সূচী আলোচনা:ধৰম গিত.djvu

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা

২০ৰ পৰা ৯৪ লৈকে লৈছোঁ

অনামিকা(চুমু) বড়া (talk) ১৮:৫১, ১২ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

পৃষ্ঠা:ধৰম গিত.djvu/১৩০ৰ দৰে float শৈলী প্ৰস্তাৱ ৰাখিছোঁ। সকলোৱে এইটো কৰিব, বা সকলোৱে গেপ দি কৰিব। কিন্তু একেটাই নিয়ম হ'ব লাগিব। বৈধ কৰাসকলে অনুগ্ৰহ কৰি মন কৰিব। Gitartha.bordoloi (talk) ২২:০৬, ১২ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

Gitartha.bordoloi:ধন্যবাদ। ওপৰৰ ইংৰাজী শাৰী দুটা এটা হেলনীয়া আৰু এটা পোন। সেইদুটা poem ব্যৱহাৰ নকৰি বেলেগ বেলেগ কৈ center সাঁচ দি কৰিলেও শুদ্ধ হ'বনে? কেইটামান পৃষ্ঠা তেনেকৈ কৰা হৈ গʼল মানে।

JyotiPN: অনুগ্ৰহ কৰি কবিতাৰ পৃষ্ঠাবোৰ বৈধ কৰোঁতে সাঁচটো এই পৃষ্ঠাৰ দৰে কৰি দিব। ধন্যবাদ। অনামিকা(চুমু) বড়া (talk) ১১:৫৮, ১৪ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

অনামিকা(চুমু) বড়া: ধন্যবাদ, অনামিকা। কিতাপখনৰ শৈলী মিলি আছে। তথাপি অন্যমনস্কতাৰ বাবে আমি যদি কিবা এৰি গৈছোঁ , পৃষ্ঠা সংখ্যা কেইটা আপুনি উল্লেখ কৰিলে আমি ততাতৈয়াকৈ শুধৰাই দিম। অনুগ্ৰহ কৰি আপুনিও পৃষ্ঠা বৈধকৰণ কৰোঁতে সাৱধান হ'ব। উদাহৰণ স্বৰূপে - পৃষ্ঠা:ধৰম গিত.djvu/৩৫ পৃষ্ঠা:ধৰম গিত.djvu/১৩৪ এনেধৰণৰ ভুলসমূহ। শুভকামনা। ~~JyotiPN

পৃষ্ঠা ৩ ৰ পৰা লৈছোঁ৷ Pallabi Dutta.Baruah (talk) ২৩:১৬, ১২ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

১৮০ ৰ পৰা ২০৮ লৈ লৈছোঁ৷ Kuldhar Rabha (talk) ০২:১২, ১৩ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

Kuldhar Rabha: ইংৰাজী প্ৰথম শাৰীটো হেলনীয়া আছে। চাবাচোন দেই। অনামিকা(চুমু) বড়া (talk) ০২:২৩, ১৩ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

অনামিকা(চুমু) বড়া: আগলৈ ধ্যান দিম৷ সংখ্যাটোও চাগে গাঢ়হে হ’ব৷ ধন্যবাদ বা৷ Kuldhar Rabha (talk) ০৮:২৪, ১৩ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]

২৫১ ৰ পৰা ২৭০ লৈ লৈছোঁ। অনামিকা(চুমু) বড়া (talk) ১৬:৩৯, ১৩ নৱেম্বৰ ২০২০ (IST)[উত্তৰ দিয়ক]