জতুৱা ঠাঁচ
Jump to navigation
Jump to search
অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ Idiom।
জতুৱা ঠাঁচৰ সংগ্ৰহ[সম্পাদনা কৰক]
|