লেখক:ৰাম সৰস্বতী
অৱয়ব
| ←লেখকৰ তালিকা | ৰাম সৰস্বতী |
| ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি। মহাৰজা নৰনাৰায়ণৰ অনুৰোধত শতসহস্ৰী মহাভাৰতৰ প্ৰায় ত্ৰিশ হাজাৰ শ্লোক তেওঁ অসমীয়ালৈ অনুবাদ কৰে। তেওঁ বধ কাব্য নামৰ জনপ্ৰিয় একশ্ৰেণীৰ কাব্য সৃষ্টি কৰে। মহাভাৰতৰ ভাঙনিৰ বাবে তেওঁক "ভাৰতভূষণ" উপাধি প্ৰদান কৰা হৈছিল। |
ৰচনাৱলী
[সম্পাদনা কৰক]- আদি পৰ্ব্ব
- সভা পৰ্ব্বৰ এক বুজন অংশ
- বন পৰ্ব্ব
- বিৰাট পৰ্ব্বৰ কীচক বধ পৰ্যন্ত
- উদ্যোগ পৰ্ব্ব
- ভীষ্ম পৰ্ব্বৰ বেছিভাগ অংশ
- দ্ৰোণ পৰ্ব্ব (পুত্ৰ গোপীনাথ পাঠকৰ সহযোগত)
- কৰ্ণ পৰ্ব্ব
- গদা পৰ্ব্ব
- উদ্যোগপৰ্ব্ব
- গীতগোবিন্দ
- শান্তি পৰ্ব্বৰ সাৱিত্ৰী আখ্যান৷
বধকাব্যৰ ভিতৰত-
- খটাসুৰ বধ আৰু জঙ্ঘাসুৰ বধ
- অশ্বকৰ্ণ বধ
- বিজয় পৰ্ব্ব
- মণিচন্দ্ৰ ঘোষ পৰ্ব্ব
- পুষ্পহৰণ পৰ্ব
- কালকুব্জ শোষক পৰ্ব্ব
- ভীম চৰিত
- বকাসুৰ বধ
- কুলাচল বধ
- জটাসুৰ বধ
- পাঞ্চালী বিবাহ
- সিন্ধুৰা পৰ্ব্ব
- ব্যাসাশ্ৰম
- ব্যঞ্জন পৰ্ব্ব ইত্যাদি।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )