লেখক:মফিজুদ্দিন আহমদ হাজৰিকা
অৱয়ব
←লেখকৰ তালিকা | মফিজুদ্দিন আহমদ হাজৰিকা (১৮৭০–১৯৫৮) |
![]() |
মফিজুদ্দিন আহমদ হাজৰিকা (৩০ আগষ্ট, ১৮৭০ - ২৯ অক্টোবৰ, ১৯৫৮) বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক। তেখেত ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। |

গ্ৰন্থসমূহ
[সম্পাদনা কৰক]কবিতা
[সম্পাদনা কৰক]
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )