পদ ০২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

দুলি দুহি পিটা ধৰণ ন জাই।
ৰুখেৰ তেন্তলি কুম্ভীৰে খাঅ॥
আঙ্গণ ঘৰপণ সুণ ভো বিআতী।
কানেট চৌৰি নিল অধৰাতি॥ ধ্ৰু ॥
সুসুৰা নিন্দ গৈল বহুড়ী জাগঅ।
কানেট চোৰে নিল কা গই মাগঅই॥ ধ্ৰু ॥
দিৱসই বহুড়ী কাউই ডৰে ভাঅ।
ৰাতি ভইলেঁ কামৰু জাঅ॥ ধ্ৰু ॥
অইসন চৰ্যা কুক্কুৰীপাএঁ গাইড়।
কোড়ি মঝেঁ একু হিঅহিঁ সমাইড়॥ ধ্ৰু ॥