সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
পবিত্ৰ আত্মাৰ স্তুতি।


২৩

“Eternal Spirit, we confess."
Uxbridge. L. M.

১

হে পৰম আত্মা ক্ৰিপামই,
চমত্কাৰ কৰম তোমাৰ হই,
পুত্ৰৰো পিত্ৰিৰ জি জি দান,
তুমি পোআইচা কৰি ত্ৰান।

২

তোমাৰ মহিমা হই অপাৰ,
গুচাইচে সকল অন্ধকাৰ,
তুমিহে দিচা মোক দেখাই
পাপ আৰু তাৰ মুক্তিৰ উপাই।

৩

মোৰ ৰিদই অনেক পাপৰ বাস,
তোমাৰ মহিমাই কৰে নাস,
তাত জন্মিচে মোৰ নতুন মন,
লোভ আদি সকল হই দমন।

৪

সম্পুৰ্ন ৰুপে তোমাৰ স্বৰ
বিয়াকুল মনৰ গুচাই ডৰ,
ভয়াতুৰ চিন্তাৰ কৰে সেস,
নে থাকে মনত দুখৰ লেস।  ন. ব.