পদ ০৬
অৱয়ব
- কাহেৰে ঘিণি মেলি অচ্ছহু কীস।
- বেটিল হাক পড়অ চৌদীস॥ ধ্রু॥
- অপণা মাংসেঁ হৰিণা বৈৰী।
- খনহ ন ছাড়অ ভুসুকু অহেৰি॥ ধ্রু॥
- তিন ন চ্ছুপই হৰিণা পিবই ন পানী।
- হৰিণা হৰিণীৰ নিলঅ ন জানী॥ ধ্রু॥
- হৰিণী বোলঅ সুণ হৰিণা তো।
- এ বণ চ্ছাড়ী হোহু ভান্তো॥ ধ্রু॥
- তৰগতে হৰিণাৰ খুৰ ন দীসঅ।
- ভুসুকু ভণই মূঢ়হিঅহি ন পইসই॥ ধ্রু॥