সদস্য বাৰ্তা:Boranitul/গাওঁবুঢ়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

গাওঁবুঢ়া নাটক খনৰ দৃশ্যাংক সমূহ মিৰি-জীয়ৰী বা কাৰেঙৰ লিগিৰী দৰে কোনোৱা এজনে কৰি দিবচোন। বহুদিন নাটক নিলিখি পাহৰিছো টেগ বোৰ।--Boranitul (talk) ২৩:২৪, ১৮ মে' ২০১৪ (IST)

শিৰোনামাটো "গাঁওবুঢ়া" হ'ব নেকি? Ani ttbr (talk) ১৮:৩৯, ১৯ মে' ২০১৪ (IST)
নহয়, শিৰোনামাটো গাওঁবুঢ়া হে হ'ব। নাটখনি মোৰ হাতত আছে। মাত্ৰ সাজসৰ্জ্জাতহে অলপ গন্ধগোল আছিল। --Boranitul (talk) ২৩:৫২, ১৯ মে' ২০১৪ (IST)
অনিমেষ ডাঙৰীয়া, পৃষ্ঠাটোত গন্ধগোলটো ক'ত হয় মই ঠিক ধৰিব পৰা নাই, আপুনি সজাই দিয়াখিনিৰ পিছতেই মই আৰু কেইটামান দৃশ্যপট সংযোগ কৰাৰ লগেলগেই আকৌ আগৰ দৰে হৈ পৰিল, অৰ্থাত্ আপুনি কৰি দিয়াৰ দৰে নহৈ পূৰ্বৰ দৰে হৈ পৰিল। অনুগ্ৰহ কৰি অসুবিধাটো মোক বুজাই দিবচোন, নহলে একেটা ভুলকে বাৰে বাৰে হৈয়েই থাকিব। ধন্যবাদ।--Boranitul (talk) ০০:১১, ২০ মে' ২০১৪ (IST)