জতুৱা ঠাঁচ সূচী ক-ঙ

ৱিকিউৎসৰ পৰা

জতুৱা ঠাঁচৰ সংগ্ৰহ[সম্পাদনা কৰক]

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


[সম্পাদনা কৰক]

  • কপাল ফুটা : দু্ৰ্ভগীয়া ।
  • কপাল ফুলা : সৌভাগ্যই লগ দিয়া ।
  • কুকুৰে মৈ টনা

[সম্পাদনা কৰক]

  • খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা।

[সম্পাদনা কৰক]

  • গাত সৰিয়হ ফুটা
  • গাই বাই চোৱা

[সম্পাদনা কৰক]

  • ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা ।
  • ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা ।