জিলিকনি/পাতনি

ৱিকিউৎসৰ পৰা
[ প্ৰকাশন ]
Published by

NILMANI PHUKAN B. A.

Headmaster George Institution.

Dibrugarh.

⸻⸻



প্ৰথম তাঙ্গৰণ
দ্বিতীয় ”
তৃতীয় ”
চতুৰ্থ ”
...  ...  ...
...  ...  ...
...  ...  ...
...  ...  ...
৫০০
৫০০
১০০০
২০০০



কলিকাতা।

৬১ নং বহুবাজাৰ “কুন্তলীন” প্ৰেছ

শ্ৰীপূৰ্ণচন্দ্ৰ দাসৰ দ্বাৰা ছপা হল

⸺⸺⸺

[ বিজ্ঞাপন ]
 
জাননী।

 এই “জিলিকনি” পুথিখন কেৱল আমাৰ ওচৰত কিনিবলৈ পোৱা যায়। যাক লাগে আমলৈ লিখিব। বেচ খনে চাৰি অনা মাথোন। ডাক মাচুল সুকীয়া। আসামৰ শিক্ষা-বিভাগৰ ডিৰেক্টৰ মহোদয়ে এইখন পুথি সকলো হাইস্কুল আৰু মজলীয়া ইংৰাজী স্কুলৰ যষ্ঠশ্ৰেণীৰ পাঠ্যৰূপে নিৰ্দিষ্ট কৰিছে।

জৰ্জ ইনষ্টিটিউচন কো অপৰেটিভ ষ্টোৰ
লিমিটেড।
ডিব্ৰুগড়।

[ প্ৰকাশকৰ নিবেদন ]
 
প্ৰকাশকৰ নিবেদন

অসমীয়া সাহিত্য থাকে মানে “জিলিকনি” লেখকৰ পৰিচয় নিদেলেও হব। আজি তেওঁৰ উদাৰ হৃদয়ৰ আভাস দিবলৈহে প্ৰকাশকৰ এই যৎকিঞ্চিৎ নিবেদন।
 সদৌ অসমীয়া ৰাইজৰ আদৰৰ জৰ্জ্জ ইনষ্টিটিউচনৰ সহায়ৰ কাৰণে স্বত্ব আৰু উপস্বত্ব দানকৰা বাৰে সুকবি ৰায়সাহাব' শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱলা ডাঙৰীয়ালৈ স্কুলৰ হৈ এই শলাগৰ শৰাই আগবঢ়াই কৃতজ্ঞতা প্ৰকাশ সুযোগ পাই মনত আনন্দ লভিলোঁ।
 আজি কেবা বছৰৰ পৰা টেষ্ট্‌টবুক্‌ কমিটিয়ে পুথিখনি অসমৰ স্কুলবিলাকত পাঠ্যস্বৰূপে চলিবলৈ মঞ্জুৰ কৰি আহিছে। আশা কৰোঁ স্কুল-কৰ্তৃপক্ষ্য সকলেও এই পুথি খনি নিজ নিজ স্কুলত চলাই জৰ্জ-ইন্‌ষ্টিটিউচনৰ যৎকিঞ্চিৎ উপকাৰ কৰে। এয়ে তেখেতসকলৰ ওচৰত আমাৰ বিনীত প্ৰাৰ্থনা।
 এইবাৰ পুথিখনিৰ কলেবৰ বঢ়াত আৰু দুৰ্ম্মূল্যতাৰ দিনত ছপাওঁতে আগতকৈ বেছি খৰছ পৰাত আমিও [ প্ৰকাশকৰ নিবেদন ]

। ৶৹


ইয়াৰ দাম যৎসামান্য বঢ়াবলৈ বাধ্য হলোঁ। তাক যেন অতিৰিক্ত বুলি ধৰা নহয় এই কথাও খাটিলোঁ।

 পুথিখনি এইবাৰ সৰ্ব্বাঙ্গ সুন্দৰকৈ ছপোৱা হৈছে।

 নিবেদক—

 শ্ৰীনিলমণি ফুকন,


জৰ্জ্জ ইনষ্টিটিউচন।
ডিব্ৰুগড়—১৯২২ চন।
হেডমাষ্টাৰ
জৰ্জ্জ-ইনষ্টিটিউচন।
 
[ সূচীপত্ৰ ]
 
 
সূচি।

————:————

বিষয়। পিঠি।
১। ঈশ্বৰ  •••  •••  
২। কৰ্ত্তব্য  •••  •••  
৩। নৱবৰ্ষ  •••  •••  
৪। আজি আৰু কালি  •••  •••  
৫। মৰমৰ আই  •••  •••  ১১
৬। শোক-সঙ্গীত  •••  •••  ১২
৭। সুখৰ ঠাই  •••  •••  ২০
৮। বলম  •••  •••  ২২
৯। জোন  •••  •••  ২৬
১০। জীৱন-সঙ্গীত  •••  •••  ৩০
১১। সুখ  •••  •••  ৩৪
১২। মেঘ  •••  •••  ৩৬
১৩। অসম  •••  •••  ৩৭
১৪। ঈশ্বৰে ৰজাক কুশলে ৰাখক    •••  ৪১
১৫। উপদেশ  •••  •••  ৪৩
১৬। আমাৰ গাওঁ  •••  •••  ৪৪
১৭। চহা আৰু পণ্ডিত  •••  •••  ৪৫
১৮। নীতি-ৰত্নমালা  •••  •••  ৫০
১৯। উন্নতি  •••  •••  ৫৯
২০। ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়    •••  ৬০
[ প্ৰকাশন ]
 

 Approved as a text book by the Director of Public Instruction, Assam, for class VI of all Anglo-Assamese High and Middle schools. for boys, vide, Education Dept Notification No. 62 G, dated the 19th Nov. 1920, published in the
 Assam Gazette of the 24th Nov. I920.