পৃষ্ঠা আলোচনা:Koto Je Kotha.pdf/৬৮

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা

দিব্য দত্ত: দাদা, Gitartha.bordoloi:দাদা, এইখন বগা বুটাম টিপা আছিল। খুলিলতহে দেখিলোঁ। ৫ নং পৃষ্ঠাও কালি একে হৈ আছিল। এনেকুৱা ছবি থকা বহু পৃৃ্ষ্ঠা "মুদ্ৰণ সংশোধনৰ প্ৰয়োজন নাই" বুলি চেভ হৈ আছে। সেয়ে বেলেগবোৰৰো বগা পৃষ্ঠাবোৰ আপোনালোকে খুলি চাবচোন। অনামিকা(চুমু) বড়া (talk) ১২:৫৫, ১৬ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

এইখন পৃষ্ঠাত মুদ্ৰণ সংশোধন কৰিবলৈ একো আখৰেই নাই, গতিকে মুদ্ৰণ সংশোধনৰ প্ৰয়োজন নাই।দিব্য দত্ত (talk)!

দিব্য দত্ত:দাদা, কিন্তু ছবি আছে যে। বৈধকৰণহে কৰিব লগা হৈ আছিল। অনামিকা(চুমু) বড়া (talk) ১৩:৩৪, ১৬ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

অনামিকা(চুমু) বড়া: কেৱল ছবি থাকিলে মুদ্ৰণ সংশোধন কৰাৰ প্ৰয়োজন নাই। কিবা আখৰ থাকিলেহে মুদ্ৰণ সংশোধন কৰাব লাগে। --SlowPhoton (talk) ১৬:৪৮, ১৬ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]
SlowPhoton:দাদা, ট্ৰেন্সক্লুড কৰিলে ছবি থকা পৃষ্ঠাবোৰ নোলাবচোন তেতিয়া। সেইটো বুজি পোৱা নাই।☹️ অনামিকা(চুমু) বড়া (talk) ১০:৪৯, ১৭ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]
অনামিকা(চুমু) বড়া: 'প্ৰুফ সংশোধনৰ প্ৰয়োজন নাই' বুলি চিহ্নিত কৰা পৃষ্ঠাবোৰ যে ট্ৰেন্সক্লুড কৰিলে নুলাব তেনে কোনো কথা নাই। কত যে কথা-ত গৈ চাবা, পৃষ্ঠাবোৰ উলায়ছে। মুঠতে কেৱল ছবি থাকিলে মুদ্ৰণ সংশোধন কৰাৰ প্ৰয়োজন নাই বুলি চিহ্নিত কৰিব লাগে। ট্ৰেন্সক্লুড ইয়াৰ ওপৰত নিৰ্ভৰ নকৰে। --SlowPhoton (talk) ১০:৫৭, ১৭ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]
SlowPhoton:অ সেইটো জনা নাছিলোঁ।মোৰ বুজাটো ভুল হৈছিল তেন্তে। বগা পৃষ্ঠাবোৰ ট্ৰেন্সক্লুডত নোলায় বুলি জানি আছিলোঁ। ধন্যবাদ। অনামিকা(চুমু) বড়া (talk) ১১:০৯, ১৭ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]