সমললৈ যাওক

পদ ১৪

ৱিকিউৎসৰ পৰা
গঙ্গা জউনা মাঝেঁৰে বহই নাঈ।
তহিঁ বুড়িলী মাতঙ্গী পোইআ লীলে পাৰ কৰেই॥ ধ্রু॥
বাহতু ডোম্বী বাহ লো ডোম্বী বাটত ভইল উছাৰা।
সদ্‌গুৰুপাঅপসাএ জাইব পুণু জিণউৰা॥ ধ্রু॥
পাঞ্চ কেড়ুআল পড়ন্তে মাঙ্গে পিঠত কাচ্ছী বান্ধী।
গঅণদুখোঁলে সিঞ্চহু পাণী ন পইসই সান্ধি॥ ধ্রু॥
চন্দ সূজ্জ দুই চকা সিঠি সংহাৰ পুলিন্দা।
বাম দাহিণ দুই মাগ ন চেবই বাহতু ছন্দা॥ ধ্রু॥
কবড়ী ন লেই বোড়ী ন লেই সুচ্ছড়ে পাৰ কৰই।
জো ৰথে চড়িলা বাহবা ণ জা[ন]ই কুলেঁ কুল বুড়ই॥ ধ্রু॥