চতুৰ্দশ আধ্য ।
A ?
লেখা পঢ অ’ৰম্ভ কৰে । । অলপ দিনৰ ভিতৰতে তেওঁ লেখা
পঢ়া শেষ কৰে বুলি যদিও চৰিত্ৰ পুথিত আছে, ‘আচার্য সংহতি”
পুথিত কিন্তু সেই ডোখৰ কাল দহ বছৰ বুলি লেখিছে,
‘মহেঞে; প্রশ্নতি স্বপ্নে মহাপুৰুষ নক্ষণং । ৰাসামেন সাকংহি
শঙ্কৰং পাঠয়্যিপ্তি। যত্বা নাৰায়ণপ্তাংশং শ্ৰদ্ধয়দশ বৎসৰং।
কলাপ কাব্য জ্যোতিষং ইতিহাসং অতি । স্তুতিন পূৰাণাদিনি
শাস্বানি গুৰুধ্যাপয়িগুতি ॥ পঠিত্ব শাস্ত্ৰ । সংঘাচ্চ ৰামৰামেন ।
শঙ্কৰ: । গু ৰবে দক্ষিণাং দন্ত । ঘা িও নজ মন্দিৰী ॥” দহ বছৰ।
শঙ্কৰৰ পচাৰ কাল বুলি কোৱা “আচার্য) সংহতি" কথ' আমি ঠিক
বুলি ধৰিছো, কাৰণ ই স্বাভাবিক। সেইদে িস্কৰদেৱে । যেতিয়া
ঢা সাঙ্গ কৰে তেতিয়া তেওঁৰ বয়স ১২ + ১• « ২২ বছৰ বুলি
ধৰিব পাৰি। ধৰ যাওক সেষ্ট । বছৰতে তেওঁ বিয়া কৰাইছিল।
"মাক তাৰ এবছৰৰ পিছতে তেওঁ কন্যমনুৰ জন্ম হৈছিল ।
মন্থক বিয়া দি শঙ্কৰ তী!থ লৈ গৈচিল । ধৰা, মনুক আঠ বছৰ।
বয়সত গৌৰী বিয়। দিছিল। সেইদেখি মমুক বিয়া দিয়াৰ পিছতে
যদি শঙ্কৰদেৱ তীৰ্থ কৰিবলৈ গৈছিল, তেন্তে তেতিয়া তেওঁৰ বয়স ।
২২ - ১ - ম + ৮ ৩১ কি ৩২ ৷ বছৰ । এইবাৰ শঙ্কৰদেৱ ।
২ বছৰৰ মূৰত তীৰ্থৰপৰা উভ' ত আহে । তেনেহলে তেতিয়া ।
তওঁৰ বয়স ৩২ + ১২ = ৪ ৪ বছৰ ।
ইয়াৰ পিছতে তেওঁ ভাগৱত শাস্ত্ৰ পায় । সেইদেখি আমি
এইটো ধৰি লব পাৰো যে শঙ্কৰদেৱে তেওঁৰ বয়সৰ ৪ বছৰৰ
পৰা ৫ a বছৰৰ ভিতৰতে কীৰ্ত্তন ৰচনা কৰিছিল। সেইদেখি
১৪৯৩ খৃষ্টাৰ আক ১৪১৮ খ্রীষ্টাব্দ এই পাঁচ বছৰৰ ভিতৰতে কীৰ্ত্তন
১২
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭৯
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
