জতুৱা ঠাঁচ সূচী প-ম
জতুৱা ঠাঁচৰ সংগ্ৰহ[সম্পাদনা কৰক]
|
প[সম্পাদনা কৰক]
- পৰ্বতত কাছ কণী বিচৰা
- পাবত গজা
- পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু।
- পানীত হাঁহ নচৰা
- পানী মিঠৈ
- পাভ লুটি মৰা
ব[সম্পাদনা কৰক]
- বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ ।
- বুৰেপিত শেলুক