সদস্য:Boranitul/গাওঁবুঢ়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গাওঁবুঢ়া
লেখক পদ্মনাথ গোহাঞিবৰুৱা
এখন ধেমেলীয়া নাটক
গাওঁবুঢ়া
  • গাওঁবুঢ়া - প্ৰথম অঙ্ক
  1. গাঁৱলীয়া ৰাজবাট
  2. থানা
  • গাওঁবুঢ়া - দ্বিতীয় অঙ্ক
  1. ভোগমনৰ মাৰল-ঘৰ
  2. মৌজাদাৰৰ চ'ৰা
  3. মৌজাদাৰণীৰ বুলনি
  4. চাহাবৰ বঙলা
  5. মৌজাদাৰৰ চ'ৰা
  • গাওঁবুঢ়া - তৃতীয় অঙ্ক
  1. ভোগমনৰ মাৰলঘৰ
  2. মৌজাদাৰৰ বাটচ'ৰা
  3. ভোগমনৰ চোতাল
  • গাওঁবুঢ়া - চতুৰ্থ অঙ্ক
  1. মৰিয়াগাওঁ
  2. চৰ্কাৰী আলহী-বঙলা
  3. ৰত্নেশ্বৰৰ চ'ৰা
  • গাওঁবুঢ়া - পঞ্চম অঙ্ক
  1. ভোগমনৰ মাৰল-ঘৰ
  2. আদালত
  3. গাৱঁলীয়া ৰাজবাট
  4. গীত

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

  • ভাওবিলাক
    • মুনিহ
    • ৰত্নেশ্বৰ হাজৰিকা : লক্ষীমপুৰৰ মৌজাদাৰ
    • বাপুৰাম শইকীয়া : লক্ষীমপুৰৰ মণ্ডল
    • কচুখোৱা ছুটীয়া: লক্ষীমপুৰৰ গাওঁবুঢ়া
    • কেৰপাই কোচ: লক্ষীমপুৰৰ গাওঁবুঢ়া
    • টেপেৰা কলিতা: লক্ষীমপুৰৰ গাওঁবুঢ়া
    • ভোগমন চেটীয়া: লক্ষীমপুৰৰ ন-গাওঁবুঢ়া
    • মাণিকচন্দ্ৰ বৰুৱা: লক্ষীমপুৰৰ থানাৰ দাৰোগা
    • মঙ্গলা: মৌজাদাৰৰ লগুৱা
    • মিঃ ইয়ং: মহকুমাৰ গৰাকী চাহাব
    • বিলত আৰু পেজান: দুটা গাঁৱৰ মৰিয়া
    • মিঃ স্কট: জিলাৰ গৰাকী, বৰচাহাব
আৰ্দ্দলি, চৰ্দ্দাৰ, টেকেলা, খানচামা, কুলী, চিপাহী, ৰায়ত, দুচৰীয়া, পদকীয়া, মেলুৱৈ, মুক্তিয়াৰ, নাজিৰ ইত্যাদি।
    • তিৰোতা
    • অমিলা: ৰত্নেশ্বৰৰ ভাৰ্য্যা
    • ৰংদৈ: ভোগমনৰ ঘৈণীয়েক
    • জেতুকী: ভোগমনৰ জীয়েক
    • ভেলেউ: গাঁৱৰ মৰিয়ানী
লিগিৰী, নাচনী, গঞানী ইত্যাদি।

প্ৰথম অঙ্ক[সম্পাদনা কৰক]

  1. প্ৰথম পট, গাঁৱলীয়া ৰাজবাট
  2. দ্বিতীয় পট,-থানা

দ্বিতীয় অঙ্ক[সম্পাদনা কৰক]

  1. প্ৰথম পট,-ভোগমনৰ মাৰল-ঘৰ
  2. দ্বিতীয় পট,-মৌজাদাৰৰ চ'ৰা
  3. তৃতীয় পট,-মৌজাদাৰণীৰ বুলনি
  4. চতুৰ্থ পট,-চাহাবৰ বঙলা
  5. পঞ্চম পট,-মৌজাদাৰৰ চ'ৰা

তৃতীয় অঙ্ক[সম্পাদনা কৰক]

  1. প্ৰথম পট,-ভোগমনৰ মাৰলঘৰ
  2. দ্বিতীয় পট,-মৌজাদাৰৰ বাটচ'ৰা
  3. তৃতীয় পট,-ভোগমনৰ চোতাল

চতুৰ্থ অঙ্ক[সম্পাদনা কৰক]

  1. প্ৰথম পট,-মৰিয়াগাওঁ
  2. দ্বিতীয়পট,-চৰ্কাৰী আলহী-বঙলা
  3. তৃতীয় পট,-ৰত্নেশ্বৰৰ চ'ৰা

পঞ্চম অঙ্ক[সম্পাদনা কৰক]

  1. প্ৰথম পট,-ভোগমনৰ মাৰল-ঘৰ
  2. দ্বিতীয়পট,-আদালত
  3. তৃতীয় পট,-গাৱঁলীয়া ৰাজবাট
  4. গীত