ৱিকিউৎস:সমজুৱা পৃষ্ঠা
এই পৃষ্ঠাটো অসম্পূৰ্ণ অৱস্থাত আছে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লেখকৰ নাম জানিবলৈ ইছা কৰিলে এই লিংক চাওক; যদি এই পৃষ্ঠাত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰিব। |
সমজুৱা পৃষ্ঠা | কেন্দ্ৰীয় আলোচনা |
ৱিকিউৎস মুক্ত উৎস পাঠৰ এক অনলাইন পুথিভঁৰাল। ৱিকিউৎসক ৩,৮১১ গৰাকী পঞ্জীভুত সদস্যৰ দলে চোৱাচিতা কৰে— ইয়াৰে ২৯ গৰাকীয়ে যোৱা ৩০ দিনত সম্পাদনা কৰিছে। আপুনি আমাক সহায় কৰিবলৈ বিচাৰিলে এটা একাউণ্ট সৃষ্টি কৰক আৰু সম্পাদনা আৰম্ভ কৰক। |
ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। লেখাৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা ইয়াৰ উদ্দেশ্য, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
অসমীয়া ৱিকিউৎসত আপুনি যি কোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্ললিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, নিবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।
যিসকল লেখকৰ কৰ্ম ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা চাওক।
আলোচনা: ৱিকিউৎস:কেন্দ্ৰীয় আলোচনা • সহায়ৰ বাবে অনুৰোধ
অনুৰোধ আৰু প্ৰস্তাৱ: ব'ট অনুৰোধ • কপিৰাইট আলোচনা • প্ৰস্তাৱিত বিলোপন • সুৰক্ষাৰ অনুৰোধ
পৰিচয় • ৱিকিপিডিয়ানৰ বাবে • পৰীক্ষাগাৰ
ন-শিকাৰুৰ বাবে নিৰ্দেশিকা: [পঢ়া] বিচৰণ • বিশ্বাসযোগ্যতা [সম্পাদনা] পাঠ্য সংযোগ • উৎস আৰু আপল'ড • কপিৰাইট • সূচী পৃষ্ঠা • OCR-ৰ প্ৰক্ৰিয়াৰে পাঠোদ্ধাৰ • মুদ্ৰণ সংশোধন • ৱিকি-সংকেত • বৈধকৰণ • অন্তৰ্ভুক্তি • অন্তিম স্পৰ্শ [পৰিচৰ্যা] পৰিচৰ্যা • বিলোপন
Reading: সন্ধান • Reading offline • গ্ৰন্থসমূহ
সম্পাদনা: চিত্ৰ সংযোগ • লেখক পৃষ্ঠা • শ্ৰেণীকৰণ • আন্তঃভাষা সংযোগ • লে'আউট • নামস্থান • পুনঃনিৰ্দেশ • উপপৃষ্ঠা
বিশেষ কাৰ্য: Disambiguation • Footnotes and endnotes • Fractions and functions • Labeled section transclusion • Logging in • Match and split • Page breaks • Sidenotes • Table
স্কেন: Digitising texts and images for Wikisource • DjVu files
Copyright: Copyright tags • Public domain • Copyright renewals • Licensing compatibility • Official texts
Particular works: Film • Poetry • Sheet music
Templates: Font size templates • Maintenance tags • Sister‑project templates
Gadgets: Gadget‑BookMaker • Gadget‑HotCat • Header preloading script gadget • URL2Commons
External sites: Internet Archive • LibriVox • Bibliowiki
পৃষ্ঠাৰ স্থিতি | সংখ্যা |
---|---|
বৈধকৃত | ০ |
মুদ্ৰণ সংশোধিত | ৪৩০ |
সমস্যাজৰ্জৰ | ২৬৭ |
মুদ্ৰণ সংশোধন কৰা হোৱা নাই | ১৮,৪৭৩ |
পাঠ্য নথকা | ১,২৯৬ |
এই তালিকাখনে পৃষ্ঠা
নামস্থানত থকা পাঁচটা শ্ৰেণীৰ মুঠ পৃষ্ঠা সংখ্যা দেখুৱাইছে।
হিন্দু-ধৰ্ম্ম-সাৰ.djvu, সঙ্গীত-কোষ.djvu, শ্ৰীশ্ৰীচণ্ডী.pdf (অধিক...)
শঙ্কৰদেৱ.pdf, চাণক্য.pdf, অশৌচ-তত্ব সংগ্ৰহ.djvu (অধিক...)
বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf, স্বাধীন অসমৰ অ আ ক খ.pdf, Asomiya Mahabharat Vol. 2.pdf (অধিক...)
আভাস কাব্য.pdf, দন্দুৱা দ্ৰোহ.pdf, বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu (অধিক...)
চিত্ৰ সংযোগ: কোনো পৃষ্ঠাই এই মাপকাঠী পূৰণ নকৰে।(অধিক...)