জতুৱা ঠাঁচ সূচী অ-ঈ

ৱিকিউৎসৰ পৰা

জতুৱা ঠাঁচৰ সংগ্ৰহ[সম্পাদনা কৰক]

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


[সম্পাদনা কৰক]

  1. অৱস্থা চাই ব্যৱস্থা
  2. অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা।
  3. অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ।
  4. অভুৱা ভৰা : মিচা কথা কৈ দায় সৰা।

[সম্পাদনা কৰক]

  1. আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা।
  2. আলাশৰ লাড়ু : অতি মৰমৰ।