চৰ্যাপদ

ৱিকিউৎসৰ পৰা

চৰ্যাপদসমূহ বৌদ্ধ সহজযানী পন্থৰ সিদ্ধিচাৰ্যসকলে খৃষ্টীয় ১০ম ১২শ শতিকাৰ ভিতৰত ৰচনা কৰিছিল। এই পদসমূহ বঙ্গৰ পণ্ডিত মহামহোপধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯০৭ চনত নেপালৰ ৰজাৰ গ্ৰন্থাগাৰৰ পৰা সংগ্ৰহ কৰিছিল। চৰ্যাপদক অসমীয়া ভাষাৰ প্ৰথম লিখিত চানেকি ৰূপে গণ্য কৰা হয়। আনহাতে বঙালী আৰু উৰিয়াভাষীসকলেও ইয়াক নিজ-নিজ ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি দাবী কৰে। অসমীয়া, বঙালী আৰু উৰিয়া- এই তিনিওটা ভাষাৰে পূৰ্বভাষা মূলতঃ একেটাই। চৰ্যাপদসমূহৰ ৰচনাকালত এই তিনিওটা ভাষাই সুকীয়া ৰূপ লবলৈ আৰম্ভ কৰিছিলহে মাথো।[১]

  • পদ ০১ ৰাগ (পটমঞ্জৰী) - লুইপাদানাম্
  • পদ ০২ ৰাগ গবড়া - কুক্কুৰীপাদানাম্
  • পদ ০৩ ৰাগ গবড়া - বিৰুবাপাদানাম্
  • পদ ০৪ ৰাগ অৰু - গুণ্ডৰীপাদানাম্
  • পদ ০৫ ৰাগ গুৰ্জৰী - চাটিল্লপাদানাম্
  • পদ ০৬ ৰাগ পটমঞ্জৰী - ভুসুকুপাদানাম্
  • পদ ০৭ ৰাগ পটমঞ্জৰী - কাহ্নুপাদানাম্
  • পদ ০৮ ৰাগ দেৱক্ৰী - কম্বলাম্বৰপাদানাম্
  • পদ ০৯ ৰাগ পটমঞ্জৰী - কাহ্নুপাদানাম্
  • পদ ১০ ৰাগ দেশাখ - কাহ্নুপাদানাম্
  • পদ ১১ ৰাগ পটমঞ্জৰী - কৃষ্ণাচাৰ্য্যপাদানাম্
  • পদ ১২ ৰাগ ভৈৰবী - কৃষ্ণপাদানাম্
  • পদ ১৩ ৰাগ কামোদ - কৃষ্ণাচাৰ্য্যপাদানাম্
  • পদ ১৪ ৰাগ ধনসী - ডোম্বীপাদানাম্
  • পদ ১৫ ৰাগ ৰামক্ৰী - শান্তিপাদানাম্
  • পদ ১৬ ৰাগ ভৈৰবী - মহীধৰপাদানাম্
  • পদ ১৭ ৰাগ পটমঞ্জৰী - বীণাপাদানাম্
  • পদ ১৮ ৰাগ গৌড়া - কৃষ্ণবজ্ৰপাদানাম্
  • পদ ১৯ ৰাগ ভৈৰবী - কৃষ্ণপাদানাম্
  • পদ ২০ ৰাগ পটমঞ্জৰী - কুক্কুৰীপাদানাম্
  • পদ ২১ ৰাগ বৰাড়ী - ভুসুকুপাদানাম্

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ কথা , সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী ,৯, ১০ পৃঃ, ১৯৯১, ষ্টুডেন্টচ্ এম্প'ৰিয়াম