সমললৈ যাওক

লেখক:মাধৱদেৱ

ৱিকিউৎসৰ পৰা
(লেখক:শ্ৰী শ্ৰী মাধৱদেৱৰ পৰা পুনঃনিৰ্দেশিত)
মাধৱদেৱ
(১৪৮৯–১৫৯৬)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। Open book সূচী পৃষ্ঠাসমূহ

সাহিত্য ৰচনা

[সম্পাদনা কৰক]

তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰ]) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলভ্য। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭ টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি

আখ্যানমূলক ৰচনা

[সম্পাদনা কৰক]

তত্ত্বমূলক ৰচনা

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )