পদ ২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

হাঁউ নিৰাসী খমণভতাৰে
মোহোৰ বিগোআ কহণ ন জাই ॥ [ধ্ৰু] ॥
ফেটলিউ গো মাৎৰ অন্তউড়ি চাহি ।
জা এথু বাহাম সো এথু নাহি ॥ [ধ্ৰু] ॥
পহিল বিআণ মোৰ বাসনপূড় ।
নাড়ি বিআৰন্তে সেব বায়ুড়া ॥ [ধ্ৰু] ॥
জাণ জৌবণ মোৰ ভইলেসি পূৰা ।
মূল নখলি বাপ সংঘাৰা ॥ [ধ্ৰু] ॥
ভণথি কুক্কুৰীপা এ ভব থিৰা ।
জো এথু বুঝএঁ সো এথু বীৰা ॥ [ধ্ৰু] ॥