লেখক:আনন্দচন্দ্ৰ আগৰৱালা
অৱয়ব
(লেখক:আনন্দ চন্দ্ৰ আগৰৱালাৰ পৰা পুনঃনিৰ্দেশিত)
←লেখকৰ তালিকা | আনন্দচন্দ্ৰ আগৰৱালা (১৮৭৮–১৯৪০) |
লেখকৰ সাহিত্যকৰ্ম |
আনন্দচন্দ্ৰ আগৰৱালা এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ আৰু ‘বিহগী কবি’ নামেৰেও জনা যায়। |
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]প্ৰকাশিত পুথি
[সম্পাদনা কৰক]- An Account of Assam (বুৰঞ্জীমূলক গ্ৰন্থ)
- Aspects of history and culture
- গোৱালপাৰাৰ পুৰণি বিৱৰণ
- কোমল পাঠ (১৯১০) (পাঠ্যপুথি)
- অসমীয়া আদি পাঠ (১৯২০) (পাঠ্যপুথি)
কবিতা সংকলন
[সম্পাদনা কৰক]কবিতা
[সম্পাদনা কৰক]অপ্ৰকাশিত সাহিত্য কৰ্ম
[সম্পাদনা কৰক]অভিভাষণ
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )