ্ঠা | |||
| চীনৰ সাংস্কৃতিক আৰু ঐতিহাসিক পটভূমি | ||||
| (১) ভৌগোলিক পৰিবেশ | … | … | ১ | |
| (২) সাংস্কৃতিক বৈশিষ্ট্য | … | … | ৮ | |
| (৩) ঐতিহাসিক পটভূমি | … | … | ২১ | |
| কনফুচিয়াছ | … | … | … | ৩৫ |
| চীনৰ দাৰ্শনিক পটভূমি আৰু কনফুচিয়াছ | … | ৮৭ | ||
| কনফুচিয়াছৰ নীতিবচন | … | … | ১১৫ | |
| গ্ৰন্থসূচী | … | … | … | ১৩৯ |
কনফুচিয়াছ
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )