লেখক:আনন্দচন্দ্ৰ আগৰৱালা

ৱিকিউৎসৰ পৰা
(লেখক:আনন্দ চন্দ্ৰ আগৰৱালাৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আনন্দচন্দ্ৰ আগৰৱালা
(১৮৭৮–১৯৪০)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক আনন্দচন্দ্ৰ আগৰৱালা এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ আৰু ‘বিহগী কবি’ নামেৰেও জনা যায়।
আনন্দচন্দ্ৰ আগৰৱালা

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

প্ৰকাশিত পুথি[সম্পাদনা কৰক]

কবিতা সংকলন[সম্পাদনা কৰক]

কবিতা[সম্পাদনা কৰক]

অপ্ৰকাশিত সাহিত্য কৰ্ম[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৩ চনত ১ জানুৱাৰী ১৯৬৩ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )